Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Ghagrapar:দৰিদ্ৰতাই নোৱাৰিলে বাধা দিব,পিতৃহাৰা চিন্ময় পাঠকৰ উজ্জ্বল সাফল্যত উৎফুল্ল পূৱ নলবাৰীৰ সন্ধাবাসী

    Akhil Gogoi’s open letter:মুখ্যমন্ত্রীৰ আক্রমণৰ প্ৰত্যুত্তৰ দি ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ মুকলি পত্ৰ

    উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা 

    Sonam Raghuvanshi’s bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন

    Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা

    ছিকিমত কিশোৰ-কিশোৰীৰ স’তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

FOREIGN MINISTER : বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে আজিৰ পৰা ১১ দিনীয়া আমেৰিকা ভ্ৰমণ

ইউএনজিএ অধিৱেশনকে ধৰি কেইবাখনো বৈঠকত অংশগ্ৰহণ কৰিব

publisher by publisher
September 19, 2022
in India, News, Politics
Reading Time: 1 min read
0
FOREIGN MINISTER : বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে আজিৰ পৰা ১১ দিনীয়া আমেৰিকা ভ্ৰমণ
2
SHARES
15
VIEWS
ShareShareShareShare

TODAY : আজিৰ পৰা এঘাৰদিনীয়া চৰকাৰী কাৰ্যসূচীৰে দেশৰ বিদেশমন্ত্ৰী আমেৰিকা ভ্ৰমণ কৰিব । যুক্তৰাষ্ট্ৰত থকা সময়ছোৱাত তেওঁ ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাকে ধৰি বহুপাক্ষিক আৰু ত্ৰিপাক্ষিক বৈঠকত অংশগ্ৰহণ কৰিব। একে সময়তে, এছ জয়শংকৰে মাৰ্কিন ৰাষ্ট্ৰপতি জ’বাইডেন প্ৰশাসনৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে বাৰ্তালাপ কৰিব। জয়শংকৰে ভাৰতৰ উপৰিও ব্ৰাজিল, জাপান আৰু জাৰ্মানী অন্তৰ্ভুক্ত জি-৪ গোটৰ এখন মন্ত্ৰীগোটৰ বৈঠকতো উপস্থিত থকাৰ কথা সদৰি কৰিছে বিদেশ মন্ত্ৰণালয়ে ৷

ADVERTISEMENT

উল্লেখ্য যে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ ব্যাপক সংস্কাৰ নিশ্চিত কৰাৰ বাবে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে এল-৬৯ গোটৰ এখন “উচ্চ-পৰ্যায়ৰ বৈঠক”ত অংশগ্ৰহণ কৰিব। এল-৬৯ গোটটোত এছিয়া, আফ্ৰিকা, লেটিন আমেৰিকা, কেৰিবিয়ান আৰু সৰু দ্বীপৰ উন্নয়নশীল দেশসমূহ অন্তৰ্ভুক্ত আছে ৷ যি ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ সংস্কাৰৰ ওপৰত গুৰুত্ব দিয়ে।

RelatedPosts

Modi In US : ৱাশ্বিংটনত উপস্থিত প্ৰধানমন্ত্ৰী মোদী, সপ্তমবাৰ আমেৰিকা ভ্ৰমণ

WhatsApp Image 2022 09 19 at 16.48.38

স্মতৰ্ৱ্য যে ১৮ পৰা ২৪ ছেপ্টেম্বৰত নিউয়ৰ্ক ভ্ৰমণৰ সময়চোৱাত বিদেশমন্ত্ৰী এছ জয়শংকৰে ভাৰতীয় প্ৰতিনিধিদলক ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ (ইউএনজিএ) ৭৭ তম অধিৱেশনত নেতৃত্ব দিব৷ ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ ৭৭ তম অধিৱেশনৰ এইবাৰৰ বিষয়বস্তু হৈছে “আন্তঃসংযোগ প্ৰত্যাহ্বানৰ মুহূৰ্ত আৰু পৰিৱৰ্তনশীল সমাধানৰ সংজ্ঞা”।

আনহাতে আজাদী কা অমৃত মহোৎসৱ উদযাপন আৰু প্ৰদৰ্শন ৰখাৰ বাবে বৈদেশিক পৰিক্ৰমা মন্ত্ৰীয়ে ২৪ ছেপ্টেম্বৰত ভাৰতৰ উন্নয়নযাত্ৰা আৰু দক্ষিণৰ সহযোগিতাত ইয়াৰ অৱদানৰ ওপৰত আলোকপাত কৰি ‘ভাৰত @৭৫: কাৰ্যত ভাৰত ৰাষ্ট্ৰসংঘৰ অংশীদাৰীত্ব প্ৰদৰ্শন’ এক বিশেষ অনুষ্ঠানত ভাষণ প্ৰদান কৰিব । অনুষ্ঠানটোত ৭৭ তম ইউএনজিএ সভাপতিৰ লগতে কেইবাখনো সদস্য দেশৰ বৈদেশিক মন্ত্ৰী আৰু ইউএনডিপি প্ৰশাসকে সম্বোধন কৰাৰ কথা ৷

WhatsApp Image 2022 09 19 at 16.49.53বিদেশ মন্ত্ৰীএছ জয়শংকৰে কোৱাড, আইবিএছএ আৰু ব্ৰিকছৰ বহুপাক্ষিক বৈঠকৰ লগতে ভাৰত-ফ্ৰান্স-অষ্ট্ৰেলিয়া,ভাৰত-ফ্ৰান্স-ইউএই আৰু ভাৰত-ইণ্ডোনেছিয়া-অষ্ট্ৰেলিয়াৰ দৰে ত্ৰিপাক্ষিক বৈঠকত অংশগ্ৰহণ কৰিব বুলি বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে সংবাদ মাধ্যমৰ আগত সদৰি কৰে । মন্ গৰাকীয়ে জি-২০ আৰু ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ সদস্য ৰাষ্ট্ৰসমূহৰ বৈদেশিক মন্ত্ৰীসকলৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হ’ব।

আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিদেশ সচিব এণ্টনি ব্লিঙ্কেন, আমেৰিকা প্ৰশাসনৰ জ্যেষ্ঠ সদস্য আৰু আমেৰিকান ব্যৱসায়িক নেতাসকলৰ সৈতে আলোচনা ৰখা হৈছে। তেওঁ প্ৰবাসী ভাৰতীয়সকলৰ সৈতেও বাৰ্তালাপ কৰিব। মুঠৰ ওপৰত মাৰ্কিন যুক্তৰাষ্ট্ৰৰ ভ্ৰমণত ভাৰতীয় বিদেশ মন্ত্ৰী গৰাকীয়ে কুটনৈতিক ৰণনীতিয়ে পশ্চিমীয়া দেশসমূহক মোহাচ্ছন্ন কৰিব সেইয়া ধুৰূপ বুলি মন্তব্য কৰে বৈদেশিক বিশেষজ্ঞ মহলে ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: S.JOISANKARUsa Visit
publisher

publisher

Related Posts

Ghagrapar:দৰিদ্ৰতাই নোৱাৰিলে বাধা দিব,পিতৃহাৰা চিন্ময় পাঠকৰ উজ্জ্বল সাফল্যত উৎফুল্ল পূৱ নলবাৰীৰ সন্ধাবাসী
News

April 29, 2026
Akhil Gogoi’s open letter:মুখ্যমন্ত্রীৰ আক্রমণৰ প্ৰত্যুত্তৰ দি ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ মুকলি পত্ৰ
News

Akhil Gogoi’s open letter:মুখ্যমন্ত্রীৰ আক্রমণৰ প্ৰত্যুত্তৰ দি ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ মুকলি পত্ৰ

April 29, 2026
উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা 
News

উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা 

April 28, 2026
Sonam Raghuvanshi’s bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন
News

Sonam Raghuvanshi’s bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন

April 28, 2026
Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা
News

Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা

April 28, 2026
ছিকিমত কিশোৰ-কিশোৰীৰ স’তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে
India

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d