ASSAM BANDH : ভাওঁৰাগুৰীত আক্ৰাছুৰ ২৪ ঘন্টীয়া অসম বন্ধৰ সৰ্বাত্মক প্ৰভাৱ

WhatsApp Image 2022 09 23 at 18.18.07 1

 ASSAM BANDH : পৃথক কমতাপুৰ ৰাজ্য পুনৰ গঠন আৰু জনজাতিকৰণৰ দাবীত সদৌ কোচৰাজবংশী ছাত্ৰ সন্থা চমুকৈ আক্ৰাছুয়ে আজি ২৪ ঘন্টীয়া অসম বন্ধৰ আহ্বান জনাইছে। #ASSAMBANDH

সমগ্র ৰাজ্যৰ লগতে কোকৰাঝাৰ জিলাৰ ভাওঁৰাগুৰীত,চিথিলা,ফকিৰাগ্ৰাম,তুলসীবিল,চৌতাৰা,দোতমা আদি অঞ্চলত ৰাতিপুৱা ৫ বজাৰ পৰা আক্ৰাছুৰ বন্ধৰ প্ৰভাৱ সৰ্বাত্মক হোৱা পৰিলক্ষিত হৈছে। সকলো দোকান পোহাৰ বন্ধ হোৱা পৰিলক্ষিত হৈছে। উক্ত অসম বন্ধত ৰাইজে পূৰ্ণ সহযোগ কৰা পৰিলক্ষিত হৈছে । #KOKRAJHAR #AKRASU

Exit mobile version