Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Himanta Viswa Sarma:ৰাজ্য চৰকাৰে মুকলি কৰিলে স্বাগত সতীৰ্থ প’ৰ্টেল

    Goa Strong Men: শিলেৰে গঠিত ভূমিত কুঁৱা খান্দি খৰাংপীড়িত ৰাইজক দিলে পানী

    Hujai Protest: ঈদৰ নামাজ আদায়ৰ পাছতে পাকিস্তানৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ

    Abhineel Murder Incident: মন্থৰ হৈছে অভি-নীল হত্যাকাণ্ডৰ বিচাৰ

    Religious minorities protest: পবিত্র ঈদৰ দিনাই ৰাজ্যৰ ভিন্ন প্ৰান্তত প্রতিবাদ ধর্মীয় সংখ্যালঘু লোকৰ

    Cm Tweets:দেশবিৰোধী মন্তব্য কৰি পুনৰ গ্ৰেপ্তাৰ ২ যুৱক

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    গুগল ক্ৰ’মৰ বিষয়ে সতৰ্কবাণী প্ৰদান কৰিছে কেন্দ্ৰই ! সচেতন হওক আৰু সাৱধান হওক

    অহা মাহৰ পৰা একাধিক ফোনত কাম নকৰিব হোৱাটছএপ !

    Game:ভাৰতত কম্পিউটাৰ গেমাৰসকলৰ ৪৪ শতাংশই মহিলা, ডেভেলপাৰ মাত্ৰ ১২ শতাংশ

    Facebook:এই ধৰণৰ কথা ফে’চবুকত পোষ্ট কৰিলে কাৰাগাৰত হ’ব পাৰে বন্দী !

    Google Chrome: সাৱধান ! Google Chrome ব্যৱহাৰকাৰীসকল পৰিব পাৰে হেকাৰৰ কৱলত !

    Maruti Suzuki car prices hikes:ফেব্ৰুৱাৰীৰ পৰা বৃদ্ধি পাব গাড়ীৰ দাম

  • Entertainment
    • All
    • Movie
    • Music
    আঠ ঘণ্টাৰ অধিক কাম নকৰে অভিনেত্ৰী দীপিকাই, সমৰ্থন মনিৰত্নৰ 

    ‘বিগ বছ’ এৰি ‘বিগ বি’ৰ আসনত বহাৰ মন ভাইজানৰ 

    সন্দীপ ৰেঙী বংগাৰ নতুন ছবি ‘স্পিৰিট ‘ত দেখা নাপাব দীপিকাক

    দাদাচাহেব ফাল্কে বায়’পিকক লৈ বলিউদ দক্ষিণৰ ‘টাগ অৱ ৱাৰ ‘

    টিক্‌টক্‌ লাইভৰ সময়তে বিউটি ইনফ্লুৱেন্সাৰক গুলীয়াই হত্যা

    প্ৰিয় খাদ্য খোৱাৰ পাছতো কেনেদৰে ফিট হৈ থাকে অভিনেত্ৰী ৰকুলপ্ৰীত সিং ? 

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    প্ৰটিন সমৃদ্ধ কিন্তু পেট গধূৰ অনুভৱ নকৰিলে 

    টোপনিৰ সমস্যাত ভুগিছে? মীৰাৰ এই টিপছ ব্যৱহাৰ কৰক

    ভিটামিন ডি’ৰ অভাৱত হ’ব পাৰে চুলি আৰু ছালৰ ক্ষতি ! জানি লওক ইয়াৰ লক্ষণ

    কৃতিৰ ঘৰতে বনোৱা টোনাৰত কোন দুটা উপাদান আছে জানেনে?

    বন্ধু এজনে অভিমান কৰিছে নেকি ? সহজ-সৰল কৌশলেৰে ভাঙক অভিমান 

    গুগল ক্র’ম ৰ সন্দৰ্ভত কেন্দ্ৰই জাৰি কৰিছে সতৰ্কবাণী!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

অসমীয়া প্ৰতিদিনৰ জ্যেষ্ঠ সাংবাদিক বনজিত ঠাকুৰীয়াৰ ওপৰত আক্ৰমণঃ গুৱাহাটী প্ৰেছ ক্লাবত প্ৰতিবাদী সভা

আক্ৰমণকাৰী আৰু চানমাৰি থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী

publisher by publisher
September 8, 2022
in India, Assam, News
Reading Time: 1 min read
0
অসমীয়া প্ৰতিদিনৰ জ্যেষ্ঠ সাংবাদিক বনজিত ঠাকুৰীয়াৰ ওপৰত আক্ৰমণঃ গুৱাহাটী প্ৰেছ ক্লাবত প্ৰতিবাদী সভা
1
SHARES
13
VIEWS
ShareShareShareShare

২৪  ঘন্টাৰ ভিতৰত ব্যৱস্থা নললে প্ৰতিবাদী কাৰ্যসূচীৰ সিদ্ধান্তঃ মুখ্যমন্ত্ৰীলৈ স্মাৰকপত্ৰ প্ৰেৰণ

ADVERTISEMENT

RelatedPosts

দেৰগাঁওত অনুষ্ঠিত অসম চৰকাৰৰ মন্ত্ৰীসভাৰ কেবিনেট বৈঠকৰ প্ৰাক মুহূৰ্তত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক উষ্ম আদৰণী জনায় কৃষি মন্ত্ৰী অতুল বৰাই

Himanta Biswa Sarma:মহানগৰীৰ লাচিত নগৰৰ হনুমান মন্দিৰত পূজা-অৰ্চনা মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মা

Himanta Biswa Sarma:যুদ্ধকালীন পৰিস্থিতিৰ বাবে ৰাজ্য চৰকাৰৰ চতুৰ্থ বর্ষপূর্তিত নহয় কোনো বিশেষ অনুষ্ঠান

অসমীয়া প্ৰতিদিনৰ সাংবাদিক বনজিত ঠাকুৰীয়াই নিশা বাতৰি সংগ্ৰহৰ বাবে যাওতেই আক্ৰমণৰ বলি হোৱা ঘটনাত আজি গভীৰ উদ্দ্যেগ প্ৰকাশ কৰে গুৱাহাটী প্ৰেছ ক্লাবত অনুষ্ঠিত হোৱা প্ৰতিবাদী সভাই৷ গুৱাহাটী প্ৰেছ ক্লাবৰ সভাপতি মনোজ কুমাৰ নাথৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখনত মহানগৰীৰ বহু সংখ্যক সাংবাদিক সংবাদকৰ্মী উপস্থিত থাকি জেষ্ঠ সাংবাদিক ঠাকুৰীয়াৰ আক্ৰমণকাৰীক ওপৰত শীঘ্ৰেই ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী উত্থাপন কৰে৷ লগতে আক্ৰমণৰ সম্মুখীন হোৱা ঠাকুৰীয়াকহে অভিযুক্ত সজাই চানমাৰি আৰক্ষীয়ে পক্ষপাতমূলক আচৰন গ্ৰহন কৰাক লৈয়ো প্ৰতিবাদী সভাই গভীৰ উদ্দেগ প্ৰকাশ কৰি আৰক্ষীৰ এনে কাৰ্যক কঠোৰ ভাষাৰে গৰিহনা দিয়ে ৷

আজিৰ সভাই এই সমগ্ৰ ঘটনাটো এক স্মাৰকপত্ৰ যোগে গৃহ বিভাগৰ দায়িত্বত থকা মূখ্যমন্ত্ৰীক অবাগত কৰি তেওঁৰ তাৎক্ষণিক হস্তক্ষেপৰ দাবী জনায় ৷ লগতে সাংবাদিকৰ সুৰক্ষাৰ দাবীত প্ৰতিবাদী কাৰ্যসূচী লোৱাৰ সিদ্ধান্তও গ্ৰহন কৰে ৷ উল্লেখযোগ্য যে প্ৰতিবাদী সভাখনত ভাষন প্ৰদান কৰি গুৱাহাটী প্ৰেছ ক্লাবৰ সভাপতি মনোজ কুমাৰ নাথে জেষ্ঠ সাংবাদিক বনজিত ঠাকুৰীয়াক আক্ৰমণ কৰা সকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লবলৈ দাবী জনায়৷ এইয়া অকল এজন সাংবাদিকৰ ওপৰত নহয়, সমগ্ৰ সংবাদ মাধ্যমৰ ওপৰত আক্ৰমণ বুলি মন্তব্য কৰে৷ অসমীয়া প্ৰতিদিনৰ সহযোগী সম্পাদক প্ৰকাশ মহন্তই কয় যে বনজিত ঠাকুৰীয়াৰ আক্ৰমণৰ ঘটনাটোক লৈ আৰক্ষীয়ে পক্ষপাতমূলক আচৰন গ্ৰহণ কৰিছে৷ আক্ৰমণকাৰীৰ বিৰুদ্ধে ব্যৱস্থা লোৱাৰ সলনি ওলোটাই নিৰ্যাতিত সাংবাদিক বনজিত ঠাকুৰীয়াইহে জামিন লৈ থানাৰ পৰা আহিবলগীয়া হৈছে ৷

এয়া ভয়ংকৰ ভৱিষ্যতৰ ইংগিত বুলি মত পোষণ কৰি মহন্তই কয় যে মূখ্যমন্ত্ৰীয়ে আৰক্ষীক সংস্কাৰৰ বাবে বাৰম্বাৰ নিৰ্দেশ দিছে৷ কিন্তু মূখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পিছতো আৰক্ষীৰ মাজত ব্যৱধান থাকি গৈছে নেকি বুলিও মহন্তই প্ৰশ্ন উত্থাপন কৰে৷ গুৱাহাটী প্ৰেছ ক্লাবৰ সম্পাদক সঞ্জয় ৰায়ে সাংবাদিকৰ আক্ৰমণ কৰা ঘটনাক গৰিহণা দি কয় ‘সাংবাদিককে কেনেকৈ বাতৰি পৰিৱেশন কৰিব সেয়া এখন থানাৰ ভাৰপ্ৰাপ্ত বিষয়াই কব নোৱাৰে৷ আমি কেনেকৈ বাতৰি সংগ্ৰহ বা পৰিৱেশন কৰিম সেয়া ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ পৰা নিশিকো’৷

জেষ্ঠ সাংবাদিক ধ্ৰুৱজ্যোতি পাঠকে বনজিত ঠাকুৰীয়াৰ ওপৰত চলা আক্ৰমণৰ ঘটনাটোত আৰক্ষীয়ে নিশা এটা স্হিতি আৰু পুৱা আন এটা স্হিতি গ্ৰহণ কৰা বুলি ব্যক্ত কৰে৷ তেওঁ কয় যে আক্ৰমণকাৰীৰ ওপৰত ব্যৱস্থা লোৱাৰ পৰিৱৰ্তে আৰক্ষীয়ে নিৰ্যাতিত ঠাকুৰীয়াকহে আচামী সূলভ আচৰন কৰে৷ আনকি নিশা চানমাৰি কমাৰ্চ কলেজৰ সম্মূখত অগ্নিকাণ্ডৰ সংবাদ সংগ্ৰহৰ বাবে যোৱা ঠাকুৰীয়াইহে কিবা প্ৰশ্ন কৰিছিল বুলি আৰক্ষীয়ে জবাবদিহি কৰে৷ সাংবাদিকে প্ৰশ্নও কৰিব নোৱাৰা পৰিৱেশ সৃষ্টি হোৱাটো অতি ভয়াৱহ বুলি পাঠকে ব্যক্ত কৰে ৷

প্ৰতিবাদী সভাত জেষ্ঠ সাংবাদিক দ্বীপেন বায়ন, পাৰ্থ দেৱগোস্বামী, বলদেৱ পাণ্ডে, সন্তোষ আগৰৱালা, ৰাজতিলক বৰ্মন, নিবিড় নিতিশ, পাৰ্থপ্ৰতীম বৰুৱা, সমৰজ্যোতি শৰ্মা, মিতালী কোৱৰ, লগতে ফটো সাংবাদিক চিন্ময় ৰয়, ৰেৱ কুমাৰ বৰা, দিব্যজ্যোতি দাস ৰাভাকে ধৰি বহুসংখ্যক সাংবাদিক- সংবাদ কৰ্মীয়ে সংবাদ কৰ্মী উপস্থিত থাকি সাংবাদিক আক্ৰমণৰ ঘটনাক গৰিহণা দিয়ে৷ ভৱিষ্যতে যাতে সাংবাদিকৰ ওপৰত এনেধৰণৰ ঘটনা সংঘটিত নহয় তাৰ বাবে গৃহ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰীক দাবী জনাইছে ৷

Share this:

  • Click to share on X (Opens in new window) X
  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Click to share on Pinterest (Opens in new window) Pinterest
  • Click to share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Banjit ThakuriaHimanta Biswa Sarma
publisher

publisher

Related Posts

Himanta Viswa Sarma:ৰাজ্য চৰকাৰে মুকলি কৰিলে স্বাগত সতীৰ্থ প’ৰ্টেল
News

June 7, 2025
Goa Strong Men: শিলেৰে গঠিত ভূমিত কুঁৱা খান্দি খৰাংপীড়িত ৰাইজক দিলে পানী
News

Goa Strong Men: শিলেৰে গঠিত ভূমিত কুঁৱা খান্দি খৰাংপীড়িত ৰাইজক দিলে পানী

June 7, 2025
Hujai Protest: ঈদৰ নামাজ আদায়ৰ পাছতে পাকিস্তানৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ
News

Hujai Protest: ঈদৰ নামাজ আদায়ৰ পাছতে পাকিস্তানৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ

June 7, 2025
Abhineel Murder Incident: মন্থৰ হৈছে অভি-নীল হত্যাকাণ্ডৰ বিচাৰ
News

Abhineel Murder Incident: মন্থৰ হৈছে অভি-নীল হত্যাকাণ্ডৰ বিচাৰ

June 7, 2025
Religious minorities protest: পবিত্র ঈদৰ দিনাই ৰাজ্যৰ ভিন্ন প্ৰান্তত প্রতিবাদ ধর্মীয় সংখ্যালঘু লোকৰ
Assam

Religious minorities protest: পবিত্র ঈদৰ দিনাই ৰাজ্যৰ ভিন্ন প্ৰান্তত প্রতিবাদ ধর্মীয় সংখ্যালঘু লোকৰ

June 7, 2025
Cm Tweets:দেশবিৰোধী মন্তব্য কৰি পুনৰ গ্ৰেপ্তাৰ ২ যুৱক
News

Cm Tweets:দেশবিৰোধী মন্তব্য কৰি পুনৰ গ্ৰেপ্তাৰ ২ যুৱক

June 7, 2025
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d