Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Artificial shortage of LPG Cylinder:মধ্য প্রাচ্যৰ যুদ্ধৰ প্ৰভাৱ !

    Sonapur Science City :মহানগৰীৰ পাশ্বৱৰ্তী সোণাপুৰৰ টেপেচীয়াত মুকলি বিজ্ঞান নগৰী

    Meghalaya:মেঘালয়ৰ পশ্চিম গাৰো হিলছ স্বায়ত্ত শাসিত জিলা পৰিষদৰ নির্বাচনক লৈ উত্তেজনা !

    Dilip Saikia:তৃতীয় পক্ষৰ বিভ্ৰান্তিকৰ অপ-প্ৰচাৰত ভোল নাযাবলৈ আহ্বান ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ

    AIUDF Candidate List Announced:এআইইউডিএফে ঘোষণা কৰিলে প্ৰথম খন নজনীয়া প্ৰাৰ্থী তালিকা

    Heroin Seized:ড্ৰাগছৰ বিৰুদ্ধে পাণবাৰী আৰু বিজনী আৰক্ষীৰ বৃহৎ সফলতা

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News International

আর্থিক সংকটত বিধ্বস্ত শ্রীলংকাক ৭০ কোটি ডলাৰ অর্থসাহায্য দিব বিশ্ব বেংকে

publisher by publisher
May 31, 2022
in International, News
Reading Time: 1 min read
0
আর্থিক সংকটত বিধ্বস্ত শ্রীলংকাক ৭০ কোটি ডলাৰ অর্থসাহায্য দিব বিশ্ব বেংকে
2
SHARES
19
VIEWS
ShareShareShareShare

শ্রীলংকা বুলিলেই চকুত ভাহি আহে বিদেশী পর্যটকৰে ভৰা সমুদ্রসৈকত । কলম্বোৰ পথত উদ্যম নিশা উদ্‌যাপন । জিকমিকোৱা বহুতল আৰু ক’লা মসৃণ মাতাল ৰোডত দীঘল দীঘল বহুমূলীয়া গাড়ী । কিন্তু কিছুদিনতে সলনি হৈছে সেই ছবি । এতিয়া ঘৰ পোহৰাবৰ বাবে বিদ্যুৎ নাই দেশখনত । গৃহস্থৰ ঘৰত ৰন্ধন গেছ নাই । টকা থাকিলেও বজাৰত পণ‌্য নাই । বিশাল অট্টালিকা আৰু গাড়ীৰ স্বত্ত্বাধিকাৰীয়েও খাদ্যৰ অভাৱত এবেলা খাই দিন কটাইছে । এনে পৰিস্থিতিত শ্রীলংকাক ৭০ কোটি মার্কিন ডলাৰ অর্থসাহায্য দিব বিশ্ব বেংকে (World Bank) ।

ADVERTISEMENT

স্বাধীনতাৰ পাছত সৰ্ববৃহৎ আর্থিক সংকটৰ সন্মুখীন হৈ কার্যত দেউলিয়া শ্রীলংকা (Sri Lanka) । পৰিস্থিতি এনে হৈছে যে ইন্ধনৰ পৰা আৰম্ভ কৰি ঔষধ পর্যন্ত একোৱেই নাই বুলিব পাৰি । বিদেশী মুদ্রাভাণ্ডাৰ শূন্য হৈ যোৱাত আমদানি কৰা কার্যত অসম্ভৱ হৈ পৰিছে । তদুপৰি ঋণৰ বোজা । এনে পৰিস্থিতিত মানৱীয়তাৰ খাতিৰত দ্বীপৰাষ্ট্রখনক সহায় কৰিছে ভাৰতে । দীর্ঘ আলোচনাৰ পাছত এইবাৰ কলম্বোক কিছু সকাহ দি অর্থসাহায্য কৰিবলৈ প্ৰস্তুত হৈছে বিশ্ব বেংকে বুলি সূত্রৰ খবৰ ।

RelatedPosts

বিশ্ব বেংকৰ অসমতো প্রতিবেদন ২০২৬ প্ৰকাশ 

World Bank:এটা দশকতে ভাৰতত ২৭ কোটি হ্রাস চৰম দৰিদ্ৰৰ সংখ্যা: বিশ্ববেংকৰ তথ্য

Inspirational Story : ৬০০ বাৰ আবেদন কৰিও ব্যর্থ, অৱশেষত ‘ৱর্ল্ড বেংক’-ত চাকৰি লাভ ২৩ বছৰীয়া যুৱকৰ

শ্রীলংকাৰ সংবাদপত্র ‘কলম্বো গেজেট’এ এক প্রতিবেদনত জনাইছে, বিগত সপ্তাহত শ্রীলংকাৰ বৈদেশিকমন্ত্রী জয় এল পেইৰিছৰ স’তে আলোচনা কৰে বিশ্ব বেংকৰ কানট্রি মেনেজাৰ চিও কান্দাই । বৈঠকত কান্দাই জনায়, এছিয়ান ডেভেলপমেন্ট বেংক, এছিয়ান ইনফ্রাষ্টাকচাৰ ইনভেষ্টমেন্ট বেংক আৰু ৰাষ্ট্ৰসংঘৰ স’তে মিলিতভাৱে শ্রীলংকাক সহায় কৰিছে বিশ্ব বেংকে । শ্রীলংকাক তেওঁ ৭০ কোটি মার্কিন ডলাৰ দিয়াৰ আশ্বাসো দিছে ।

ইপিনে, মাহিন্দা ৰাজাপক্ষেয়ে প্রধানমন্ত্রীৰ আসন ত্যাগ কৰিলেও শ্রীলংকাত বিক্ষোভ স্তব্ধ হোৱা নাই । বিশেষকৈ ৰাজপথত নামি প্রতিবাদ প্ৰদৰ্শন কৰিছে যুৱ প্রজন্ম‌ই । ৰাজাপক্ষে পৰিয়ালৰ প্রতি থকা ক্ষোভৰ বলি হ’বলগীয়া হৈছে শ্রীলংকাৰ নতুন প্রধানমন্ত্রী ৰনিল বিক্রমসিঙে (Ranil Wickremesinghe) । সেয়ে পৰিস্থিতি কিছু নিয়ন্ত্ৰণ কৰিবলৈ তেওঁ এইবাৰ যুৱপ্রজন্মক শাসন ব্যৱস্থাৰ অংশ হোৱাৰ আমন্ত্রণ জনাইছে । দেশৰ ৰাষ্ট্ৰপতিৰ ক্ষমতা খর্ব কৰি সংসদৰ ক্ষমতা বৃদ্ধি কৰাৰ প্রস্তাৱটো দাঙি ধৰে ৰনিলে ।

দেশবাসীক উদ্দেশ্যি তেওঁ বার্তাত জনায়, আইনপ্রণেতা, বিশেষজ্ঞ আৰু যুৱপ্রজন্মৰ প্রতিনিধিসকলক লৈ সংসদীয় কমিটী গঠন কৰা হ’ব । বিক্রমসিঙে কয়, “আজি তৰুণ প্রজন্ম‌ই পৰিৱর্তনৰ আহ্বান জনাইছে । বর্তমানৰ পৰিকাঠামো সলনি কৰিব বিচাৰিছে তেওঁলোকে । বর্তমান পৰিস্থিতি কি জানিব বিচাৰিছে তেওঁলোকে । সেয়ে চৰকাৰৰ ১৫টা কমিটীৰ প্রতিটোতে ম‌ই চাৰিজনকৈ যুৱপ্রজন্মৰ প্রতিনিধি থকাটো বিচাৰো ।”

উল্লেখ্য, তুমুল সংকটৰ বাবে ক্ষমতাত থকা ৰাজাপক্ষে পৰিয়ালক দোষাৰোপ কৰি গণবিক্ষোভ কৰিছে দেশখনৰ জনসাধাৰণে । তেওঁলোকে ৰাষ্ট্ৰপতিৰ পদত্যাগ দাবী কৰিছে । চৰম আর্থিক সংকটত পৰা শ্রীলংকাৰ জনসাধাৰণে যোৱা এপ্রিলৰ পৰাই পথত নামি চৰকাৰবিৰোধী বিক্ষোভ প্ৰদৰ্শন কৰি আহিছে । অৱশ্যে সাম্প্রতিক দিনবোৰত বিক্ষোভ বাঢ়িছে । দেশখনৰ বিভিন্ন স্থানত বিক্ষোভ বিয়পি পৰিছে । বিক্ষোভকাৰী আৰু আৰক্ষীৰ মাজত সংঘর্ষৰ ঘটনাও ঘটিছে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: mahinda rajapaksasri lanka crisisWorld Bank
publisher

publisher

Related Posts

Artificial shortage of LPG Cylinder:মধ্য প্রাচ্যৰ যুদ্ধৰ প্ৰভাৱ !
National

March 10, 2026
Sonapur Science City :মহানগৰীৰ পাশ্বৱৰ্তী সোণাপুৰৰ টেপেচীয়াত মুকলি বিজ্ঞান নগৰী
News

Sonapur Science City :মহানগৰীৰ পাশ্বৱৰ্তী সোণাপুৰৰ টেপেচীয়াত মুকলি বিজ্ঞান নগৰী

March 10, 2026
Meghalaya:মেঘালয়ৰ পশ্চিম গাৰো হিলছ স্বায়ত্ত শাসিত জিলা পৰিষদৰ নির্বাচনক লৈ উত্তেজনা !
National

Meghalaya:মেঘালয়ৰ পশ্চিম গাৰো হিলছ স্বায়ত্ত শাসিত জিলা পৰিষদৰ নির্বাচনক লৈ উত্তেজনা !

March 10, 2026
Dilip Saikia:তৃতীয় পক্ষৰ বিভ্ৰান্তিকৰ অপ-প্ৰচাৰত ভোল নাযাবলৈ আহ্বান ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ
News

Dilip Saikia:তৃতীয় পক্ষৰ বিভ্ৰান্তিকৰ অপ-প্ৰচাৰত ভোল নাযাবলৈ আহ্বান ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ

March 10, 2026
AIUDF Candidate List Announced:এআইইউডিএফে ঘোষণা কৰিলে প্ৰথম খন নজনীয়া প্ৰাৰ্থী তালিকা
News

AIUDF Candidate List Announced:এআইইউডিএফে ঘোষণা কৰিলে প্ৰথম খন নজনীয়া প্ৰাৰ্থী তালিকা

March 10, 2026
Heroin Seized:ড্ৰাগছৰ বিৰুদ্ধে পাণবাৰী আৰু বিজনী আৰক্ষীৰ বৃহৎ সফলতা
Crime

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d