প্ৰতিখন জিলাতে পৰীক্ষা কেন্দ্ৰ স্থাপনৰ আহ্বান বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ

ৰাজ্য চৰকাৰৰ স্বাস্থ্য বিভাগৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চাকৰিৰ বাবে অনুষ্ঠিত হ’বলগীয়া বাছনি পৰীক্ষাত প্ৰতিখন জিলাতে পৰীক্ষা কেন্দ্ৰ স্থাপন নকৰাত ল’ৰা-ছোৱালীবোৰে বহুতো অসুবিধাৰ সন্মুখীন হ’বলগীয়া হৈছে ।

সেয়েহে মই চৰকাৰৰ ওচৰত অনুৰোধ জনাইছো যাতে, সকলো জিলাতে এই পৰীক্ষাসমূহৰ কেন্দ্ৰ স্থাপন কৰাৰ বাবে যাতে চৰকাৰে পদক্ষেপ গ্ৰহণ কৰে ।

Exit mobile version