২০২২ৰ উচ্চতৰ মাধ্যমিকত কলা শাখাত ৮৩.৪৮ শতাংশ, বাণিজ্য শাখাত ৮৭.২৭ শতাংশ আৰু বিজ্ঞান শাখাত ৯২.১৯ শতাংশ শিক্ষাৰ্থী উত্তীৰ্ণ হৈছে ।
উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত উজলিল নলবাৰীৰ বিদিশা মিশ্ৰ । শংকৰদেৱ একাডেমিৰ বিদিশাই কলা শাখাত দ্বিতীয় স্থান দখল কৰি গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে ।
Assam মুখ্যমন্ত্ৰীৰ কনভয় পাৰ হ’বলৈ এম্বুলেঞ্চ ৰখোৱাৰ অভিযোগ, কাছাৰত চাৰি আৰক্ষী নিলম্বিত October 1, 2026
India ভাৰত-ম্যানমাৰ সীমান্তৰ নাগা নাগৰিকৰ নিৰাপত্তাক লৈ কেন্দ্ৰ-ৰাজ্য চৰকাৰক জৰুৰী পদক্ষেপৰ দাবী October 1, 2026
Assam তেজপুৰৰ মিছন চাৰিআলিৰ উৰণীয়া সেতুৰ নিৰ্মাণ: ঠিকাদাৰ প্ৰতিষ্ঠানৰ মইমতালিয়ে বিপদত পেলাইছে সৰ্বসাধাৰণক October 1, 2026