Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা 

    Sonam Raghuvanshi’s bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন

    Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা

    ছিকিমত কিশোৰ-কিশোৰীৰ স’তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

    Artificial Flood in China:কৃত্ৰিম বানত ডুবিল চীনৰ বাণিজ্যিক চহৰ গুৱাংচি

    উত্তৰপ্ৰদেশত আৰক্ষী ব্যৱস্থা শক্তিশালীকৰণত বৃহৎ পদক্ষেপ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

DEHING PATKAI দিহিং-পাটকাই অভয়াৰণ্যত কয়লা খনন

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ পুনৰ জৰীপৰ নিৰ্দেশ

publisher by publisher
September 10, 2022
in India, Assam, News
Reading Time: 1 min read
0
DEHING PATKAI দিহিং-পাটকাই অভয়াৰণ্যত কয়লা খনন
2
SHARES
15
VIEWS
ShareShareShareShare

DEHING PATKAI দিহিং পাটকাই বৰ্ষাৰণ্যত অবৈধ কয়লা খননৰ অভিযোগ সন্দৰ্ভত গুৱাহাটী উচ্চ ন্যায়ালয়ে তিনিচুকীয়া জিলা ন্যায়াধীশক জৰীপৰ প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিয়ে ৷ জৈৱ বৈচিত্ৰ্যৰে ভৰপুৰ বনাঞ্চল খনৰ ভিতৰত অবৈধ কয়লা খননৰ বিৰুদ্ধে উচ্চ ন্যায়ালয়ৰ জনস্বাৰ্থ জড়িত নিজাববীয়া গোচৰ সহ বিষয়টোৰ ওপৰত দিয়া আন ছয়খন আবেদনৰ শুনানি গ্ৰহণ কৰি পৰৱৰ্তী শুনানিৰ ১ নৱেম্বৰৰ পূৰ্বে আদালতত জৰিপৰ প্ৰতিবেদন দাখিলৰ নিৰ্দেশনা দিয়ে জিলা ন্যায়াধীশক।

WhatsApp Image 2022 09 10 at 18.06.28

ADVERTISEMENT

উচ্চ ন্যায়ালয়ৰ খণ্ড বিচাৰপীঠে নিৰ্দেশনাটোত কয়, “প্ৰাথমিক তথ্যবোৰ ৰেকৰ্ডত ৰাখিবলৈ  আমি তিনিচুকীয়া জিলা ন্যায়াধীশক আবেদনত উল্লেখ কৰা এলেকাসমূহৰ জৰীপ কৰিবলৈ নিৰ্দেশ দিয়াটো উপযুক্ত বুলি বিবেচনা কৰোঁ আৰু বৰ্ষাৰণ্য খনত খনন হৈ আছে নে নাই, আৰু যদি হয়, কাৰ দ্বাৰা কৰা হৈছে সেই প্ৰক্ৰিয়াৰ নথিভুক্ত হোৱাটো বিচাৰো।”

RelatedPosts

No Content Available

উল্লেখ্য যে নেচনেল ব’ৰ্ড অফ ৱাইল্ড লাইফে (এনবিডব্লিউএল) দিহিং-পাটকাই হস্তী ৰিজাৰ্ভৰ এটা অংশত কয়লা খননৰ অনুমতি দিয়াৰ পৰামৰ্শ দিছিল যদিও ইয়াৰ বাবে বান্ধি দিছিল ২৮ টা পূৰ্ব-চৰ্ত । একেদৰে এনবিডব্লিউএল-এ ক’ল ইণ্ডিয়া লিমিটেডক (চিআইএল) প্ৰায় ৯৮.৫৯ হেক্টৰ বনাঞ্চলত মুক্ত কয়লা খনন কৰাৰ অনুমতি দিছে ।
ইতিমধ্যে সংৰক্ষিত বনাঞ্চলৰ ৫৭ হেক্টৰত চিআইএলে খনন কাৰ্য চলাই আহিছিল আৰু নতুন পৰামৰ্শই ইয়াক আৰু ৪১ হেক্টৰত খনন আৰম্ভ কৰিবলৈ অনুমতি দিছিল ।
এনবিডব্লিউএলে চি আই এলক দিয়া অনুমতিক লৈ বৰ্ষাৰণ্য খনৰ দাঁতি কাষৰীয়া লোক আৰু প্ৰকৃতি প্ৰেমীৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় ৷ কেন্দ্ৰীয় চৰকাৰৰ নেচনেল ব’ৰ্ড অফ ৱাইল্ড লাইফ (এনবিডব্লিউএল) তীব্ৰ সমালোচনাৰ সন্মুখীন হোৱাৰ পিছত অসম চৰকাৰে ২০২০ বৰ্ষত দিহিং পাটকাইৰ অবৈধ খননৰ অভিযোগৰ তদন্তৰ বাবে গুৱাহাটী উচ্চ ন্যায়ালয়ৰো অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বি পি কটকীক লৈ গঠন কৰে এখন এজনীয়া কমিটি ।

WhatsApp Image 2022 09 10 at 18.06.29

কমিটিৰ প্ৰতিবেদনত এনইচিয়ে প্ৰয়োজনীয় অনুমোদন অবিহনে ২০০৩ ৰ পৰা ২০২০ চনৰ ভিতৰত দিহিং পাটকাইৰ ভিতৰৰ খনন স্থান সমূহৰ পৰা অবৈধভাৱে ৪,৮৭২ কোটি টকাৰ কয়লা আহৰণ কৰাৰ তথ্য উল্লেখ কৰে । এই প্ৰতিবেদনখন ২০২১ৰ ডিচেম্বৰ অসম বিধানসভাৰ শীতকালীন অধিবেশনত ত উত্থাপন হৈছিল।

মনকৰিবলগীয়া যে ২৩১.৬৫ কিলোমিটাৰ (৮৯.৪৪ বৰ্গ মাইল) আৱৰি থকা ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাত বিয়পি থকা বৰ্ষাৰণ্য খনক ২০০৪ চনৰ ১৩ জুনত দিহিং পাটকাই বন্যপ্ৰাণী অভয়াৰণ্য হিচাপে ঘোষণা কৰা হয় আৰু ২০২০ৰ ১৩ ডিচেম্বৰত অসম চৰকাৰে ইয়াক ৰাষ্ট্ৰীয় উদ্যানলৈ উন্নীত কৰে। যোৱা বছৰ জুন মাহত আনুষ্ঠানিকভাৱে দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানৰ নামফলক আৰি দিয়া হয় উদ্যানৰ প্ৰৱেশদ্বাৰত ।

WhatsApp Image 2022 09 10 at 18.06.28 1

স্মতৰ্ৱ্য যে ২০২০ চনৰ জুন মাহত কয়ল খনন স্থগিত ৰখা হৈছিল যদিও চলিত বৰ্ষৰ মাৰ্চত পুনৰ আৰম্ভ হয় । এনেক্ষেত্ৰত গুৱাহাটী উচ্চ ন্যায়ালয়ে নিজাববীয়াকৈ লোৱা গোচৰৰ শুনানিত অভয়াৰণ্যত কয়লা খনন সন্দৰ্ভত বিস্তৃত জৰীপ ৰিপৰ্ট জিলা ন্যায়াধীশৰ পৰা বিচৰাটো বিশেষ লক্ষণীয় বিষয় হিচাপে বিবেচিত হৈছে ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: DDIHING PATKAI NATIONAL PARK OPEN MINING
publisher

publisher

Related Posts

উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা 
News

April 28, 2026
Sonam Raghuvanshi’s bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন
News

Sonam Raghuvanshi’s bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন

April 28, 2026
Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা
News

Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা

April 28, 2026
ছিকিমত কিশোৰ-কিশোৰীৰ স’তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে
India

ছিকিমত কিশোৰ-কিশোৰীৰ স’তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

April 28, 2026
Artificial Flood in China:কৃত্ৰিম বানত ডুবিল চীনৰ বাণিজ্যিক চহৰ গুৱাংচি
News

Artificial Flood in China:কৃত্ৰিম বানত ডুবিল চীনৰ বাণিজ্যিক চহৰ গুৱাংচি

April 28, 2026
উত্তৰপ্ৰদেশত আৰক্ষী ব্যৱস্থা শক্তিশালীকৰণত বৃহৎ পদক্ষেপ
India

উত্তৰপ্ৰদেশত আৰক্ষী ব্যৱস্থা শক্তিশালীকৰণত বৃহৎ পদক্ষেপ

April 28, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d