পেৰাচ্যুটৰ বিজুতি হৈ মৃত্যু হ’ল এজন কমাণ্ডোৰ 

WhatsApp Image 2022 09 11 at 20.11.29

আকাশমাৰ্গত পেৰাচ্যুট খোল নোখোৱাৰ বাবে এজন কমাণ্ডোয়ে মৃত্যুক সাৱটি লৈছে । সুৰজপাল নামৰ পচৌৰী নামৰ সেনাৰ জোৱানজন লাডাখৰ লেহত প্ৰশিক্ষণৰত সময়তে আকাশ মাৰ্গৰ পৰা জপিয়াই যদিও সঠিক সময়ত পেৰাচ্যুট খোল নোখোৱাত অকালতে প্ৰাণ হেৰুৱাবলগীয়া হয় সেনাৰ কমাণ্ডোজনে ।

শ্বহীদ ঘোষণা কৰা জোৱানজনৰ ঘৰ উত্তৰপ্যদেশৰ হাথৰছ জিলাৰ নন্দৰাম নাগৰীয়া গাঁৱত ।

শনিবাৰে দুপৰীয়া সংঘটিত হোৱা এই ঘটনাত এনেদৰে কমাণ্ডোজনৰ মৃত্যু হোৱা খবৰে পৰিয়ালটোৰ লগতে সমগ্ৰ অঞ্চলটোলৈ শোকৰ বন্যা নমাই আনিছে ।

Exit mobile version