২০২২ৰ উচ্চতৰ মাধ্যমিকত কলা শাখাত ৮৩.৪৮ শতাংশ, বাণিজ্য শাখাত ৮৭.২৭ শতাংশ আৰু বিজ্ঞান শাখাত ৯২.১৯ শতাংশ শিক্ষাৰ্থী উত্তীৰ্ণ হৈছে ।
উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত উজলিল নলবাৰীৰ বিদিশা মিশ্ৰ । শংকৰদেৱ একাডেমিৰ বিদিশাই কলা শাখাত দ্বিতীয় স্থান দখল কৰি গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে ।
News Assam Panchayat Election Result: ভোটগণনা অব্যাহত থাকিলেও চালকৰ আসনত বিজেপি মিত্রজোঁট May 12, 2025
India ‘মধ্যস্থতা বিচৰা নাই , পাক অধিকৃত কাশ্মীৰ ঘূৰোৱাৰ লক্ষ্য’, ট্রাম্পৰ প্রস্তাৱক নাকচ কৰি কঠোৰ বার্তা ভাৰতৰ May 11, 2025