উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত উজলিল নলবাৰীৰ বিদিশা মিশ্ৰ । শংকৰদেৱ একাডেমিৰ বিদিশাই কলা শাখাত দ্বিতীয় স্থান দখল কৰি গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে ।

WhatsApp Image 2022 06 27 at 12.20.17 PM
Exit mobile version