মেষঃ বিদ্যা শুভ । মানসিক শান্তি, মামলা মোকৰ্দমা জয় লাভ । শৈশৱৰ স্মৃতি ৰোমন্থন, ভ্ৰমণত শুভ । শুভ ৰং বগা, শুভ সংখ্যা ২ ।
বৃষঃ কৰ্মস্থানত ব্যস্ততা বৃদ্ধি; শিৱ মন্দিৰ দৰ্শনত শুভ হ’ব : পূৰ্বে দূৰ ভ্ৰমণ নকৰিব; বন্ধুবৰ্গৰ পৰা সাৱধান, শুভ ৰং মুগা, শুভ সংখ্যা ৬ ।
মিথুনঃ কৰ্ম বিদ্যাত শুভ, বন্ধুবৰ্গৰ পৰা উপকৃত হ’ব । সা-সম্পত্তি লাভ কৰিব পাৰে । পাৰিবাৰিক মধ্যম, পাতল নীলা শুভ ৰং, শুভ সংখ্যা ৮ ।
কৰ্কটঃ প্ৰভাৱশালী লোকৰ সহযোগিতা পাব; দুঃসাহসি কামত আনৰ উৎসাহ পাব । কৰ্মস্থানত নিজৰ স্থিতি বজাই ৰাখক, ব্যয় বৃদ্ধি, বগা শুভ ৰং, শুভ সংখ্যা ২ ।
সিংহঃ আৰ্থিক বিষয়ত চিন্তা থাকিব, স্বাস্থ্য মধ্যম । কৰ্মসংস্থাপনত উন্নতি, নিৰামিষ আহাৰ খাওক । শুভ ৰং হালধীয়া, শুভ সংখ্যা ৬ ।
কন্যাঃ কৰ্মক্ষেত্ৰত সচেতন হওক । শিৱ মন্দিৰ দৰ্শন কৰক, নিষ্ঠা আৰু সততা বৃদ্ধি, অৰ্থ লাভ; ক্ৰীম ৰং ব্যৱহাৰ কৰক, শুভ সংখ্যা ৩ ।
তুলাঃ কৰ্মত বিচক্ষণতা প্ৰকাশ পাব । বেল গছত পানী দিয়ক, জুইৰ পৰা সাৱধান, শুভ ৰং মাখন, শুভ সংখ্যা ৮ ।
বৃশ্চিকঃ বিদ্যাত শুভ, কৰ্মস্থানত মধ্যম, অবাবত ধন খৰচ হ’ব পাৰে । স্বাস্থ্য কিছু দুৰ্বল , নিচা দ্ৰব্য সেৱন নকৰিব । সোণালী শুভ ৰং, শুভ সংখ্যা ২ ।
ধনুঃ খৰচ বৃদ্ধি । কৰ্মক্ষেত্ৰত মধ্যম । আত্ম অহংকাৰ বৃদ্ধি। পদোন্নতিৰ যোগ । ভ্ৰমণত কষ্ট, শুভ ৰং মুগা, শুভ সংখ্যা ৭ ।
মকৰঃ কৰ্মব্যস্ততা বৃদ্ধি, ব্যৱসায়ী, ৰাজনৈতিক ক্ষেত্ৰত জড়িত লোকৰ সা-সন্মান বৃদ্ধি । আপোনাৰ সৰলতাৰ সুযোগ আনে ল’ব পাৰে, শিৱক স্মৰণ কৰক । শুভ ৰং নীলা, শুভ সংখ্যা ৩ ।
কুম্ভঃ কৰ্মত উন্নতি, স্বাস্থ্যৰ প্ৰতি যত্ন লওক, প্ৰেমত কষ্ট, হঠাৎ অৰ্থ লাভে আনন্দিত কৰিব, শুভ ৰং নীলা, শুভ সংখ্যা ৯ ।
মীনঃ ব্যৱসায়ত শুভ । উন্নতিৰ যোগ । ভ্ৰমণত মধ্যম । কোনো ব্ৰাহ্মণক লগন দান কৰিব । শুভ ৰং বগা, শুভ সংখ্যা ১ ।