Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা 

    Sonam Raghuvanshi’s bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন

    Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা

    ছিকিমত কিশোৰ-কিশোৰীৰ স’তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

    Artificial Flood in China:কৃত্ৰিম বানত ডুবিল চীনৰ বাণিজ্যিক চহৰ গুৱাংচি

    উত্তৰপ্ৰদেশত আৰক্ষী ব্যৱস্থা শক্তিশালীকৰণত বৃহৎ পদক্ষেপ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

নগাঁৱৰ কৃষিভূমিৰ ৭১ শতাংশতহে নাই জলসিঞ্চন

বছৰি কোটি কোটি টকা আবণ্টন পোৱা সত্ত্বেও নগঞা কৃষকৰ পথাৰ মৰুময় হৈ ৰ'ল

publisher by publisher
September 5, 2022
in India, Assam, News
Reading Time: 1 min read
0
নগাঁৱৰ কৃষিভূমিৰ ৭১ শতাংশতহে নাই জলসিঞ্চন
1
SHARES
6
VIEWS
ShareShareShareShare

বিজ্ঞান আৰু প্ৰযুক্তিৰ জয়জয়কাৰতো নগাঁও জিলাৰ প্ৰায় ৮০ শতাংশ কৃষক ৰাইজে কৃষিকাৰ্যৰ বাবে বৰষুণলৈ বাট চাই ৰ’ব লাগে । কৃষিপ্ৰধান জিলা নগাঁৱৰ মুঠ কৃষিভূমি ১,৫১,৭৪৪ হেক্টৰ । কিন্তু অতি পৰিমাপৰ বিষয় যে ইয়াৰে মাত্ৰ ৪৪,১৪১ হেক্টৰ কৃষি ভূমিতহে জলসিঞ্চনৰ ব্যৱস্থা আছে । জিলাখনৰ মুঠ কৃষি ভূমিৰ মাত্ৰ ২৯ শতাংশ কৃষিভূমিতহে জলসিঞ্চনৰ ব্যৱস্থা আছে । স্বাধীনতাৰ ৭৫ বছৰৰ পাছতো জলসিঞ্চন ব্যৱস্থা নহ’ল জিলাখনৰ ৭১শতাংশ কৃষি ভূমিত ।

ADVERTISEMENT

চৰকাৰে জিলাখনৰ কৃষক ৰাইজক সকাহ দিয়াৰ লক্ষ্যৰে কোটি কোটি টকা ব্যয় কৰি নগাঁও জিলাত স্থাপন কৰা জলসিঞ্চন আঁচনিসমূহৰ অধিকাংশই এতিয়া বগাহাতীত পৰিণত হোৱা পৰিলক্ষিত হৈছে । চৰকাৰৰ জলসিঞ্চন বিভাগৰ অদক্ষতা, বিভাগীয় বিষয়া-কৰ্মচাৰী আৰু ঠিকাদাৰ আদিৰ দূৰ্নীতিৰাজৰ বাবেই এই আঁচনিসমূহৰ অধিকাংশই অচল-অকামিলা হৈ পৰিছে । যাৰ ফলত সংশ্লিষ্ট জলসিঞ্চন আঁচনিয়ে সামৰা কৃষি ভূমিত সম্পূৰ্ণভাৱে পানী যোগান ধৰিব পৰা নাই । প্ৰয়োজনীয় পানীৰ অভাৱত চৰকাৰী নথিত জলসিঞ্চন ব্যৱস্থাৰে সামৰা বুলি উল্লেখ থকা কৃষি পথাৰো এতিয়া শুকাই কৰাল বান্ধিছে ।

RelatedPosts

Shocking robbery in Nagaon:নগাঁও চহৰৰ মৰিকলঙত নিশা চাঞ্চল্যকৰ ডকাইতি

Heroin Seize in Juria:নগাঁৱৰ জুৰীয়াত আৰক্ষীৰ জালত হে’ৰইন সহ দুই সৰবৰাহকাৰী

NAGAON:নগাঁৱৰ বৰজহাৰ সমাজকৰ্মী প্ৰবীন মজুমদাৰৰ দেহাৱসান

প্ৰাপ্ত তথ্য মতে, জিলাখনত ১১৫ খন জলসিঞ্চন আঁচনি আছে যদিও ইয়াৰ ভিতৰত ৫০ খনৰো অধিক জলসিঞ্চন আঁচনিয়েই অকামিলা হৈ আছে । এই অকামিলা জলসিঞ্চন আঁচনিসমূহৰ ভিতৰত ১৫ খনৰো অধিক আঁচনি মেৰামতি কৰিব পৰা অৱস্থাতেই নাই । স্মৰ্তব্য যে, জলসিঞ্চন বিভাগৰ অকল নগাঁও সংমণ্ডলতেই ৮০ খন জলসিঞ্চন আঁচনি আছে । এই আঁচনিসমূহৰো অধিকাংশ আঁচনি বিকল হৈ থকাৰ লগতে ১০ আঁচনি প্ৰায় বিধ্বস্ত হৈ পৰিছে ।

জিলাখনৰ নগাঁও, ৰহা, কামপুৰ, ধিং, ৰূপহীহাট, কলিয়াবৰ ৰাজহ চক্ৰৰ অন্তৰ্গত বহু কেইখন জলসিঞ্চন আঁচনি বিকল হৈ আছে । যাৰ বাবে কৃষকসকলে শালি ধানৰ খেতিৰ কৰিবলৈ পানীৰ কাৰনে হাহাকাৰ কৰিব লগা হৈছে ।

উল্লেখ্য যে, এইবাৰ জিলাখনৰ ৪২১ খন গাঁৱৰ ২২,২৮৫টা কৃষক পৰিয়াল অনাবৃষ্টি আৰু অভূতপূৰ্ব খৰাঙৰ কৱলত পৰিছে । ফলত পানীৰ অভাৱৰ বাবেই জিলাখনৰ ১১,৯৪১ হেক্টৰ কৃষিভূমিত এইবাৰ কৃষকে শালি ধানৰ খেতি কৰিবলৈ সক্ষম নহ’ল ।

খৰাঙত সৰ্বাধিক আক্ৰান্ত হয় জিলাখনৰ চামগুৰি ৰাজহ চক্ৰ অঞ্চলৰ কৃষকসকল । তদুপৰি জিলাখনৰ চাপৰমুখ কৃষি চক্ৰৰ অঞ্চলত প্ৰায় এশ হেক্টৰ, শেনচোৱা কৃষি চক্ৰত ৩২ হেক্টৰ, চকলাঘাট কৃষি চক্ৰত ৫২০ হেক্টৰ, দেওধৰত ৩৬০ হেক্টৰ, ননৈত ২২০ হেক্টৰ, তেলিয়া বেবেজীয়াত ২৫০ হেক্টৰ, ৰূপহীত ২৫৭১ হেক্টৰ, কামপুৰত ৩৮৫ হেক্টৰ, কচুৱাত ২৭০ হেক্টৰ, চাপৰ মুখত ৫৭ হেক্টৰ, ৰহাত ৭৪ হেক্টৰ, বাৰপুজীয়াত ১৩০ হেক্টৰ, পুৰণিগুদামত ৩২১০ হেক্টৰ, চামগুৰিত প্ৰায় ৭০০ হেক্টৰ, বৰভুগীয়াত ৬৪৮ হেক্টৰ, জখলাবন্ধাত ৮৬০ হেক্টৰ, হাটবৰত কৃষি চক্ৰ অঞ্চলত ১২১২ হেক্টৰ কৃষি ভূমিত এইবাৰ কৃষকে শালী ধানৰ খেতি ৰোপন কৰিব নোৱাৰিলে অনাবৃষ্টি-অভূতপূৰ্ব খৰাঙৰ ফলত ।

নগাঁও জিলাত জনসিঞ্চনৰ সু-ব্যৱস্থা নথকাত এইবাৰ কৃষকে ভালদৰে শালি ধানৰ খেতি কৰিব পৰা নাই। জিলা খনত ৯৩, ২৭৫ হেক্টৰ কৃষিভূমি কৃষকে শালি ধানৰ খেতিৰ বাবে উপযুক্ত । কৃষকে দ-চানেকীয়া মাটিত শালি ধানৰ কঠিয়া ৰোপন কৰিছিলি যদিও প্ৰখৰ ৰ’দ আৰু অনাবৃষ্টিৰ বাবে ৰোপন কৰা শালি ধানৰ কঠিয়াও শুকাই যোৱা পৰিলক্ষিত হৈছে ।

জিলাখনৰ কেৱল নগাঁও জলসিঞ্চন সংমণ্ডলৰ অধীনস্থ ৭১ শতাংশ কৃষকৰ পথাৰলৈ জলসিঞ্চনৰ আঁচনিৰ পানী বৈ নাযায় যদিও এই সংমণ্ডলটোত বিভিন্ন জলসিঞ্চন আঁচনিৰ নামত প্ৰতিটো বিত্তীয় বৰ্ষতে কোটি কোটি টকাৰ অবাধ লুন্ঠন চলি থকা পৰিলক্ষিত হৈছে । প্ৰাপ্ত তথ্য অনুসৰি, এই জলসিঞ্চন সংমণ্ডলটোৱে কেৱল ২০১৮-২০১৯ আৰু ২০১৯-২০২০ বিত্তীয় বৰ্ষ দুটাতে কেতবোৰ জলসিঞ্চন আঁচনিৰ কামৰ বাবদ আবন্টন লাভ কৰিছিল ২৪ কোটি ৬৭ লাখ ৯৩ হেজাৰ ৩৯৩ টকা ।

ইপিনে, নগাঁও জলসিঞ্চন সংমণ্ডলত ২০১৯-২০২০ বিত্তীয় বৰ্ষত প্ৰধানমন্ত্ৰী কৃষি সমৃদ্ধি যোজনা ‘হৰ খেত কা পানী’ আঁচনিৰ অধীনত আবন্টন লাভ কৰিছিল ১৩ কোটি ১৩ লাখ ৯৩২ টকা । প্ৰতি ডৰা খেতিতে পানী শ্ল’গানেৰে এই আঁচনিৰ নামত কোটি কোটি টকা খৰচ কৰা হ’ল যদিও নগাঁও জলসিঞ্চন সংমণ্ডলৰ অধীনস্থ অজস্ৰ কৃষকে এইবাৰ পানীৰ অভাৱতেই শালি ধানৰ খেতি কৰিব নোৱাৰিলে ।

নগাঁও জলসিঞ্চন সংমণ্ডলে বিত্তীয় বৰ্ষ দুটাত ২৪ কোটি ৬৭ লাখ ৯৩ হেজাৰ ৩৯৩ টকা আবন্টন লাভ কৰিলেও কৃষকৰ মৰুময় শুকাণ পথাৰলৈ জলসিঞ্চনৰ পানী বৈ নগ’ল । ইয়াৰ বিপৰীতে আঁচনিৰ ধনেৰে ধনবান হ’ল বিভাগটোৰ একাংশ বিষয়া-কৰ্মচাৰী আৰু ঠিকাদাৰহে ।

নগাঁও জলসিঞ্চন সংমণ্ডলে এম এণ্ড আৰ আঁচনিৰ অধীনত বিগত ২০১৯-২০২০ বৰ্ষত এক কোটি ৮৪ লাখ ৬৭ হেজাৰ ৯১৬ টকা আবন্টন লাভ কৰিছিল । জলসিঞ্চন সংমণ্ডলটোৰ অধীনস্থ একাংশ বৈদ্যুতিক উত্তোলিত জলসিঞ্চন আঁচনি, বোৱতী জলসিঞ্চন আঁচনি আৰু গভীৰ নলীনাদ জলসিঞ্চন আঁচনিৰ তত্বাৱধান আৰু মেৰামতিৰ কামৰ বাবে এই বৃহৎ পৰিমাণৰ পুঁজি আবন্টন দিয়া হৈছিল ।

আনহাতে, নগাঁও জলসিঞ্চন সংমণ্ডলে ২০২১-২০২২ বিত্তীয় বৰ্ষটো বিভিন্ন আঁচনিৰ অধীনত বহু পৰিমাণে ধনৰ আবন্টন লাভ কৰে ।

বিভাগীয় নথিত আবন্টিত ধনৰে ৰূপায়ণ কৰিব লগা আঁচনিৰ কামবোৰ সঠিকভাৱেই কৰা বুলি উল্লেখ কৰা হয় যদিও বাস্তৱ ক্ষেত্ৰত ইয়াৰ ছবিখন সম্পূৰ্ণ বিপৰীত । কৃষকৰ পথাৰত পানী যোগানৰ নামত প্ৰতি বছৰে কোটি কোটি টকা আবন্টন দিয়া হয়, গ্ৰহণ কৰা হয় বিভিন্ন আঁচনিৰ । কিন্তু আঁচনিৰ ধনৰে প্ৰকৃত কাম সম্পাদন কৰাতকৈ আবন্টিত ধনৰ ওপৰত বছৰ বছৰ ধৰি অবাধ লুন্ঠন চলি আহিছে ।ফলত জলসিঞ্চন আঁচনিসমূহৰ অধিকাংশই আজিও কাৰ্যক্ষম হৈ নুঠিল । ফলত নগঞা কৃষকৰ পথাৰ আজিও মৰুময় হৈয়েই ৰ’ল ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: DroughtIrrigationNagaon
publisher

publisher

Related Posts

উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা 
News

April 28, 2026
Sonam Raghuvanshi’s bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন
News

Sonam Raghuvanshi’s bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন

April 28, 2026
Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা
News

Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা

April 28, 2026
ছিকিমত কিশোৰ-কিশোৰীৰ স’তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে
India

ছিকিমত কিশোৰ-কিশোৰীৰ স’তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

April 28, 2026
Artificial Flood in China:কৃত্ৰিম বানত ডুবিল চীনৰ বাণিজ্যিক চহৰ গুৱাংচি
News

Artificial Flood in China:কৃত্ৰিম বানত ডুবিল চীনৰ বাণিজ্যিক চহৰ গুৱাংচি

April 28, 2026
উত্তৰপ্ৰদেশত আৰক্ষী ব্যৱস্থা শক্তিশালীকৰণত বৃহৎ পদক্ষেপ
India

উত্তৰপ্ৰদেশত আৰক্ষী ব্যৱস্থা শক্তিশালীকৰণত বৃহৎ পদক্ষেপ

April 28, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d