Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা 

    Sonam Raghuvanshi’s bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন

    Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা

    ছিকিমত কিশোৰ-কিশোৰীৰ স’তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

    Artificial Flood in China:কৃত্ৰিম বানত ডুবিল চীনৰ বাণিজ্যিক চহৰ গুৱাংচি

    উত্তৰপ্ৰদেশত আৰক্ষী ব্যৱস্থা শক্তিশালীকৰণত বৃহৎ পদক্ষেপ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

GHULAM NABI AZAD LAUNCHES DEMOCRATIC AZAD PARTY : গোলাম নবী আজাদে অৱশেষত ঘোষণা কৰিলে নতুন দলৰ নাম

ডেমক্ৰেটিক আজাদ পাৰ্টি" হ'ব নতুন দল

publisher by publisher
September 26, 2022
in India, News, Politics
Reading Time: 1 min read
0
GHULAM NABI AZAD LAUNCHES DEMOCRATIC AZAD PARTY : গোলাম নবী আজাদে অৱশেষত ঘোষণা কৰিলে নতুন দলৰ নাম
1
SHARES
13
VIEWS
ShareShareShareShare

GHULAM NABI AZAD LAUNCHES DEMOCRATIC AZAD PARTY :  কংগ্ৰেছ পৰা পদত্যাগ কৰাৰ পিছত সকলো জল্পনা কল্পনা অন্ত পেলাই সদ্যত্যাগী জ্যেষ্ঠ ৰাজনীতিক গোলাম নৱী আজাদে ঘোষণা কৰে নতুন দলৰ নাম ৷ সোমবাৰে এক সংবাদমেলত জম্মু- কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰীজনে আনুষ্ঠানিকভাৱে ডেমক্ৰেটিক আজাদ পাৰ্টিৰ নাম ঘোষণা কৰাৰ লগতে দলৰ পতাকাও মুকলি কৰে ৷

ADVERTISEMENT

আজাদে কংগ্ৰেছ দলৰ পৰা পদত্যাগ কৰাৰ এমাহৰ পিছত নতুন দলটোৰ নাম ঘোষণা কৰি আজাদে কয় যে সংগঠনটো ধৰ্মনিৰপেক্ষ, গণতান্ত্ৰিক আৰু গান্ধীবাদৰ মতাদৰ্শৰে পৰিচালিত হ’ব বুলি প্ৰকাশ কৰে ।

RelatedPosts

No Content Available

WhatsApp Image 2022 09 26 at 17.50.26

উল্লেখযোগ্য যে দেওবাৰে আজাদে তেওঁৰ কৰ্মী আৰু নেতাসকলৰ সৈতে মিলিত হৈছিল এক বৈঠকত। কংগ্ৰেছ ত্যাগ কৰাৰ পিছত জম্মুত অনুষ্ঠিত এখন ৰাজহুৱা সভাতে নতুন ৰাজনৈতিক দল আৰম্ভ কৰাৰ কথা ঘোষণা কৰিছিল যিয়ে পূৰ্ণ ৰাজ্যৰ মৰ্যাদা পুনৰুদ্ধাৰৰ ওপৰত গুৰুত্ব দিব বুলি দোহাৰিছিল । সংবাদমেলত জ্যেষ্ঠ ৰাজনীতিক গৰাকীয়ে কয়,

নৱ গঠিত ডেমক্ৰেটিক আজাদ পাৰ্টিয়ে আগন্তুক বিধানসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি জম্মু আৰু কাশ্মীৰত দলৰ সাংগাঠনিক পৰিসৰ বৃদ্ধি কৰিব বুলি মন্তব্য কৰি কয়, “মোৰ দলে স্থানীয় বাসিন্দাসকলৰ বাবে পূৰ্ণ ৰাজ্যৰ মৰ্যাদা, ভূমি অধিকাৰ আৰু নিযুক্তিৰ ওপৰত গুৰুত্ব আৰোপ কৰিব। আনহাতে “কংগ্ৰেছ আমাৰ তেজৰে সৃষ্টি কৰা হৈছিল, কম্পিউটাৰৰ জৰিয়তে নহয়, টুইটাৰৰ জৰিয়তে নহয়। মানুহে আমাক বদনাম কৰিবলৈ চেষ্টা কৰি আছে কিন্তু তেওঁলোকৰ উপলব্ধি কম্পিউটাৰ আৰু টুইটত সীমাবদ্ধ। সেইকাৰণে কংগ্ৰেছক মাটিত ক’তো দেখা নাযায় । জম্মু আৰু কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰীজনে জম্মুৰ সৈনিক কলনীত তেওঁৰ প্ৰথম ৰাজহুৱা সভা সম্বোধন কৰিছিল।
স্মতৰ্ৱ্য যে গোলাম নবী আজাদ ২০০৫ চনৰ পৰা ২০০৮ চনলৈ জম্মু আৰু কাশ্মীৰৰ মুখ্যমন্ত্ৰী আছিল।

এমাহ পূৰ্বে কংগ্ৰেছ ত্যাগৰ বাবে ছোনিয়া গান্ধীলৈ লিখা পদত্যাগ পত্ৰত তেওঁ দলৰ নেতৃত্ব, বিশেষকৈ ৰাহুল গান্ধীক লক্ষ্য কৰি লৈছিল, যি ধৰণে যোৱা  ন বছৰত দলটো চলি আছিল । ছোনিয়া গান্ধীক সমালোচনা কৰাৰ লগতে তেওঁৰ আটাইতকৈ তীক্ষ্ণ আক্ৰমণ ৰাহুল গান্ধীৰ ওপৰত আছিল আৰু আজাদে ৰাহুলক সংসদত “অ-গুৰুতৰ ব্যক্তি” আৰু “অপৰিপক্ক” বুলি বৰ্ণনা কৰিছিল।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: DEMOCRATIC AZAD PARTYGHULAM NABI AZAD ANNOUNCES
publisher

publisher

Related Posts

উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা 
News

April 28, 2026
Sonam Raghuvanshi’s bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন
News

Sonam Raghuvanshi’s bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন

April 28, 2026
Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা
News

Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা

April 28, 2026
ছিকিমত কিশোৰ-কিশোৰীৰ স’তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে
India

ছিকিমত কিশোৰ-কিশোৰীৰ স’তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

April 28, 2026
Artificial Flood in China:কৃত্ৰিম বানত ডুবিল চীনৰ বাণিজ্যিক চহৰ গুৱাংচি
News

Artificial Flood in China:কৃত্ৰিম বানত ডুবিল চীনৰ বাণিজ্যিক চহৰ গুৱাংচি

April 28, 2026
উত্তৰপ্ৰদেশত আৰক্ষী ব্যৱস্থা শক্তিশালীকৰণত বৃহৎ পদক্ষেপ
India

উত্তৰপ্ৰদেশত আৰক্ষী ব্যৱস্থা শক্তিশালীকৰণত বৃহৎ পদক্ষেপ

April 28, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d