Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    দুৰ্ঘটনাপতিত হ’ল দুৰ্গা প্ৰতিমা কঢ়িয়াই নিয়া টেম্পো !

    ‘ফ্লাইডুবাই’ৰ আহত ভাৰতীয় পাইলট স্মিতৰ স’তে মোদীৰ ভিডিঅ’ কল, সাহসিকতাৰ প্ৰশংসা প্ৰধানমন্ত্ৰীৰ

    মোদীৰ নিৰপেক্ষ স্থিতিৰ প্ৰশংসা পুটিনৰ, ইউক্ৰেইন সংঘাতক লৈ ভাৰতৰ ভূমিকাক জনালে সন্মান

    ৰাছিয়াত ব্যাপক হাৰত বন্ধ হৈছে চৰকাৰী স্কুল

    আইফেল টাৱাৰৰ মুৰব্বীৰ পদত্যাগৰ যো-জা

    আইফেল টাৱাৰৰ মুৰব্বীৰ পদত্যাগৰ যো-জা

    জন্মদিনতে এছিয়ান গেমছত স্বৰ্ণ লাভ অসমকন্যা লাভলীনা বৰগোহাঁইৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

World Bank:এটা দশকতে ভাৰতত ২৭ কোটি হ্রাস চৰম দৰিদ্ৰৰ সংখ্যা: বিশ্ববেংকৰ তথ্য

দৈনিক ২৫৭ টকা ব্যয়ৰ সামর্থ্য থকা সকল দৰিদ্ৰ নহয়,নিম্ন-মধ্য আয়ৰ দৰিদ্ৰৰ সংখ্যাও ৫৭.৭ শতাংশৰ পৰা ২৩.৯ শতাংশলৈ হ্রাস,মোদী চৰকাৰক প্ৰশংসা

publisher by publisher
June 8, 2025
in India, News
Reading Time: 2 mins read
0
World Bank:এটা দশকতে ভাৰতত ২৭ কোটি হ্রাস চৰম দৰিদ্ৰৰ সংখ্যা: বিশ্ববেংকৰ তথ্য
1
SHARES
13
VIEWS
ShareShareShareShare

RelatedPosts

BRICS Summit 2026: মোদীৰ ৰাজকীয় নৈশভোজত অংশ নল’লে জিনপিঙে, অসুস্থ নেকি চীনৰ ৰাষ্ট্ৰপতি ?

PM Modi officially inaugurated the 594-km Ganga Expressway:উত্তৰ প্ৰদেশৰ হৰদয়ত ৫৯৪ কিলোমিটাৰ দৈৰ্ঘ্যৰ গংগা এক্সপ্ৰেছৱে’ মুকলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ

PM Modi Assam Visit:অসমত প্ৰধানমন্ত্ৰী মোদীৰ দুদিনীয়া ভ্ৰমণসূচীৰ বিস্তৃত কাৰ্যসূচী

World Bank:

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী চৰকাৰৰ কার্যকালৰ এটা দশক অর্থাৎ ১০ বছৰত দেশত ২৭কোটি লোকে চৰম দাৰিদ্ৰৰ পৰা পৰিত্ৰাণ পালে। এই তথ্য বিশ্ববেংকৰ শেহতীয়া এক প্রতিবেদনত প্রকাশ পাইছে। মোদী চৰকাৰক প্ৰশংসা কৰি প্ৰতিবেদন খনত কোৱা হয় যে ২০১১-১২ত দেশত চৰম দাৰিদ্ৰৰ হাৰ ২৭.১ শতাংশ হোৱাৰ বিপৰীতে ২০২২-২৩ ত ইয়াৰ হাৰ ৫.৩ শতাংশলৈ হ্রাস পায়।

ADVERTISEMENT

অর্থাৎ এই ১০ বছৰত দেশত প্রায় ২৭ কোটি অর্থাৎ ২৬ কোটি ৯০ লাখৰো অধিক লোকক চৰম দাৰিদ্ৰৰ কবলৰ পৰা উদ্ধাৰ কৰা হৈছে। এনে কম সময়তে বৃহৎ সংখ্যক লোকে দৰিদ্ৰতাৰ পৰা নিষ্কৃতি পোৱা ঘটনাক আর্থ-সামাজিক উন্নয়নৰ দিশত এক উল্লেখযোগ্য সাফল্য বুলি বিশ্ববেংকে উল্লেখ কৰিছে ।

উল্লেখ্য যে বিশ্ববেংকে পূর্বে দৈনিক ২.১৫ ডলাৰ (প্রায় ১৮৪ টকা) ব্যয় সামর্থ্য অনুসৰি দৰিদ্ৰতাৰ সংজ্ঞা নির্ধাৰণ কৰিছিল। ২০২১ত এই সীমা দৈনিক তিনি ডলাৰ (প্রায় ২৫৭ টকা) ব্যয় সামর্থ্যলৈ বৃদ্ধি কৰে। অৰ্থাৎ সম্প্রতি দৈনিক ২৫৭ টকা ব্যয়ৰ সামর্থ্য থকা এজন ব্যক্তি দৰিদ্ৰ নহয়।

উল্লেখ্য যে কৰ’না কালত ২০২০ত ভাৰতত কমেও ৫.৬ কোটি লোক নতুনকৈ দৰিদ্ৰতাৰ কবলত পৰে বুলি বিশ্ববেংকৰ প’ভার্টি এণ্ড শ্বেয়াৰ্ড প্রস্পেৰিটি’ শীর্ষক প্রতিবেদন প্রকাশ পাইছিল। ইয়াৰ বিপৰীতে আন্তর্জাতিক বিত্তীয় প্রতিষ্ঠানটোৰ প্ৰতিবেদনত কোৱা হৈছে যে মোদী চৰকাৰৰ দিনত দেশত ২৭ কোটি লোকক চৰম দাৰিদ্ৰৰ পৰা উদ্ধাৰ কৰা হৈছে।

লক্ষ্যণীয় যে কৰ’না মহামাৰীয়ে কৰা মোকাবিলাৰ উদ্দেশ্যে মোদী চৰকাৰে বহু সংখ্যক দাৰিদ্ৰ দূৰীকৰণ আঁচনি ঘোষণা কৰে। প্ৰতিবেদন খনত আঙুলিয়াই দিয়া হৈছে যে ২০১১-১২ত ভাৰতত কমেও ৩৪.৫ কোটি চৰম দৰিদ্ৰ লোক আছিল।

এইসকলৰ সংখ্যা ২০২২-২৩ত চাৰে সাত কোটিলৈ হ্রাস পায়। তদুপৰি প্রতিবেদনখনত কোৱা হৈছে যে ২০১১ৰ পৰা ২০২৩ৰ সময়ছোৱাত নিম্ন-মধ্য আয়ৰ দৰিদ্ৰৰ সংখ্যাও ৫৭.৭ শতাংশৰ পৰা ২৩.৯ শতাংশলৈ হ্রাস পাইছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: PM ModiPoverty EradicatedWorld Bank
publisher

publisher

Related Posts

নিৰ্বাচনী সংস্কাৰ আৰু CEC জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত মুম্বাইত CJPৰ প্ৰতিবাদ
India

October 2, 2026
বৈধ ভোটাৰৰ নাম তালিকাত অন্তৰ্ভুক্ত কৰিবলৈ নিৰ্বাচন আয়োগৰ বৃহৎ অভিযান

দিল্লীত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে প্ৰতিবাদ, আটক অন্তত ৭০০
India

দিল্লীত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে প্ৰতিবাদ, আটক অন্তত ৭০০

October 2, 2026
দুৰ্ঘটনাপতিত হ’ল দুৰ্গা প্ৰতিমা কঢ়িয়াই নিয়া টেম্পো !
India

দুৰ্ঘটনাপতিত হ’ল দুৰ্গা প্ৰতিমা কঢ়িয়াই নিয়া টেম্পো !

October 2, 2026
‘ফ্লাইডুবাই’ৰ আহত ভাৰতীয় পাইলট স্মিতৰ স’তে মোদীৰ ভিডিঅ’ কল, সাহসিকতাৰ প্ৰশংসা প্ৰধানমন্ত্ৰীৰ
International

‘ফ্লাইডুবাই’ৰ আহত ভাৰতীয় পাইলট স্মিতৰ স’তে মোদীৰ ভিডিঅ’ কল, সাহসিকতাৰ প্ৰশংসা প্ৰধানমন্ত্ৰীৰ

October 2, 2026
মোদীৰ নিৰপেক্ষ স্থিতিৰ প্ৰশংসা পুটিনৰ, ইউক্ৰেইন সংঘাতক লৈ ভাৰতৰ ভূমিকাক জনালে সন্মান
International

মোদীৰ নিৰপেক্ষ স্থিতিৰ প্ৰশংসা পুটিনৰ, ইউক্ৰেইন সংঘাতক লৈ ভাৰতৰ ভূমিকাক জনালে সন্মান

October 2, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d