মেষঃ ব্যৱসায়ীসকলৰ ব্যস্ততা বৃদ্ধি পাব । স্বাস্থ্যৰ প্ৰতি নজৰ দিয়ক । নিবনুৱাৰ কৰ্মপ্ৰাপ্তি হ’ব পাৰে । প্ৰেমত সুখ ।
বৃষঃ উচ্চ পদস্থ বিষয়াৰ লগত সু-সম্পৰ্ক বজাই ৰাখিব । আয়ৰ ক্ষেত্ৰত অনুকূল । পাৰিবাৰিক অশান্তি । বিদ্যাত শুভ ।
মিথুনঃ সন্তানৰ উন্নতিয়ে মনত আনন্দ দিব । ভ্ৰমণ হ’ব পাৰে । কোনো সংবাদ সংযোগত চিন্তিত হ’ব । বন্ধুবৰ্গৰ দ্বাৰা ক্ষতি হ’ব পাৰে ।
কৰ্কটঃ কন্যা সন্তানক লৈ চিন্তিত হ’ব । ফুৰা-চকাত সতৰ্ক হ’ব । উৎসাহজনক খবৰে আনন্দিত কৰিব । প্ৰেমত বাধা ।
সিংহঃ কৰ্মসূত্ৰত ভ্ৰমণৰ যোগ আছে । শিল্পীসকলৰ প্ৰাপ্য সন্মান লাভত আনন্দ । আৰ্থিক ব্যয় বৃদ্ধি পাব । প্ৰেমত আনন্দ ।
কন্যাঃ আৰ্থিক অসুবিধা হ’ব পাৰে । বন্ধুবৰ্গৰ দ্বাৰা উপকৃত হ’ব । সন্তানৰ সুকৃতি দেখা যায় । প্ৰেমত বাধা ।
তুলাঃ পৰোপকাৰ কৰিব যাওঁতে বিপদত পৰাৰ আশংকা বেছি । শৰীৰ মধ্যম । বিবাহ প্ৰাৰ্থীৰ বিবাহ প্ৰস্তাৱ আহিব পাৰে । বিদ্যাত শুভ ।
বৃশ্চিকঃ কিছুমান দিশত অস্থিৰতা অনুভৱ কৰিব । সন্তান সুখ ভ্ৰমণত সাৱধান হোৱা উচিত । উৎকণ্ঠা বাঢ়িব । বিদ্যাত মধ্যম ।
ধনুঃ আপোনাৰ কৰ্মদক্ষতাৰ বাবে আনে প্ৰশংসা কৰিব । আৰ্থিকত আয়-ব্যয় সমান । বিদ্যাত শুভ । দাম্পত্যত মতানক্য ।
মকৰঃ কৰ্মক্ষেত্ৰত জটিলতাৰ সন্মুখীন হ’ব পাৰে । ব্যয়ৰ মাত্ৰা বৃদ্ধি পাব । গৱেষকসকলৰ দায়িত্ব বৃদ্ধি পাব । দাম্পত্যত শুভ ।
কুম্ভঃ নতুন কোনো পৰিকল্পনা হাতত ল’ব পাৰে । কৰ্মব্যস্ততা বৃদ্ধি পাব । প্ৰেমত প্ৰতাৰিত হ’ব পাৰে । সন্তানক লৈ চিন্তা ।
মীনঃ আয় বৃদ্ধিৰ বিকল্প চেষ্টা সাফল্য লাভ । ভ্ৰমণ নকৰাই ভাল । প্ৰেম প্ৰণয়নত শুভ । সৰু-সুৰা অসুখ হ’ব পাৰে ।