APDCL : অসম শক্তি বিতৰণ কোম্পানী লিমিটেডৰ নগাঁও বৈদ্যুতিন সংমণ্ডলৰ বিশেষ ঘোষণা ৷ নগাঁও জিলাৰ ১৮ টা অঞ্চলত আজিৰ পৰা ছদিনলৈ বন্ধ থাকিব বিদ্যুৎ সৰবৰাহ ৷ পুৱা পাঁচ বজাৰ পৰা নিশা ন বজালৈ বিদ্যু যোগান ব্যাহত হ’ব উল্লিখিত অঞ্চল কেইটাত ৷ ১৯,২১,২৩,২৫,২৭ আৰু ২৯ ছেপ্তেম্বৰলৈ বাহাল থাকিব বিদ্যুত বিভাগৰ নিদৰ্শনা ৷
NAGAON : নগাৱঁৰ ১৮ টা অঞ্চলত আজিৰ পৰা ছদিনলৈ বন্ধ থাকিব বিদ্যুৎ সৰবৰাহ
-
By publisher

Related Content
WB :'দিদি'ক ধৰাসায়ী কৰি দুশতাধিক আসন লাভেৰে বিজেপিৰ গেৰুৱা পতাকা উৰিল বংগত
By
publisher
May 5, 2026
Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ
By
publisher
May 5, 2026
NDA scores hat-trick in Assam:অসমত ১০২ আসনেৰে হেট্রিক এনডিএৰ
By
publisher
May 5, 2026
উজনি অসমত বিৰোধীৰ ব্যাপক পৰাজয়ৰ মাজতো শিৱসাগৰত অখিল গগৈৰ জয়লাভ
By
publisher
May 4, 2026