Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা 

    Sonam Raghuvanshi’s bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন

    Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা

    ছিকিমত কিশোৰ-কিশোৰীৰ স’তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

    Artificial Flood in China:কৃত্ৰিম বানত ডুবিল চীনৰ বাণিজ্যিক চহৰ গুৱাংচি

    উত্তৰপ্ৰদেশত আৰক্ষী ব্যৱস্থা শক্তিশালীকৰণত বৃহৎ পদক্ষেপ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

DURGA PUJA : দূৰ্গা পূজাৰ বাবে কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ বিশেষ SOP

publisher by publisher
September 19, 2022
in India, Assam, News, Puja
Reading Time: 1 min read
0
DURGA PUJA : দূৰ্গা পূজাৰ বাবে কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ বিশেষ SOP
2
SHARES
16
VIEWS
ShareShareShareShare

SHARADIYA DURGA PUJA : শাৰদীয় দুৰ্গোৎসৱলৈ মাজত মাত্ৰ বাৰদিন থকা অৱস্থাত দূৰ্গা পূজাৰ এছ অ পি জাৰি কৰিছে কামৰূপ মহানগৰ জিলা প্ৰশাসনে ৷ আজি পুথিভঁৰালত জিলা প্ৰশাসন আৰু আৰক্ষী প্ৰসাশনৰ যৌথ উদ্যোগত অনুষ্ঠিত হোৱা বিশেষ সভাৰ অন্তত দূৰ্গাদূৰ্গা পূজা কমিটি সমুহৰ বাবে কিছু নিদৰ্শনা জাৰি কৰে জিলা প্ৰশাসনে । সভাত উপস্থিত থাকে ডি চিপি হিৰণ্য কুমাৰ বৰ্মন, অতিৰিক্ত উপায়ুক্ত ধ্ৰুৱজ্যোতি হাজৰিকা, পৰিবহন বিষয়া গৌতম দাস, অগ্নি নিৰ্বাপক বাহিনীৰ বিষয়া, আভ্যন্তৰীণ জলপৰিবহন বিভাগৰ বিষয়াৰ লগতে আন কেইবাটাও বিভাগ। প্ৰশাসনে জাৰি কৰা নিয়মাৱলী সমূহ হ’ল এনেধৰণৰ:
পূজা অনুষ্ঠিত কৰাৰ বাবে পোনতে আবেদন কৰিব লাগিব সংশ্লিষ্ট অঞ্চলৰ থানাত ।

ADVERTISEMENT

পথৰ ওপৰত পেণ্ডেল বনাই পূজা কৰাত নিষেধাজ্ঞা ৷

RelatedPosts

Durga Puja Preparation  Meeting in kamrup[m] Administration :কামৰূপ মহানগৰ জিলাত শাৰদীয় দুৰ্গোৎসৱ উদযাপন সন্দৰ্ভত আলোচনা

পূজা মণ্ডপ চৌহদত পূজা কমিটিয়ে মজুত কৰি ৰাখিব লাগিব বালি ,পানী মজুত আৰু জুই নিৰ্বাপনৰ সজুলি কৰিব পৰাকৈ।

একেদৰে মণ্ডপ চৌহদত কতৰ্ব্যনিষ্ঠা থকা স্বেচ্ছাসেৱক নিয়োগ কৰিব লাগিব ৷

একেদৰে মণ্ডপৰ সন্মুখৰ ভাগত সকলোৱে দেখাকৈ আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনীৰ হেল্প লাইন নম্বৰ ডাঙৰ আখৰেৰে লিখা ফলক বা বেনাৰ আৰিব লাগিব ৷

পূজা কমিটিৰ চৌহদত পাৰ্কিং ব্যৱস্থা তদাৰক কৰিব কমিটিৰ স্বেচ্ছাসেৱক আৰু আৰক্ষীৰ যৌথগোটে ।

পূজা কমিটিৰ স্বেচ্ছাসেৱকৰ ডিঙিত অৰা থাকিব পৰিচয় পত্ৰ ৷

তদুপৰি পূজা কমিটিত হেল্প ডেস্ক থকাটো বাঞ্ছনীয় ৷

পথ অৱৰোধৰে পূজা নাপাতিবলৈ আহ্বান।

পূজা কমিটিৰ সাংস্কৃতিক সন্ধিয়া নিশা ৯ বজা ভিতৰত সামৰণি কৰিব লাগিব ৷

পূজা মণ্ডপত উচ্চশব্দযুক্ত শব্দযন্ত্ৰী বা ডি জে ব্যৱহাৰ নকৰিবলৈ অনুৰোধ ৷

পূজা মণ্ডপত বিদ্যুৎ সংযোগৰ ক্ষেত্ৰত আগতিয়াকৈ অসম শক্তি বিতৰণ কোম্পানী লিমিটেডৰ পৰা আগতিয়াকৈ অনুমতি লোৱাটো বাঞ্ছনীয় ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: KAMRUP[M] ADMINISTRATIONPUJA SOP
publisher

publisher

Related Posts

উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা 
News

April 28, 2026
Sonam Raghuvanshi’s bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন
News

Sonam Raghuvanshi’s bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন

April 28, 2026
Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা
News

Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা

April 28, 2026
ছিকিমত কিশোৰ-কিশোৰীৰ স’তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে
India

ছিকিমত কিশোৰ-কিশোৰীৰ স’তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

April 28, 2026
Artificial Flood in China:কৃত্ৰিম বানত ডুবিল চীনৰ বাণিজ্যিক চহৰ গুৱাংচি
News

Artificial Flood in China:কৃত্ৰিম বানত ডুবিল চীনৰ বাণিজ্যিক চহৰ গুৱাংচি

April 28, 2026
উত্তৰপ্ৰদেশত আৰক্ষী ব্যৱস্থা শক্তিশালীকৰণত বৃহৎ পদক্ষেপ
India

উত্তৰপ্ৰদেশত আৰক্ষী ব্যৱস্থা শক্তিশালীকৰণত বৃহৎ পদক্ষেপ

April 28, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d