ASSAM POLICE RESCUE 25 CATTLE HEADS IN SONAPUR সোনাপুৰত জব্দ ২৪ টাকৈ চোৰাং গৰু

WhatsApp Image 2022 09 24 at 18.02.28 1

ASSAM POLICE RESCUE 25 CATTLE HEADS IN SONAPUR : অসম আৰক্ষীয়ে পশুধনৰ চোৰাং সৰবৰাহকাৰীৰ বিৰুদ্ধে অভিযান অব্যাহত ৰখাৰ মাজতে শনিবাৰে গুৱাহাটী মহানগৰীৰ উপকন্ঠ সোনাপুৰত আৰক্ষীয়ে এখন গাড়ী পৰা জব্দ কৰে ২৫ টাকৈ চোৰাং গৰু ৷
নগাঁৱৰ পৰা গুৱাহাটীলৈ গৈ থকা পথত ট্ৰাক এখন সোনাপুৰ আৰক্ষীয়ে সন্দেহ বশতঃ ৰখাই তালাচী চলাই ৷ বাহনখনৰ পৰা জব্দ কৰে ২৪ টাকৈ চোৰাং গৰু ৷ অৱশ্যে তালাচী চলাই থকা অৱস্থাতে চালকজন পলায়ন কৰে ৷ আৰক্ষীয়ে চালকজনৰ সন্ধানত অভিযান অব্যাহত ৰাখিছে ৷

Exit mobile version