সত্ৰনগৰী লজ্জাজনক ঘটনা, মানসিক বিকাৰগ্ৰস্ত যুৱতীক ধৰ্ষণৰ চেষ্টা দুই লম্পটৰ

WhatsApp Image 2022 08 12 at 3.29.34 PM

সত্ৰনগৰী মাজুলীত শুক্ৰবাৰে সংঘটিত হয় নিৰ্লজ্জ ঘটনা ৷ দক্ষিণপাট অঞ্চলৰ এগৰাকী মানসিকভাৱে বিকাৰগ্ৰস্ত যুৱতীক ধৰ্ষণৰ চেষ্টা চলাই দুই লম্পট যুৱকে ৷

অৱশ্যে স্হানীয় লোকৰ তৎপৰতাৰ ৰক্ষা পৰে যুৱতীগৰাকী ৷ ৰাইজে দুই পাষণ্ডক গতাই দিয়ে আৰক্ষীক ৷ ধৰ্ষণৰ অপচেষ্টা চলোৱা দুই পাষণ্ড সঞ্জীৱ দাস আৰু ৰাজ দাস বুলি চিনাক্ত কৰি আৰক্ষীয়ে জিন্মাত লৈ অব্যাহত ৰাখিছে জেৰা ৷

Exit mobile version