Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    আম্বানীৰ বানতাৰাত বাংলাদেশৰ পৰা চোৰাংভাৱে অনা লেমুৰ!

    হঠাৎ ৮০ৰ দশকৰ নিচাত ডুবিছে নেটজগত

    হঠাৎ ৮০ৰ দশকৰ নিচাত ডুবিছে নেটজগত

    অসমৰ পৰা দৈনিক শ শ কুইণ্টল ইউৰিয়াৰ বহিঃৰাষ্ট্ৰলৈ চোৰাংচালান

    ব্ৰিকছ নেতাৰ আপ্যায়নৰ বাবে বিধে বিধে সুস্বাদু খাদ্যৰ আয়োজন

    ব্রিক্‌ছৰ বাবে সাত জহেজাৰ নিৰাপত্তাৰক্ষী, পাঁচ হেজাৰ আৰক্ষীৰ বেহুত দিল্লী

    বানসাহায্য নাপালে দিছপুৰ ঘেৰাওৰ ভাবুকি

    বানসাহায্য নাপালে দিছপুৰ ঘেৰাওৰ ভাবুকি

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Health

Home Remedies for Menstrual Problems:অনিয়মিত ঋতুস্ৰাৱৰ সমস্যাৰ ঘৰুৱা প্ৰতিকাৰ

publisher by publisher
January 22, 2025
in Health
Reading Time: 1 min read
0
Home Remedies for Menstrual Problems:অনিয়মিত ঋতুস্ৰাৱৰ সমস্যাৰ ঘৰুৱা প্ৰতিকাৰ
1
SHARES
13
VIEWS
ShareShareShareShare

RelatedPosts

পাৰ্লাৰলৈ যাবলৈ সময় নাই? এই সহজ কৌশলটোৰে আপোনাৰ ছালখন জিলিকি উঠিব

পাৰ্লাৰলৈ যাবলৈ সময় নাই? ঘৰতে তৈয়াৰ কৰক কফি আৰু বিলাহীৰ এই ফে’চ পেক

Home Remedies for Menstrual Problems: অনিয়মিত ঋতুস্ৰাৱৰ সমস্যাৰ ঘৰুৱা প্ৰতিকাৰ

Home Remedies for Menstrual Problems:

অনিয়মিত ঋতুস্ৰাৱৰ সমস্যা যিকোনো মহিলাৰ মাজতে দেখা যায়। বিশেষকৈ অবিবাহিতাসকলক এই সমস্যাই বেছিকৈ ভোগায়। অনিয়মিত ঋতুস্ৰাৱৰ কাৰণে সন্তান ধাৰণৰ সমস্যাকে ধৰি নানা ধৰণৰ শাৰীৰিক সমস্যাই জৰ্জৰিত কৰিব পাৰে। অৱশ্যে ইয়াৰ ঘৰুৱা প্ৰতিকাৰো আছে। যিকোনো এটা উপায় কমেও এমাহলৈ মানি চলিলেই অনিয়মিত ঋতুস্ৰাৱৰ সমস্যা চিৰকাললৈ দূৰ হ’ব।

ADVERTISEMENT

🔷 প্ৰথম প্ৰতিকাৰ

ঋতুস্ৰাৱ নিয়মিত কৰাৰ বাবে অতি কার্যকৰী উপাদান হৈছে দালচিনি। এই দালচিনি ব্যৱহাৰ কৰি অনিয়মিত ঋতুস্ৰাৱৰ পৰা চিৰকাললৈ মুক্তি পোৱাৰ সমান্তৰালকৈ ঋতুকালীন যন্ত্ৰণাৰ পৰাও ৰেহাই পোৱা যায়। এগিলাচ গাখীৰক আধা চামুচ দালচিনিৰ গুড়ি মিহলাব। লগত মৌও দিব পাৰে। এই মিশ্ৰণটো নিয়মিতৰূপে চাৰিৰ পৰা পাঁচ সপ্তাহলৈ পান কৰিব। দেখিব অনিয়মিত ঋতুস্ৰাৱৰ সমস্যা দূৰ হৈছে। ইয়াৰ উপৰি দালচিনিৰ চাহ বা প্রতিদিনে এটুকুৰা দালচিনি চোবাই খালেও উপকাৰ পাব।

🔷 দ্বিতীয় প্ৰতিকাৰ

বহুগুণসম্পন্ন আদাই চর্দি-কাহৰ সমস্যাৰ পৰা মানুহক সকাহ দিয়ে বুলি আমি জানো। লগতে ঋতুস্ৰাৱৰ সমস্যাৰ পৰা মুক্তি দিয়াৰ ক্ষেত্ৰতো আদা বিকল্পহীন। একাপ পানীত মিহিকৈ কুটি লোৱা এচামুচ আদা দি চাৰি-পাঁচ মিনিট সময় উতলাওক। লগত সামান্য চেনি বা মৌ মিহলাই লওক। এই পানীয় খাদ্য গ্ৰহণৰ পাছত দিনে তিনিবাৰকৈ পান কৰিব। এই মিশ্রণ এমাহ নিয়মিতৰূপে পান কৰিলে অনিয়মিত ঋতুস্ৰাৱৰ সমস্যা সহজে দূৰ হ’ব।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: FOR HEALTHHome RemediesMenstrual Problems
publisher

publisher

Related Posts

Onion prices rise:ৰাষ্ট্ৰীয় গড় পৰিমাণতকৈ অসমত ২০ টকাৰো অধিক হৈছে পিঁয়াজৰ খুচুৰা মূল্য
Bussiness

Onion prices rise:ৰাষ্ট্ৰীয় গড় পৰিমাণতকৈ অসমত ২০ টকাৰো অধিক হৈছে পিঁয়াজৰ খুচুৰা মূল্য

August 25, 2026
Habit of biting nails:নখ কামোৰাৰ অভ্যাস, এই অভ্যাসে আপোনাৰ বহু দিশত গুৰুতৰ ক্ষতি কৰে
Health

August 13, 2025
GYM For Older People:৬০ৰ পাছতো যাব পাৰে জিমলৈ !
Assam

GYM For Older People:৬০ৰ পাছতো যাব পাৰে জিমলৈ !

July 19, 2025
Sudden Increase in deaths among youth: যুৱকৰ মাজত আকস্মিক মৃত্যু বৃদ্ধিৰ আঁৰত

July 8, 2025
ছালৰ যত্নত ভিটামিন চি’ ৰ গুৰুত্বপুৰ্ণ
Health

ছালৰ যত্নত ভিটামিন চি’ ৰ গুৰুত্বপুৰ্ণ

April 8, 2025
Basil পুৱাৰ চাহ কাপত দি খাওক তুলসীৰ পাত !
Health

Basil পুৱাৰ চাহ কাপত দি খাওক তুলসীৰ পাত !

February 26, 2025
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d