Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    সমুখৰ পৰা গৌৰৱক যুঁজত নমালে কংগ্রেছে

    সমুখৰ পৰা গৌৰৱক যুঁজত নমালে কংগ্রেছে

    Jorhat:যোৰহাটত হাইপ্ৰফাইল প্ৰাৰ্থীৰ যুজঁ হ’ব

    ড্ৰ’ন আক্রমণে কঁপালে বিমানবন্দৰ!

    ড্ৰ’ন আক্রমণে কঁপালে বিমানবন্দৰ!

    Nitish Kumar  :বিহাৰত নীতিশ কুমাৰৰ যুগৰ অন্ত !

    ওড়িশাৰ পৰা কলকাতালৈ আনোঁতে চুৰি জীৱনদায়ী ইনছুলিন, সতৰ্কতা জাৰি কেন্দ্ৰৰ

    FRIENDSHIP AGREEMENT WITH AGP, BPF FINALISED:সংখ্যালঘু সমষ্টিক বাদ দি অগপক ৯ আসন দিবলৈ সাজু বিজেপি !

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

    শৰীৰৰ বৰণৰ বাবে হলিউদত হাঁহিয়াতৰ পাত্ৰ হৈছিল প্রিয়ংকা

    চর্তসাপেক্ষে ‘ডন’ ফ্রেঞ্চাইজিলৈ উভতিব শ্বাহৰুখ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    স্বয়ংক্রিয়ভাৱে সলনি হ’ব ঘূর্ণনৰ বেগ

    স্বয়ংক্রিয়ভাৱে সলনি হ’ব ঘূর্ণনৰ বেগ

    ভাল কন্টেন্ট থকাৰ পাছতো ইনষ্টাগ্রামত ফ’ল’ৱাৰ লাভ কৰা নাই?

    ভাগৰ দূৰ কৰিবলৈ আপুনি প্রায়ে এনার্জি ড্রিংকছ খায়? সাৱধান!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

PURE WATER : বিশুদ্ধ খোৱা পানীয়ে আপোনাৰ ওজন কেনেদৰে হ্ৰাস কৰিব ? জানক আৰু পঢ়ক

publisher by publisher
September 23, 2022
in Assam, Business
Reading Time: 1 min read
0
PURE WATER : বিশুদ্ধ খোৱা পানীয়ে আপোনাৰ ওজন কেনেদৰে হ্ৰাস কৰিব ? জানক আৰু পঢ়ক
1
SHARES
12
VIEWS
ShareShareShareShare

PURE WATER : বৰ্তমান মানুহৰ এটা প্ৰধান সমস্যা হৈছে বৰ্ধিত হাৰত ওজন বৃদ্ধি পোৱা । বিভিন্ন ডায়েটিছিয়ানে এই সমস্যাক লৈ না-না পৰামৰ্শ আগবঢ়োৱা দেখা যায় । কোনোৱে যদি খাদ্য গ্ৰহণৰ ক্ষেত্ৰত প্ৰতিবন্ধকতা আগবঢ়াইছে আকৌ কোনোৱে শাৰীৰিক অনুশীলনৰ পৰামৰ্শ আগবঢ়াইছে । এই সকলো কৰিলে শৰীৰৰ ওজন কমাতো সঠিক হয় যদিও সম্প্ৰতি এদল গৱেষকে বিশুদ্ধ খোৱা পানী সেৱন কৰিলে শৰীৰৰ ওজন হ্ৰাস পাই বুলি দাবী কৰিছে ।

WhatsApp Image 2022 09 23 at 15.03.14 1

ADVERTISEMENT

এই ৱাটাৰ ফাষ্টিং কেনেদৰে কৰিলে ওজন হ্ৰাস পাব ? আৰু এই ওজন হ্ৰাস হ’বলৈ কিমান দিন লাগিব ?
প্ৰথমতে আমি জানিব লাগিব যে এই ৱাটাৰ ফাষ্টিং কি ?

RelatedPosts

Home Remedies for Menstrual Problems: অনিয়মিত ঋতুস্ৰাৱৰ সমস্যাৰ ঘৰুৱা প্ৰতিকাৰ

Home Remedies for Menstrual Problems:অনিয়মিত ঋতুস্ৰাৱৰ সমস্যাৰ ঘৰুৱা প্ৰতিকাৰ

How do you know if you don’t have iron:আয়ৰন নাই বুলি কিদৰে বুজিব ?

এই ৱাটাৰ ফাষ্টিং হৈছে বিশুদ্ধ পানী সেৱন কৰা । কিন্তু ইয়াত কোনো অনিয়ম হ’লে হিতে বিপৰীত হোৱাৰহে ভয় থাকে । পুষ্টি বিশেষজ্ঞ নেহা পাতিদিয়া আৰু নূপুৰ আৰোৰাৰ মতে , ৱাটাৰ ফাষ্টিঙৰ নিয়ম কঠোৰভাৱে মানি নচলিলে শৰীৰৰ অনিষ্ট হোৱাৰ বেছি সম্ভৱনা থাকে বুলি উল্লেখ কৰিছে । ২৪ ঘণ্টাৰ পৰা ৭৮ ঘণ্টা পৰ্যন্ত এই ৱাটাৰ ফাষ্টিং কৰা হয় যদিও ইয়াতকৈ বেছি সময় এই ফাষ্টিং কৰা উচিত নহয় । বিগত বছৰত ইউ এছৰ নেশ্যনেল লাইব্ৰেৰি অৱ মেডিচিনৰ ফালৰ পৰা এটা সমীক্ষা চলোৱা হৈছিল । সেই সমীক্ষাত ১২ জন মধ্য বয়সীয়া পুৰুষক ৪ দিন ধৰি বিশুদ্ধ পানী খাবলৈ দিয়া হৈছিল আৰু সৰহ সংখ্যক মানুহৰ মানসিক চাপ বৃদ্ধি হোৱাৰ লগতে বৰ্ধিত চৰ্বি হ্ৰাস পোৱা দেখা গৈছিল ।

WhatsApp Image 2022 09 23 at 15.12.43 1

উল্লেখযোগ্য যে, চৰ্বি হ্ৰাস পোৱাৰ সমান্তৰালকৈ ডিহাইড্ৰেশ্যন, হাইপাৰবিছেমিয়া ,চিৰাম গ্লু’কজৰ ঘনত্ব হ্ৰাসৰ দৰে সমস্যাই দেখা দিছিল । তেনেক্ষেত্ৰত চিকিৎসকে অনুমান কৰিলে যে , দীৰ্ঘ দিন ধৰি এই ফাষ্টিং কৰিলে মানুহৰ শৰীৰত বেয়া প্ৰভাৱ পৰাটো একপ্ৰকাৰ নিশ্চিত ।

WhatsApp Image 2022 09 23 at 15.13.16

এই ফাষ্টিং কৰিলে শৰীৰৰ ওজন নিশ্চিতভাৱে হ্ৰাস পাব যদিও ডায়েবেটিছত আক্ৰান্ত ,গৰ্ভৱতী মহিলা আৰু শিশু সকলে এই ফাষ্টিং চেষ্টা নকৰাই ভাল ।
পুষ্টিবিদ নেহা পাতিদিয়া আৰু নূপুৰ আৰোৰাই কয় যে , বহুতে ওজন হ্ৰাস কৰিবলৈ কেৱল বিশুদ্ধ খোৱা পানী সেৱন কৰি থাকে । যি আপোনাক দৈনিক ১ কেজি ওজন হ্ৰাস কৰিব । এই সময়ছোৱাত অৱশ্যে অন্য কোনো আহাৰ গ্ৰহণ কৰা অনুচিত ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: FOR HEALTHPURE WATER
publisher

publisher

Related Posts

সমুখৰ পৰা গৌৰৱক যুঁজত নমালে কংগ্রেছে
News

সমুখৰ পৰা গৌৰৱক যুঁজত নমালে কংগ্রেছে

March 5, 2026
Gohpur:সুবিশাল মিশ্ৰিত কৃষিপামেৰে গহপুৰৰ মইনা বাঢ়ৈৰ সফলতা
Assam

কাইলৈ ৰীমা দাসৰ ‘ভিলেজ ৰকষ্টাৰ্ছ ২’ৰ মুক্তি

Silghat:শিলঘাটৰ জাহাজ ঘাটৰ পৰা জাগীৰোডৰ চেমিকণ্ডাক্টৰ প্ৰকল্পলৈ বৃহৎ যন্ত্রাংশ

March 4, 2026
Kokrajhar:হাগ্রামা মহিলাৰী নেতৃত্বাধীন বিটিচি চৰকাৰৰ সম্প্ৰসাৰণ

Guwahati:অসমবাসীলৈ পৱিত্ৰ দৌল উৎসৱ আৰু ৰঙৰ উৎসৱ ফাকুৱাৰ শুভেচ্ছা ৰাজ্যিক বিজেপিৰ

March 3, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d