Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    হাতত জোতা-চেণ্ডেল লৈ একাঠু পানীত খোজকাঢ়ি উপস্থিত হয় বিদ্যালয়ত ৫৫২ ছাত্ৰ-ছাত্ৰী

    Gahpur:শংকৰ জন্মোৎসৱৰ শোভাযাত্রাত অংশগ্রহণ দুখন গাঁৱৰ মুছলমান সমাজৰ

    Nagaon:নগাঁও জিলা আয়ুক্ত পদৰ পৰা অব্যাহতি লোৱাৰ পূৰ্বে একাংশ মণ্ডলক তিনিবাৰকৈ বদলিৰ তথ্য ফাদিল: ব্যাপক প্রতিক্ৰিয়াৰ সৃষ্টি

    Nagaon:মছজিদত নির্বাচনী সভা বিজেপি প্রার্থীৰ বিৰুদ্ধে আচৰণ বিধি ভংগৰ অভিযোগ

    GAUHATI HIGH COURT:অসমত বিদেশী ঘোষিত লোকেও লাভ কৰিলে ভাৰতীয় পাছপ’ৰ্ট

    IPL Gambling:আইপিএল জুৱাৰ ছিণ্ডিকেটৰ কাণ্ডাৰী দ্বীপেশ বাজোৰিয়াক অৱশেষত গ্ৰেপ্তাৰ ইডিৰ

    মাহৰ পাছত মাহ ৰেচন নোলোৱা গ্ৰাহকৰ কাৰ্ড হ’ব পাৰে নিষ্ক্ৰিয়!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

    ৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে

    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    ট্রেফিক আইন ভংগ কৰিলে বাতিল হ’ব পাৰে ড্রাইভিং লাইচেঞ্চ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

অসমীয়া প্ৰতিদিনৰ জ্যেষ্ঠ সাংবাদিক বনজিত ঠাকুৰীয়াৰ ওপৰত আক্ৰমণঃ গুৱাহাটী প্ৰেছ ক্লাবত প্ৰতিবাদী সভা

আক্ৰমণকাৰী আৰু চানমাৰি থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী

publisher by publisher
September 8, 2022
in Assam, India, News
Reading Time: 1 min read
0
অসমীয়া প্ৰতিদিনৰ জ্যেষ্ঠ সাংবাদিক বনজিত ঠাকুৰীয়াৰ ওপৰত আক্ৰমণঃ গুৱাহাটী প্ৰেছ ক্লাবত প্ৰতিবাদী সভা
2
SHARES
22
VIEWS
ShareShareShareShare

RelatedPosts

Dergaon:দেৰগাঁও লাচিত বৰফুকন পুলিচ একাডেমিৰ দীক্ষান্ত সমাৰোহত মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মা

RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া

২৪  ঘন্টাৰ ভিতৰত ব্যৱস্থা নললে প্ৰতিবাদী কাৰ্যসূচীৰ সিদ্ধান্তঃ মুখ্যমন্ত্ৰীলৈ স্মাৰকপত্ৰ প্ৰেৰণ

ADVERTISEMENT

অসমীয়া প্ৰতিদিনৰ সাংবাদিক বনজিত ঠাকুৰীয়াই নিশা বাতৰি সংগ্ৰহৰ বাবে যাওতেই আক্ৰমণৰ বলি হোৱা ঘটনাত আজি গভীৰ উদ্দ্যেগ প্ৰকাশ কৰে গুৱাহাটী প্ৰেছ ক্লাবত অনুষ্ঠিত হোৱা প্ৰতিবাদী সভাই৷ গুৱাহাটী প্ৰেছ ক্লাবৰ সভাপতি মনোজ কুমাৰ নাথৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখনত মহানগৰীৰ বহু সংখ্যক সাংবাদিক সংবাদকৰ্মী উপস্থিত থাকি জেষ্ঠ সাংবাদিক ঠাকুৰীয়াৰ আক্ৰমণকাৰীক ওপৰত শীঘ্ৰেই ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী উত্থাপন কৰে৷ লগতে আক্ৰমণৰ সম্মুখীন হোৱা ঠাকুৰীয়াকহে অভিযুক্ত সজাই চানমাৰি আৰক্ষীয়ে পক্ষপাতমূলক আচৰন গ্ৰহন কৰাক লৈয়ো প্ৰতিবাদী সভাই গভীৰ উদ্দেগ প্ৰকাশ কৰি আৰক্ষীৰ এনে কাৰ্যক কঠোৰ ভাষাৰে গৰিহনা দিয়ে ৷

আজিৰ সভাই এই সমগ্ৰ ঘটনাটো এক স্মাৰকপত্ৰ যোগে গৃহ বিভাগৰ দায়িত্বত থকা মূখ্যমন্ত্ৰীক অবাগত কৰি তেওঁৰ তাৎক্ষণিক হস্তক্ষেপৰ দাবী জনায় ৷ লগতে সাংবাদিকৰ সুৰক্ষাৰ দাবীত প্ৰতিবাদী কাৰ্যসূচী লোৱাৰ সিদ্ধান্তও গ্ৰহন কৰে ৷ উল্লেখযোগ্য যে প্ৰতিবাদী সভাখনত ভাষন প্ৰদান কৰি গুৱাহাটী প্ৰেছ ক্লাবৰ সভাপতি মনোজ কুমাৰ নাথে জেষ্ঠ সাংবাদিক বনজিত ঠাকুৰীয়াক আক্ৰমণ কৰা সকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লবলৈ দাবী জনায়৷ এইয়া অকল এজন সাংবাদিকৰ ওপৰত নহয়, সমগ্ৰ সংবাদ মাধ্যমৰ ওপৰত আক্ৰমণ বুলি মন্তব্য কৰে৷ অসমীয়া প্ৰতিদিনৰ সহযোগী সম্পাদক প্ৰকাশ মহন্তই কয় যে বনজিত ঠাকুৰীয়াৰ আক্ৰমণৰ ঘটনাটোক লৈ আৰক্ষীয়ে পক্ষপাতমূলক আচৰন গ্ৰহণ কৰিছে৷ আক্ৰমণকাৰীৰ বিৰুদ্ধে ব্যৱস্থা লোৱাৰ সলনি ওলোটাই নিৰ্যাতিত সাংবাদিক বনজিত ঠাকুৰীয়াইহে জামিন লৈ থানাৰ পৰা আহিবলগীয়া হৈছে ৷

এয়া ভয়ংকৰ ভৱিষ্যতৰ ইংগিত বুলি মত পোষণ কৰি মহন্তই কয় যে মূখ্যমন্ত্ৰীয়ে আৰক্ষীক সংস্কাৰৰ বাবে বাৰম্বাৰ নিৰ্দেশ দিছে৷ কিন্তু মূখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পিছতো আৰক্ষীৰ মাজত ব্যৱধান থাকি গৈছে নেকি বুলিও মহন্তই প্ৰশ্ন উত্থাপন কৰে৷ গুৱাহাটী প্ৰেছ ক্লাবৰ সম্পাদক সঞ্জয় ৰায়ে সাংবাদিকৰ আক্ৰমণ কৰা ঘটনাক গৰিহণা দি কয় ‘সাংবাদিককে কেনেকৈ বাতৰি পৰিৱেশন কৰিব সেয়া এখন থানাৰ ভাৰপ্ৰাপ্ত বিষয়াই কব নোৱাৰে৷ আমি কেনেকৈ বাতৰি সংগ্ৰহ বা পৰিৱেশন কৰিম সেয়া ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ পৰা নিশিকো’৷

জেষ্ঠ সাংবাদিক ধ্ৰুৱজ্যোতি পাঠকে বনজিত ঠাকুৰীয়াৰ ওপৰত চলা আক্ৰমণৰ ঘটনাটোত আৰক্ষীয়ে নিশা এটা স্হিতি আৰু পুৱা আন এটা স্হিতি গ্ৰহণ কৰা বুলি ব্যক্ত কৰে৷ তেওঁ কয় যে আক্ৰমণকাৰীৰ ওপৰত ব্যৱস্থা লোৱাৰ পৰিৱৰ্তে আৰক্ষীয়ে নিৰ্যাতিত ঠাকুৰীয়াকহে আচামী সূলভ আচৰন কৰে৷ আনকি নিশা চানমাৰি কমাৰ্চ কলেজৰ সম্মূখত অগ্নিকাণ্ডৰ সংবাদ সংগ্ৰহৰ বাবে যোৱা ঠাকুৰীয়াইহে কিবা প্ৰশ্ন কৰিছিল বুলি আৰক্ষীয়ে জবাবদিহি কৰে৷ সাংবাদিকে প্ৰশ্নও কৰিব নোৱাৰা পৰিৱেশ সৃষ্টি হোৱাটো অতি ভয়াৱহ বুলি পাঠকে ব্যক্ত কৰে ৷

প্ৰতিবাদী সভাত জেষ্ঠ সাংবাদিক দ্বীপেন বায়ন, পাৰ্থ দেৱগোস্বামী, বলদেৱ পাণ্ডে, সন্তোষ আগৰৱালা, ৰাজতিলক বৰ্মন, নিবিড় নিতিশ, পাৰ্থপ্ৰতীম বৰুৱা, সমৰজ্যোতি শৰ্মা, মিতালী কোৱৰ, লগতে ফটো সাংবাদিক চিন্ময় ৰয়, ৰেৱ কুমাৰ বৰা, দিব্যজ্যোতি দাস ৰাভাকে ধৰি বহুসংখ্যক সাংবাদিক- সংবাদ কৰ্মীয়ে সংবাদ কৰ্মী উপস্থিত থাকি সাংবাদিক আক্ৰমণৰ ঘটনাক গৰিহণা দিয়ে৷ ভৱিষ্যতে যাতে সাংবাদিকৰ ওপৰত এনেধৰণৰ ঘটনা সংঘটিত নহয় তাৰ বাবে গৃহ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰীক দাবী জনাইছে ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Banjit ThakuriaHimanta Biswa Sarma
publisher

publisher

Related Posts

Jio টাৱাৰ আছে, নেটৱৰ্ক নাই
Assam

Jio টাৱাৰ আছে, নেটৱৰ্ক নাই

September 22, 2026
হাতত জোতা-চেণ্ডেল লৈ একাঠু পানীত খোজকাঢ়ি উপস্থিত হয় বিদ্যালয়ত ৫৫২ ছাত্ৰ-ছাত্ৰী
Assam

হাতত জোতা-চেণ্ডেল লৈ একাঠু পানীত খোজকাঢ়ি উপস্থিত হয় বিদ্যালয়ত ৫৫২ ছাত্ৰ-ছাত্ৰী

September 22, 2026
Gahpur:শংকৰ জন্মোৎসৱৰ শোভাযাত্রাত অংশগ্রহণ দুখন গাঁৱৰ মুছলমান সমাজৰ
Assam

Gahpur:শংকৰ জন্মোৎসৱৰ শোভাযাত্রাত অংশগ্রহণ দুখন গাঁৱৰ মুছলমান সমাজৰ

September 22, 2026
Nagaon:নগাঁও জিলা আয়ুক্ত পদৰ পৰা অব্যাহতি লোৱাৰ পূৰ্বে একাংশ মণ্ডলক তিনিবাৰকৈ বদলিৰ তথ্য ফাদিল: ব্যাপক প্রতিক্ৰিয়াৰ সৃষ্টি
News

Nagaon:মছজিদত নির্বাচনী সভা বিজেপি প্রার্থীৰ বিৰুদ্ধে আচৰণ বিধি ভংগৰ অভিযোগ

September 22, 2026
GAUHATI HIGH COURT:অসমত বিদেশী ঘোষিত লোকেও লাভ কৰিলে ভাৰতীয় পাছপ’ৰ্ট
Assam

GAUHATI HIGH COURT:অসমত বিদেশী ঘোষিত লোকেও লাভ কৰিলে ভাৰতীয় পাছপ’ৰ্ট

September 22, 2026
IPL Gambling:আইপিএল জুৱাৰ ছিণ্ডিকেটৰ কাণ্ডাৰী দ্বীপেশ বাজোৰিয়াক অৱশেষত গ্ৰেপ্তাৰ ইডিৰ
Assam

IPL Gambling:আইপিএল জুৱাৰ ছিণ্ডিকেটৰ কাণ্ডাৰী দ্বীপেশ বাজোৰিয়াক অৱশেষত গ্ৰেপ্তাৰ ইডিৰ

September 22, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d