Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    ১৩ বছৰ কোমাত যুৱক, অৱশেষত স্বেচ্ছামৃত্যুৰ অনুমতি আদালতৰ

    Active bullets recovered in Sonari:সোণাৰিৰ নামতোলাত বুজন পৰিমাণৰ সক্রিয় গুলী সহ নাগালেণ্ডৰ এজন লোকক আটক

    বিচাৰিলেই নাপাব! চিলিণ্ডাৰ বুকিঙৰ সময় এইবাৰ ১৫ দিনৰ পৰা ২৫ দিনলৈ বৃদ্ধি

    ATM Theft Arrested:গৌৰীপুৰ আৰক্ষীৰ জালত এটিএম প্ৰৱঞ্চকক

    Tragic road accident in Lakhimpur:লখিমপুৰৰ পথালি পাহাৰত ভয়ংকৰ পথ দুৰ্ঘটনা

    আকস্মিক জটিল সংকট!

    আকস্মিক জটিল সংকট!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

PM Narendra Modi : নৱ যুগৰ সূচনা, হাতৰ মুঠিতে সম্ভাৱনাৰ সমুদ্র, দেশত ফাইভ-জি প্রযুক্তিৰ যাত্রা আৰম্ভ কৰি ক’লে প্ৰধানমন্ত্ৰী মোদীয়ে

publisher by publisher
October 1, 2022
in India, News, Tech
Reading Time: 1 min read
0
PM Narendra Modi : নৱ যুগৰ সূচনা, হাতৰ মুঠিতে সম্ভাৱনাৰ সমুদ্র, দেশত ফাইভ-জি প্রযুক্তিৰ যাত্রা আৰম্ভ কৰি ক’লে প্ৰধানমন্ত্ৰী মোদীয়ে
2
SHARES
22
VIEWS
ShareShareShareShare

শনিবাৰে দেশত ফাইভ-জি প্রযুক্তিৰ সূচনা কৰিলে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে । প্রতিশ্রুতি দিলে, পঞ্চম প্রজন্মৰ এই ম’বাইল ইন্টাৰনেট সেৱাৰ বিদ্যুৎ গতিৰে দেশৰ যোগাযোগ ব্যৱস্থাত নৱ যুগৰ সূচনা হ’ব । য’ত হাতৰ মুঠিতে থাকিব এক অপাৰ সম্ভাৱনাৰ সমুদ্র ।

ADVERTISEMENT

‘ইণ্ডিয়া ম’বাইল কংগ্রেছ’ (আইএমচি)-ৰ ২০২২ৰ সমাবেশত প্রধানমন্ত্রীৰ হাতেৰে আৰম্ভ হ’ল দিল্লী, কলকাতাৰ দৰে কে’বাখনো চহৰত ফাইভ-জি ম’বাইল প্রযুক্তি । আগন্তুক কিছু বছৰত কে’বাটাও পৰ্যায়ত আৰম্ভ হ’ব সমগ্ৰ দেশত । সেই অনুষ্ঠানতেই প্ৰধানমন্ত্ৰী মোদীয়ে কয়, ‘‘এটা সময় ছিল যেতিয়া টু-জি, থ্ৰী-জি বা ফ’ৰ-জি ম’বাইল প্রযুক্তিৰ বাবে ভাৰতে অন্য দেশৰ মুখ চাই বহি থাকিবলগীয়া হৈছিল । কিন্তু ফাইভ-জি সেৱাৰ সূচনাৰে ভাৰতে সমগ্ৰ বিশ্বত এক অনন্য ইতিহাস ৰচিলে ।’’

RelatedPosts

মোদীৰ শাসনত দেশত এবছৰতে ৫৭জন অর্বুদপতিৰ সংখ্যা বৃদ্ধি

সামাজিক মাধ্যমত বিশ্বৰ শীৰ্ষস্থানত Modi, ইনষ্টাগ্ৰামত ১০ কোটি অনুসৰণকাৰী সম্পূৰ্ণ

প্ৰধানমন্ত্ৰীৰ বাসভৱনৰ ওচৰৰ বস্তিবাসীক উচ্ছেদৰ নিৰ্দেশ!

In a short while from now, at 10 AM the Indian Mobile Congress commences where India’s 5G revolution is all set to be launched. I specially urge those from the tech world, my young friends and the StartUp world to join this special programme. https://t.co/0JVJxMQEFw https://t.co/81gTtZEwz2

— Narendra Modi (@narendramodi) October 1, 2022

প্রধানমন্ত্রীগৰাকীয়ে কয়, ‘‘ডিজিটেল ইণ্ডিয়াৰ প্রতি আমাৰ মনোভাবৰ কাৰণেই ২০১৪-ত যেতিয়া দেশত মাত্র দুটা ম’বাইল প্ৰস্তুতকাৰী সংস্থা আছিল, কিন্তু এতিয়া বাঢ়ি হৈছে দুশ । ফলত ম’বাইলৰ দামো কমিছে বহু পৰিমাণে । প্রধানমন্ত্রীয়ে ভাষণত দেশত ডেটা ব্যয়ৰ তুলনামূলক বিশ্লেষণ দি কয়, ‘‘সম্প্ৰতি ভাৰতত ম’বাইল ডেটাৰ ব্যয় সর্বনিম্ন । ২০১৪ত এক জিবি ডেটাৰ দাম আছিল তিনিশ টকা, এতিয়া পোৱা যায় মাত্র ১০ টকাত । সেয়ে দেশবাসীয়ে প্রতি মাহে গড়ে ১৪ জিবি ডেটাৰ বাবে ব্যয় কৰিবলগীয়া হয় মাত্র ১২৫ৰ পৰা ১৫০ টকা । ২০১৪-চ যি ব্যয় আছিল ৪,২০০ টকা ! এয়া প্ৰকৃততৈ প্রযুক্তিৰ গণতন্ত্রীকৰণৰ মাধ্যমতেই কেৱল সম্ভৱ হৈছে ।’’

Historic day for 21st century India! 5G technology will revolutionise the telecom sector. https://t.co/OfyAVeIY0A

— Narendra Modi (@narendramodi) October 1, 2022

এই প্রসংগতেই প্ৰধানমন্ত্ৰী মোদীয়ে কটাক্ষ কৰে পূর্বৰ কংগ্রেছ চৰকাৰক । তেওঁ কয়, ‘‘প্ৰকৃত কথা হ’ল, টু-জি আৰু ফাইভ-জিৰ মাজত এইটোৱে পাৰ্থক্য ।’’ পর্যৱেক্ষকসকলে কয়, কংগ্রেছ চৰকাৰৰ আমোলত টু-জি স্পেকট্রাম বণ্টনক লৈ বিতর্কৰ কথা দাঙি ধৰিলে প্রধানমন্ত্রীয়ে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: 5G NetworkIndian Telecom IndustryInternetNarendra ModiTechnology
publisher

publisher

Related Posts

১৩ বছৰ কোমাত যুৱক, অৱশেষত স্বেচ্ছামৃত্যুৰ অনুমতি আদালতৰ
India

March 11, 2026
Active bullets recovered in Sonari:সোণাৰিৰ নামতোলাত বুজন পৰিমাণৰ সক্রিয় গুলী সহ নাগালেণ্ডৰ এজন লোকক আটক
Crime

Active bullets recovered in Sonari:সোণাৰিৰ নামতোলাত বুজন পৰিমাণৰ সক্রিয় গুলী সহ নাগালেণ্ডৰ এজন লোকক আটক

March 11, 2026
বিচাৰিলেই নাপাব! চিলিণ্ডাৰ বুকিঙৰ সময় এইবাৰ ১৫ দিনৰ পৰা ২৫ দিনলৈ বৃদ্ধি
News

বিচাৰিলেই নাপাব! চিলিণ্ডাৰ বুকিঙৰ সময় এইবাৰ ১৫ দিনৰ পৰা ২৫ দিনলৈ বৃদ্ধি

March 11, 2026
ATM Theft Arrested:গৌৰীপুৰ আৰক্ষীৰ জালত এটিএম প্ৰৱঞ্চকক
News

ATM Theft Arrested:গৌৰীপুৰ আৰক্ষীৰ জালত এটিএম প্ৰৱঞ্চকক

March 11, 2026
Tragic road accident in Lakhimpur:লখিমপুৰৰ পথালি পাহাৰত ভয়ংকৰ পথ দুৰ্ঘটনা
News

Tragic road accident in Lakhimpur:লখিমপুৰৰ পথালি পাহাৰত ভয়ংকৰ পথ দুৰ্ঘটনা

March 11, 2026
আকস্মিক জটিল সংকট!
India

আকস্মিক জটিল সংকট!

March 11, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d