Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    National stock exchange:একেদিনাই তিনি হেজাৰ পইণ্টৰ উত্থান: ৮২ হেজাৰ অতিক্ৰম ছেনছেক্সৰ

    কোন দিশে অসমীয়া সমাজ! নৃশংস অপৰাধে উদ্বিগ্ন কৰিছে সকলোকে

    Panchayat Election Results Update:বিৰোধীৰ ৰথী-মহাৰথীৰ ভেটিত কঁপনি তুলি পঞ্চায়তত বিজেপিৰ জয়

    মোডীৰ সতৰ্কবাণীৰ পাছতে জম্মুৰ চাম্বা ছেক্টৰত ড্ৰোন আক্ৰমণৰ চেষ্টা পাকিস্তানৰ!

    ‘দেউতাৰ বাবে গৰ্বিত’, পাক গুলীচালনাত নিহত সৈনিক ইমটিয়াজৰ পুত্ৰৰ ভাষ্য 

    সন্ত্ৰাসবাদ, কাশ্মীৰ, পানী! পাক প্ৰতিৰক্ষা মন্ত্ৰীয়ে ভাৰত আৰু পাকিস্তানৰ মাজত তিনিটা বিষয়ত আলোচনা বিচাৰিছে

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    অহা মাহৰ পৰা একাধিক ফোনত কাম নকৰিব হোৱাটছএপ !

    Game:ভাৰতত কম্পিউটাৰ গেমাৰসকলৰ ৪৪ শতাংশই মহিলা, ডেভেলপাৰ মাত্ৰ ১২ শতাংশ

    Facebook:এই ধৰণৰ কথা ফে’চবুকত পোষ্ট কৰিলে কাৰাগাৰত হ’ব পাৰে বন্দী !

    Google Chrome: সাৱধান ! Google Chrome ব্যৱহাৰকাৰীসকল পৰিব পাৰে হেকাৰৰ কৱলত !

    Maruti Suzuki car prices hikes:ফেব্ৰুৱাৰীৰ পৰা বৃদ্ধি পাব গাড়ীৰ দাম

    ONEPLUS 13 SERIES

    ONEPLUS 13 SERIES : গ্ৰাহকৰ বাবে সুখবৰ, এতিয়াই ক্ৰয় কৰক OnePlus 13 আৰু OnePlus 13R

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    প্ৰিয় খাদ্য খোৱাৰ পাছতো কেনেদৰে ফিট হৈ থাকে অভিনেত্ৰী ৰকুলপ্ৰীত সিং ? 

    ‘সন্ত্রাস সহ্য কৰা নহ’ব’, অক্ষয়ৰ পৰা কংগনালৈকে, ‘অপাৰেচন সিন্দূৰ’ৰ সন্দৰ্ভত কি ক’লে বলিউডে?

    কানাড়া বিতৰ্কত সোণু নিগমক বেংগালুৰু আৰক্ষীৰ চমন

    বলিউডত শোকৰ ছাঁ

    বলিউডত শোকৰ ছাঁ

    পহলগাম ট্রেজেডীত বিশেষ সিদ্ধান্ত শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ানৰ

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ফোন আসক্তিৰ বাবে আপোনাৰ সন্তানৰ আচৰণ সলনি হৈছে?

    দৈনিক এই পাঁচ খাদ্য গ্রহণে ধ্বংস কৰে হৰম’নৰ ভাৰসাম্য

    ডায়েবেটিছ আঁতৰ হ’ব! খালী পেটতে খাওক তিনি আহাৰ

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    নতুন গৱেষণাত ওলাল বিশেষ তথ্য

    নতুন গৱেষণাত ওলাল বিশেষ তথ্য

    প্রেম আপোনাৰ বাবে বোজা হৈ পৰিছে নেকি?

    প্রেম আপোনাৰ বাবে বোজা হৈ পৰিছে নেকি?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

বিনামূলীয়া আঁচনি বৃদ্ধি উদ্বেগজনক

বিনামূলীয়া সামগ্ৰী প্ৰদান আৰু জনকল্যাণ আঁচনিৰ মাজত পাৰ্থক্য আছে : উচ্চতম ন্যায়ালয়

publisher by publisher
August 12, 2022
in India, News
Reading Time: 1 min read
0
বিনামূলীয়া আঁচনি বৃদ্ধি উদ্বেগজনক
3
SHARES
30
VIEWS
ShareShareShareShare

বিনামূলীয়া সামগ্ৰী-সেৱা বিতৰণ আৰু সমাজ কল্যাণ আঁচনি দুটা ভিন্ন বিষয় । বৃহস্পতিবাৰে উচ্চতম ন্যায়ালয়ে এই মত প্ৰকাশ কৰি কয় যে দেশৰ দুৰ্বল অৰ্থনীতি আৰু কল্যাণমূলক আঁচনিসমূহৰ মাজত সমতা ৰাখিব লাগিব । অৱশ্যে নিৰ্বাচনৰ পূৰ্বে এনে বিনামূলীয়া সামগ্ৰী আৰু সেৱা প্ৰদানৰ প্ৰতিশ্ৰুতি দিয়া দলসমূহৰ স্বীকৃতি বাতিলৰ বিবেচনাৰ সম্ভাৱনাৰ বিষয়টো অস্বীকাৰ কৰে উচ্চতম ন্যায়ালয়ে । ১৭ আগষ্টৰ পূৰ্বে এই বিষয়ত অংশীদাৰ পক্ষসমূহৰ পৰা মতামত বিছাৰিছে মুখ্য ন্যায়াধীশ এন ভি ৰামান্না আৰু ন্যায়াধীশ কৃষ্ণ মুৰাৰীৰ যুটীয়া বিচাৰপীঠে ।

ADVERTISEMENT

এই বিচাৰপীঠে কয় যে নিৰ্বাচনৰ সময়ত অযুক্তিকৰভাৱে বিনামূলীয়া সামগ্ৰী প্ৰদানৰ প্ৰতিশ্ৰুতি দিয়া ৰাজনৈতিক দলসমূহৰ স্বীকৃতি বাতিলৰ ধাৰণা অগণতান্ত্ৰিক । মুখ্যন্যায়াধীশে কয়, ‘ম‌ই ৰাজনৈতিক দলৰ পঞ্জীয়ন বাতিল আদি বিষয়ত সোমাব নিবিচাৰো । এয়া এক অগণতান্ত্ৰিক ধাৰণা । আমি এখন গণতান্ত্ৰিক দেশ ।’

RelatedPosts

উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হ’ব বি আৰ গাভাই

Supreme Court ৰাজপথত শিশুৰ স্তনপানত পৃথক কোঠাৰ দাবী, কেন্দ্র আৰু ৰাজ্যক নির্দেশ উচ্চতম ন্যায়ালয়ৰ

Supreme Court:ৰাজপথত শিশুৰ স্তনপানত পৃথক কোঠাৰ দাবী

তেওঁ কয় যে নিৰ্বাচনী প্ৰক্ৰিয়াত এইদৰে অযুক্তিকৰ প্ৰতিশ্ৰুতি প্ৰদানৰ বিষয়টো এটা গুৰুতৰ বিষয় যদিও তেওঁ বিধায়িনীৰ ক্ষেত্ৰত বেদখল নকৰে । মুখ্য ন্যায়াধীশ ৰামান্নাই কয়, ‘আপোনালোকে মোক অনিচ্ছুক অথবা ৰক্ষণশীল বুলি ক’ব পাৰে; কিন্তু ম‌ই বিধায়িনীৰ এক্টিয়াৰৰ খণ্ডত সোমাব নিবিচাৰো । ম‌ই এজন কঠোৰ সংৰক্ষণশীল । বিধায়িনীৰ বাবে থকা অঞ্চলত ম‌ই বেদখল কৰিব নিবিচাৰো । এইটো এটা গুৰুতৰ বিষয় । এয়া সহজ কথা নহয় । আমি খনৰো কথা শুনো আহক ।’

অহা ২৬ আগষ্টত কাৰ্যকালৰ অন্ত পৰিবলগীয়া মুখ্য ন্যায়াধীশ ৰামান্নাই কয় যে জ্যেষ্ঠ অধিবক্তাসকলে কিছুমান পৰামৰ্শ আগবঢ়াইছে আৰু বাকী থকা দলসমূহে তেওঁৰ অৱসৰৰ পূৰ্বে প্ৰয়োজনীয়খিনি কৰিব লাগিব । এইদৰে মন্তব্য কৰি তেওঁ ১৭ আগষ্টত গোচৰটোৰ পৰৱৰ্তী শুনানিৰ দিন ধাৰ্য কৰে ।

মুখ্য ন্যায়াধীশে এইদৰে কয়, ‘বিনামূলীয়া সামগ্ৰী বিতৰণ আৰু কল্যাণমূলক আঁচনি পৃথক বিষয় । ক্ষতিগ্ৰস্ত অৰ্থনীতি আৰু জনকল্যাণৰ মাজত সমতা ৰক্ষা কৰিব লাগিব আৰু সেয়েহে এই বিতৰ্ক হৈছে । নিশ্চয় কোনোবা থাকিব যিয়ে তেওঁলোকৰ দূৰদৃষ্টি আৰু চিন্তা একত্ৰিত কৰিব পাৰে । অনুগ্ৰহ কৰি মোৰ অৱসৰৰ পূৰ্বে এইসমূহ দাখিল কৰক ।’

উচ্চতম ন্যায়ালয়ে বিজেপি নেতা তথা অধিবক্তা অশ্বিনী উপাধ্যায়ে দাখিল কৰা ৰাজহুৱা স্বাৰ্থজড়িত আবেদনৰ শুনানি গ্ৰহণ কৰি আদালতৰ ওচৰ চাপিছে । এনে ৰাজনৈতিক দলসমূহৰ নিৰ্বাচনী প্ৰতীক খাৰিজ কৰিবলৈ আৰু পঞ্জীয়ন বাতিল কৰিবলৈ নিৰ্বাচন আয়োগে ক্ষমতা প্ৰয়োগ কৰিব লাগে বুলি কৈছে । আবেদনকাৰী উপাধ্যায়ৰ হৈ যুক্তি প্ৰদৰ্শন কৰা বিকাশ সিঙৰ বক্তব্য শুনাৰ পাছত বিচাৰপীঠে কয়, ‘এয়া গুৰুতৰ বিষয় আৰু যিসকলে বিনামূলীয়া সুবিধা লৈছে তেওঁলোকে এয়া বিচাৰে । আমাৰ ৰাষ্ট্ৰখন কল্যাণকামী ৰাষ্ট্ৰ । আন কিছুমান ক’ব পাৰে যে তেওঁলোকৰ কৰ আদায় দি আছে আৰু ইয়াক উন্নয়নী প্ৰক্ৰিয়াৰ বাবে জড়িত কৰিব লাগে । সেয়ে দুয়ো পক্ষৰ কথা শুনিব লাগিব কমিটীয়ে ।’

দেশৰ চলিছিটৰ জেনেৰেল তুষাৰ মেহতাই কেন্দ্ৰীয় চৰকাৰৰ হৈ যুক্তি দৰ্শাই কয়, ‘বিনামূলীয়া বিতৰণ শেহতীয়াভাৱে কিছুমান দলে কলাৰ পৰ্যায়লৈ লৈ গৈছে । এই ভেল্কিবাজিৰেই কেৱল নিৰ্বাচন খেলা হয় । দেশৰ নিৰ্বাচনী প্ৰেক্ষাপটত এয়া দুৰ্ভাগ্যজনক যে কিছুমান দলে বিনামূলীয়া সামগ্ৰী বিতৰণেই সমাজৰ কল্যাণকামী পদক্ষেপৰ বাবে একমাত্ৰ পথ বুলি ভাবে । এই বোধগম্যতা সম্পূৰ্ণৰূপে অবৈজ্ঞানিক আৰু ই অৰ্থনৈতিক বিপৰ্যয়ৰ দিশলৈ লৈ যাব ।’ শীৰ্ষ আইন বিষয়াই ইতিমধ্যে চাপৰ সন্মুখীন হোৱা বিদ্যুৎ খণ্ডৰ উদাহৰণ দাঙি ধৰে আৰু কয় যে বহু বিদ্যুৎ উৎপাদনকাৰী আৰু বিতৰণ কোম্পানীৰ লগতে ৰাজহুৱা খণ্ডৰ উদ্যোগসমূহ ভীষণ আৰ্থিক দুৰ্দশাৰ মাজত আছে ।

মুখ্য ন্যায়াধীশে কয় যে বিধায়িনী অথবা নিৰ্বাচন আয়োগে প্ৰৱেশ কৰাৰ সময়লৈ শীৰ্ষ আদালতে নিশ্চিতভাৱে বৃহত্তৰ ৰাষ্ট্ৰীয় স্বাৰ্থৰ খাতিৰত ৰাজনৈতিক দলসমূহৰ বাবে কৰিবলগীয়া আৰু নকৰিবলগীয়া নিৰ্ধাৰণ কৰি দিব লাগিব । তাৎপৰ্যপূৰ্ণভাৱে শুনানিৰ আৰম্ভণিতে মুখ্য ন্যায়াধীশে নিৰ্বাচন আয়োগৰ অতিৰিক্ত শপতনামা বাতৰি কাকতত প্ৰকাশ পোৱাৰ প্ৰসংগ উত্থাপন কৰি কঠোৰভাৱে মন্তব্য কৰে যে ন্যায়াধীশসকলে দেখাৰ পূৰ্বে এইসমূহ তথ্য সংবাদ মাধ্যমলৈ গ’ল । তেওঁ কয়, ‘নিৰ্বাচনী আয়োগে দাখিল কৰা প্ৰত্যুত্তৰ সূচক শপতনামা আমি বাতৰিকাকতত পঢ়িবলগীয়া হ’ল আৰু যোৱা নিশা বহু দেৰি পৰ্যন্ত আমি সেয়া লাভ কৰা নাছিলো । অনুগ্ৰহ কৰি শপতনামাসমূহ কেৱল বাতৰি কাকতকে দিব ।’ এইদৰে কটাক্ষ কৰে মুখ্য ন্যায়াধীশৰ বিচৰপীঠে ।

নিৰ্বাচন আয়োগৰ হৈ উপস্থিত থকা জ্যেষ্ঠ অধিবক্তা মনিন্দৰ সিঙে কয় যে এই শপতনামা অনলাইনযোগে দাখিল কৰা হৈছিল আৰু ইয়াৰ প্ৰতিলিপি গোচৰ আন পক্ষসমূহকো প্ৰেৰণ কৰা হৈছিল । শুনানিৰ পূৰ্বে ক্ষুব্ধ বিচাৰপীঠে প্ৰশ্ন কৰে, ‘আমালৈ নাহিল ই কি দৰে বাতৰি কাকত পালে ? এতিয়া নিৰ্বাচন আয়োগৰ শপতনামা পঢ়িবলগীয়া কি আছে ?’

উল্লেখ্য যে যোৱা তিনি আগষ্টত শীৰ্ষ আদালতে কেন্দ্ৰ, নিটি আয়োগ, বিত্তীয় আয়োগ আদিক বিনামূলীয়া সামগ্ৰী বিতৰণৰ ফুলজাৰিৰ বিষয়টো সন্দৰ্ভত গভীৰভাৱে চিন্তা-চৰ্চা কৰিবলৈ কৈছিল । বিচাৰপীঠে কয়, ‘নিৰ্বাচন আয়োগ আৰু চৰকাৰে এই বিষয়ে একো কৰিব নোৱাৰো বুলি ক’ব নোৱাৰে । তেওঁলোকে বিষয়টো বিবেচনা কৰিব লাগিব আৰু পৰামৰ্শ দিব লাগিব ।’

যোৱা ২৬ জুলাইত এনে অযুক্তিকৰ প্ৰতিশ্ৰুতিৰ বিষয়টোক গুৰুতৰ বুলি অভিহিত কৰিছিল সৰ্বোচ্চ ন্যায়ালয়ে । নিৰ্বাচনৰ সময়ত ৰাজনৈতিক দলসমূহে বিনামূলীয়া সা-সুবিধা প্ৰদানৰ বাবে ভৰা প্ৰতিশ্ৰুতি ফুলজাৰিৰ বিষয়ে উল্লেখ কৰা হৈছিল ।

Share this:

  • Click to share on X (Opens in new window) X
  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Click to share on Pinterest (Opens in new window) Pinterest
  • Click to share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Ashwini UpadhyayN. V. RamanaSupreme Court
publisher

publisher

Related Posts

National stock exchange:একেদিনাই তিনি হেজাৰ পইণ্টৰ উত্থান: ৮২ হেজাৰ অতিক্ৰম ছেনছেক্সৰ
India

May 13, 2025
কোন দিশে অসমীয়া সমাজ! নৃশংস অপৰাধে উদ্বিগ্ন কৰিছে সকলোকে
News

কোন দিশে অসমীয়া সমাজ! নৃশংস অপৰাধে উদ্বিগ্ন কৰিছে সকলোকে

May 13, 2025
Panchayat Election Results Update:বিৰোধীৰ ৰথী-মহাৰথীৰ ভেটিত কঁপনি তুলি পঞ্চায়তত বিজেপিৰ জয়
News

Panchayat Election Results Update:বিৰোধীৰ ৰথী-মহাৰথীৰ ভেটিত কঁপনি তুলি পঞ্চায়তত বিজেপিৰ জয়

May 13, 2025
মোডীৰ সতৰ্কবাণীৰ পাছতে জম্মুৰ চাম্বা ছেক্টৰত ড্ৰোন আক্ৰমণৰ চেষ্টা পাকিস্তানৰ!
India

মোডীৰ সতৰ্কবাণীৰ পাছতে জম্মুৰ চাম্বা ছেক্টৰত ড্ৰোন আক্ৰমণৰ চেষ্টা পাকিস্তানৰ!

May 12, 2025
‘দেউতাৰ বাবে গৰ্বিত’, পাক গুলীচালনাত নিহত সৈনিক ইমটিয়াজৰ পুত্ৰৰ ভাষ্য 
India

‘দেউতাৰ বাবে গৰ্বিত’, পাক গুলীচালনাত নিহত সৈনিক ইমটিয়াজৰ পুত্ৰৰ ভাষ্য 

May 12, 2025
সন্ত্ৰাসবাদ, কাশ্মীৰ, পানী! পাক প্ৰতিৰক্ষা মন্ত্ৰীয়ে ভাৰত আৰু পাকিস্তানৰ মাজত তিনিটা বিষয়ত আলোচনা বিচাৰিছে
India

সন্ত্ৰাসবাদ, কাশ্মীৰ, পানী! পাক প্ৰতিৰক্ষা মন্ত্ৰীয়ে ভাৰত আৰু পাকিস্তানৰ মাজত তিনিটা বিষয়ত আলোচনা বিচাৰিছে

May 12, 2025
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d