২০২২ৰ উচ্চতৰ মাধ্যমিকত কলা শাখাত ৮৩.৪৮ শতাংশ, বাণিজ্য শাখাত ৮৭.২৭ শতাংশ আৰু বিজ্ঞান শাখাত ৯২.১৯ শতাংশ শিক্ষাৰ্থী উত্তীৰ্ণ হৈছে ।
উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত উজলিল নলবাৰীৰ বিদিশা মিশ্ৰ । শংকৰদেৱ একাডেমিৰ বিদিশাই কলা শাখাত দ্বিতীয় স্থান দখল কৰি গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে ।
News Ghagrapar:ঘগ্রাপাৰ জিলা পৰিষদত বিজেপি-অগপৰ মিত্ৰজোঁটৰ প্রাৰ্থী ডিম্বেশ্বৰ বেজবৰুৱা বিপুল ভোটত জয়লাভ May 12, 2025
India Dist. Bjp Pressmeet:বঙাইগাঁৱত পঞ্চায়ত নিৰ্বাচনৰ ফলাফলৰ পিছত জিলা বিজেপি সভাপতি উজ্জ্বল কান্তি ৰায়ৰ সংবাদমেল May 12, 2025