Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    হাতত জোতা-চেণ্ডেল লৈ একাঠু পানীত খোজকাঢ়ি উপস্থিত হয় বিদ্যালয়ত ৫৫২ ছাত্ৰ-ছাত্ৰী

    Gahpur:শংকৰ জন্মোৎসৱৰ শোভাযাত্রাত অংশগ্রহণ দুখন গাঁৱৰ মুছলমান সমাজৰ

    Nagaon:নগাঁও জিলা আয়ুক্ত পদৰ পৰা অব্যাহতি লোৱাৰ পূৰ্বে একাংশ মণ্ডলক তিনিবাৰকৈ বদলিৰ তথ্য ফাদিল: ব্যাপক প্রতিক্ৰিয়াৰ সৃষ্টি

    Nagaon:মছজিদত নির্বাচনী সভা বিজেপি প্রার্থীৰ বিৰুদ্ধে আচৰণ বিধি ভংগৰ অভিযোগ

    GAUHATI HIGH COURT:অসমত বিদেশী ঘোষিত লোকেও লাভ কৰিলে ভাৰতীয় পাছপ’ৰ্ট

    IPL Gambling:আইপিএল জুৱাৰ ছিণ্ডিকেটৰ কাণ্ডাৰী দ্বীপেশ বাজোৰিয়াক অৱশেষত গ্ৰেপ্তাৰ ইডিৰ

    মাহৰ পাছত মাহ ৰেচন নোলোৱা গ্ৰাহকৰ কাৰ্ড হ’ব পাৰে নিষ্ক্ৰিয়!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

    ৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে

    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    ট্রেফিক আইন ভংগ কৰিলে বাতিল হ’ব পাৰে ড্রাইভিং লাইচেঞ্চ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

বিনামূলীয়া আঁচনি বৃদ্ধি উদ্বেগজনক

বিনামূলীয়া সামগ্ৰী প্ৰদান আৰু জনকল্যাণ আঁচনিৰ মাজত পাৰ্থক্য আছে : উচ্চতম ন্যায়ালয়

publisher by publisher
August 12, 2022
in India, News
Reading Time: 1 min read
0
বিনামূলীয়া আঁচনি বৃদ্ধি উদ্বেগজনক
3
SHARES
32
VIEWS
ShareShareShareShare

RelatedPosts

SC Grants Anticipatory Bail To Pawan Khera In Assam:গ্ৰেপ্তাৰৰ পৰা সাময়িক সকাহ পৱন খেড়াৰ

Pawan Khera will appeal to the SC:অগ্রিম জামিন বিচাৰি এইবাৰ পৱন খেড়া দ্বাৰস্থ হ’ব সৰ্বোচ্চ ন্যায়ালয়ত

Supreme Court:মুছলমান মহিলাসকলে মছজিদত প্ৰৱেশত কোনো বাধা নাই, নামাজ পঢ়াো কোনো বাধা নাই মুছলমান মহিলাৰ:মুছলিম পাৰ্ছনেল ল ব’ৰ্ডে

বিনামূলীয়া সামগ্ৰী-সেৱা বিতৰণ আৰু সমাজ কল্যাণ আঁচনি দুটা ভিন্ন বিষয় । বৃহস্পতিবাৰে উচ্চতম ন্যায়ালয়ে এই মত প্ৰকাশ কৰি কয় যে দেশৰ দুৰ্বল অৰ্থনীতি আৰু কল্যাণমূলক আঁচনিসমূহৰ মাজত সমতা ৰাখিব লাগিব । অৱশ্যে নিৰ্বাচনৰ পূৰ্বে এনে বিনামূলীয়া সামগ্ৰী আৰু সেৱা প্ৰদানৰ প্ৰতিশ্ৰুতি দিয়া দলসমূহৰ স্বীকৃতি বাতিলৰ বিবেচনাৰ সম্ভাৱনাৰ বিষয়টো অস্বীকাৰ কৰে উচ্চতম ন্যায়ালয়ে । ১৭ আগষ্টৰ পূৰ্বে এই বিষয়ত অংশীদাৰ পক্ষসমূহৰ পৰা মতামত বিছাৰিছে মুখ্য ন্যায়াধীশ এন ভি ৰামান্না আৰু ন্যায়াধীশ কৃষ্ণ মুৰাৰীৰ যুটীয়া বিচাৰপীঠে ।

ADVERTISEMENT

এই বিচাৰপীঠে কয় যে নিৰ্বাচনৰ সময়ত অযুক্তিকৰভাৱে বিনামূলীয়া সামগ্ৰী প্ৰদানৰ প্ৰতিশ্ৰুতি দিয়া ৰাজনৈতিক দলসমূহৰ স্বীকৃতি বাতিলৰ ধাৰণা অগণতান্ত্ৰিক । মুখ্যন্যায়াধীশে কয়, ‘ম‌ই ৰাজনৈতিক দলৰ পঞ্জীয়ন বাতিল আদি বিষয়ত সোমাব নিবিচাৰো । এয়া এক অগণতান্ত্ৰিক ধাৰণা । আমি এখন গণতান্ত্ৰিক দেশ ।’

তেওঁ কয় যে নিৰ্বাচনী প্ৰক্ৰিয়াত এইদৰে অযুক্তিকৰ প্ৰতিশ্ৰুতি প্ৰদানৰ বিষয়টো এটা গুৰুতৰ বিষয় যদিও তেওঁ বিধায়িনীৰ ক্ষেত্ৰত বেদখল নকৰে । মুখ্য ন্যায়াধীশ ৰামান্নাই কয়, ‘আপোনালোকে মোক অনিচ্ছুক অথবা ৰক্ষণশীল বুলি ক’ব পাৰে; কিন্তু ম‌ই বিধায়িনীৰ এক্টিয়াৰৰ খণ্ডত সোমাব নিবিচাৰো । ম‌ই এজন কঠোৰ সংৰক্ষণশীল । বিধায়িনীৰ বাবে থকা অঞ্চলত ম‌ই বেদখল কৰিব নিবিচাৰো । এইটো এটা গুৰুতৰ বিষয় । এয়া সহজ কথা নহয় । আমি খনৰো কথা শুনো আহক ।’

অহা ২৬ আগষ্টত কাৰ্যকালৰ অন্ত পৰিবলগীয়া মুখ্য ন্যায়াধীশ ৰামান্নাই কয় যে জ্যেষ্ঠ অধিবক্তাসকলে কিছুমান পৰামৰ্শ আগবঢ়াইছে আৰু বাকী থকা দলসমূহে তেওঁৰ অৱসৰৰ পূৰ্বে প্ৰয়োজনীয়খিনি কৰিব লাগিব । এইদৰে মন্তব্য কৰি তেওঁ ১৭ আগষ্টত গোচৰটোৰ পৰৱৰ্তী শুনানিৰ দিন ধাৰ্য কৰে ।

মুখ্য ন্যায়াধীশে এইদৰে কয়, ‘বিনামূলীয়া সামগ্ৰী বিতৰণ আৰু কল্যাণমূলক আঁচনি পৃথক বিষয় । ক্ষতিগ্ৰস্ত অৰ্থনীতি আৰু জনকল্যাণৰ মাজত সমতা ৰক্ষা কৰিব লাগিব আৰু সেয়েহে এই বিতৰ্ক হৈছে । নিশ্চয় কোনোবা থাকিব যিয়ে তেওঁলোকৰ দূৰদৃষ্টি আৰু চিন্তা একত্ৰিত কৰিব পাৰে । অনুগ্ৰহ কৰি মোৰ অৱসৰৰ পূৰ্বে এইসমূহ দাখিল কৰক ।’

উচ্চতম ন্যায়ালয়ে বিজেপি নেতা তথা অধিবক্তা অশ্বিনী উপাধ্যায়ে দাখিল কৰা ৰাজহুৱা স্বাৰ্থজড়িত আবেদনৰ শুনানি গ্ৰহণ কৰি আদালতৰ ওচৰ চাপিছে । এনে ৰাজনৈতিক দলসমূহৰ নিৰ্বাচনী প্ৰতীক খাৰিজ কৰিবলৈ আৰু পঞ্জীয়ন বাতিল কৰিবলৈ নিৰ্বাচন আয়োগে ক্ষমতা প্ৰয়োগ কৰিব লাগে বুলি কৈছে । আবেদনকাৰী উপাধ্যায়ৰ হৈ যুক্তি প্ৰদৰ্শন কৰা বিকাশ সিঙৰ বক্তব্য শুনাৰ পাছত বিচাৰপীঠে কয়, ‘এয়া গুৰুতৰ বিষয় আৰু যিসকলে বিনামূলীয়া সুবিধা লৈছে তেওঁলোকে এয়া বিচাৰে । আমাৰ ৰাষ্ট্ৰখন কল্যাণকামী ৰাষ্ট্ৰ । আন কিছুমান ক’ব পাৰে যে তেওঁলোকৰ কৰ আদায় দি আছে আৰু ইয়াক উন্নয়নী প্ৰক্ৰিয়াৰ বাবে জড়িত কৰিব লাগে । সেয়ে দুয়ো পক্ষৰ কথা শুনিব লাগিব কমিটীয়ে ।’

দেশৰ চলিছিটৰ জেনেৰেল তুষাৰ মেহতাই কেন্দ্ৰীয় চৰকাৰৰ হৈ যুক্তি দৰ্শাই কয়, ‘বিনামূলীয়া বিতৰণ শেহতীয়াভাৱে কিছুমান দলে কলাৰ পৰ্যায়লৈ লৈ গৈছে । এই ভেল্কিবাজিৰেই কেৱল নিৰ্বাচন খেলা হয় । দেশৰ নিৰ্বাচনী প্ৰেক্ষাপটত এয়া দুৰ্ভাগ্যজনক যে কিছুমান দলে বিনামূলীয়া সামগ্ৰী বিতৰণেই সমাজৰ কল্যাণকামী পদক্ষেপৰ বাবে একমাত্ৰ পথ বুলি ভাবে । এই বোধগম্যতা সম্পূৰ্ণৰূপে অবৈজ্ঞানিক আৰু ই অৰ্থনৈতিক বিপৰ্যয়ৰ দিশলৈ লৈ যাব ।’ শীৰ্ষ আইন বিষয়াই ইতিমধ্যে চাপৰ সন্মুখীন হোৱা বিদ্যুৎ খণ্ডৰ উদাহৰণ দাঙি ধৰে আৰু কয় যে বহু বিদ্যুৎ উৎপাদনকাৰী আৰু বিতৰণ কোম্পানীৰ লগতে ৰাজহুৱা খণ্ডৰ উদ্যোগসমূহ ভীষণ আৰ্থিক দুৰ্দশাৰ মাজত আছে ।

মুখ্য ন্যায়াধীশে কয় যে বিধায়িনী অথবা নিৰ্বাচন আয়োগে প্ৰৱেশ কৰাৰ সময়লৈ শীৰ্ষ আদালতে নিশ্চিতভাৱে বৃহত্তৰ ৰাষ্ট্ৰীয় স্বাৰ্থৰ খাতিৰত ৰাজনৈতিক দলসমূহৰ বাবে কৰিবলগীয়া আৰু নকৰিবলগীয়া নিৰ্ধাৰণ কৰি দিব লাগিব । তাৎপৰ্যপূৰ্ণভাৱে শুনানিৰ আৰম্ভণিতে মুখ্য ন্যায়াধীশে নিৰ্বাচন আয়োগৰ অতিৰিক্ত শপতনামা বাতৰি কাকতত প্ৰকাশ পোৱাৰ প্ৰসংগ উত্থাপন কৰি কঠোৰভাৱে মন্তব্য কৰে যে ন্যায়াধীশসকলে দেখাৰ পূৰ্বে এইসমূহ তথ্য সংবাদ মাধ্যমলৈ গ’ল । তেওঁ কয়, ‘নিৰ্বাচনী আয়োগে দাখিল কৰা প্ৰত্যুত্তৰ সূচক শপতনামা আমি বাতৰিকাকতত পঢ়িবলগীয়া হ’ল আৰু যোৱা নিশা বহু দেৰি পৰ্যন্ত আমি সেয়া লাভ কৰা নাছিলো । অনুগ্ৰহ কৰি শপতনামাসমূহ কেৱল বাতৰি কাকতকে দিব ।’ এইদৰে কটাক্ষ কৰে মুখ্য ন্যায়াধীশৰ বিচৰপীঠে ।

নিৰ্বাচন আয়োগৰ হৈ উপস্থিত থকা জ্যেষ্ঠ অধিবক্তা মনিন্দৰ সিঙে কয় যে এই শপতনামা অনলাইনযোগে দাখিল কৰা হৈছিল আৰু ইয়াৰ প্ৰতিলিপি গোচৰ আন পক্ষসমূহকো প্ৰেৰণ কৰা হৈছিল । শুনানিৰ পূৰ্বে ক্ষুব্ধ বিচাৰপীঠে প্ৰশ্ন কৰে, ‘আমালৈ নাহিল ই কি দৰে বাতৰি কাকত পালে ? এতিয়া নিৰ্বাচন আয়োগৰ শপতনামা পঢ়িবলগীয়া কি আছে ?’

উল্লেখ্য যে যোৱা তিনি আগষ্টত শীৰ্ষ আদালতে কেন্দ্ৰ, নিটি আয়োগ, বিত্তীয় আয়োগ আদিক বিনামূলীয়া সামগ্ৰী বিতৰণৰ ফুলজাৰিৰ বিষয়টো সন্দৰ্ভত গভীৰভাৱে চিন্তা-চৰ্চা কৰিবলৈ কৈছিল । বিচাৰপীঠে কয়, ‘নিৰ্বাচন আয়োগ আৰু চৰকাৰে এই বিষয়ে একো কৰিব নোৱাৰো বুলি ক’ব নোৱাৰে । তেওঁলোকে বিষয়টো বিবেচনা কৰিব লাগিব আৰু পৰামৰ্শ দিব লাগিব ।’

যোৱা ২৬ জুলাইত এনে অযুক্তিকৰ প্ৰতিশ্ৰুতিৰ বিষয়টোক গুৰুতৰ বুলি অভিহিত কৰিছিল সৰ্বোচ্চ ন্যায়ালয়ে । নিৰ্বাচনৰ সময়ত ৰাজনৈতিক দলসমূহে বিনামূলীয়া সা-সুবিধা প্ৰদানৰ বাবে ভৰা প্ৰতিশ্ৰুতি ফুলজাৰিৰ বিষয়ে উল্লেখ কৰা হৈছিল ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Ashwini UpadhyayN. V. RamanaSupreme Court
publisher

publisher

Related Posts

Jio টাৱাৰ আছে, নেটৱৰ্ক নাই
Assam

Jio টাৱাৰ আছে, নেটৱৰ্ক নাই

September 22, 2026
হাতত জোতা-চেণ্ডেল লৈ একাঠু পানীত খোজকাঢ়ি উপস্থিত হয় বিদ্যালয়ত ৫৫২ ছাত্ৰ-ছাত্ৰী
Assam

হাতত জোতা-চেণ্ডেল লৈ একাঠু পানীত খোজকাঢ়ি উপস্থিত হয় বিদ্যালয়ত ৫৫২ ছাত্ৰ-ছাত্ৰী

September 22, 2026
Gahpur:শংকৰ জন্মোৎসৱৰ শোভাযাত্রাত অংশগ্রহণ দুখন গাঁৱৰ মুছলমান সমাজৰ
Assam

Gahpur:শংকৰ জন্মোৎসৱৰ শোভাযাত্রাত অংশগ্রহণ দুখন গাঁৱৰ মুছলমান সমাজৰ

September 22, 2026
Nagaon:নগাঁও জিলা আয়ুক্ত পদৰ পৰা অব্যাহতি লোৱাৰ পূৰ্বে একাংশ মণ্ডলক তিনিবাৰকৈ বদলিৰ তথ্য ফাদিল: ব্যাপক প্রতিক্ৰিয়াৰ সৃষ্টি
News

Nagaon:মছজিদত নির্বাচনী সভা বিজেপি প্রার্থীৰ বিৰুদ্ধে আচৰণ বিধি ভংগৰ অভিযোগ

September 22, 2026
GAUHATI HIGH COURT:অসমত বিদেশী ঘোষিত লোকেও লাভ কৰিলে ভাৰতীয় পাছপ’ৰ্ট
Assam

GAUHATI HIGH COURT:অসমত বিদেশী ঘোষিত লোকেও লাভ কৰিলে ভাৰতীয় পাছপ’ৰ্ট

September 22, 2026
IPL Gambling:আইপিএল জুৱাৰ ছিণ্ডিকেটৰ কাণ্ডাৰী দ্বীপেশ বাজোৰিয়াক অৱশেষত গ্ৰেপ্তাৰ ইডিৰ
Assam

IPL Gambling:আইপিএল জুৱাৰ ছিণ্ডিকেটৰ কাণ্ডাৰী দ্বীপেশ বাজোৰিয়াক অৱশেষত গ্ৰেপ্তাৰ ইডিৰ

September 22, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d