Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Himanta Viswa Sarma:ৰাজ্য চৰকাৰে মুকলি কৰিলে স্বাগত সতীৰ্থ প’ৰ্টেল

    Goa Strong Men: শিলেৰে গঠিত ভূমিত কুঁৱা খান্দি খৰাংপীড়িত ৰাইজক দিলে পানী

    Hujai Protest: ঈদৰ নামাজ আদায়ৰ পাছতে পাকিস্তানৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ

    Abhineel Murder Incident: মন্থৰ হৈছে অভি-নীল হত্যাকাণ্ডৰ বিচাৰ

    Religious minorities protest: পবিত্র ঈদৰ দিনাই ৰাজ্যৰ ভিন্ন প্ৰান্তত প্রতিবাদ ধর্মীয় সংখ্যালঘু লোকৰ

    Cm Tweets:দেশবিৰোধী মন্তব্য কৰি পুনৰ গ্ৰেপ্তাৰ ২ যুৱক

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    গুগল ক্ৰ’মৰ বিষয়ে সতৰ্কবাণী প্ৰদান কৰিছে কেন্দ্ৰই ! সচেতন হওক আৰু সাৱধান হওক

    অহা মাহৰ পৰা একাধিক ফোনত কাম নকৰিব হোৱাটছএপ !

    Game:ভাৰতত কম্পিউটাৰ গেমাৰসকলৰ ৪৪ শতাংশই মহিলা, ডেভেলপাৰ মাত্ৰ ১২ শতাংশ

    Facebook:এই ধৰণৰ কথা ফে’চবুকত পোষ্ট কৰিলে কাৰাগাৰত হ’ব পাৰে বন্দী !

    Google Chrome: সাৱধান ! Google Chrome ব্যৱহাৰকাৰীসকল পৰিব পাৰে হেকাৰৰ কৱলত !

    Maruti Suzuki car prices hikes:ফেব্ৰুৱাৰীৰ পৰা বৃদ্ধি পাব গাড়ীৰ দাম

  • Entertainment
    • All
    • Movie
    • Music
    আঠ ঘণ্টাৰ অধিক কাম নকৰে অভিনেত্ৰী দীপিকাই, সমৰ্থন মনিৰত্নৰ 

    ‘বিগ বছ’ এৰি ‘বিগ বি’ৰ আসনত বহাৰ মন ভাইজানৰ 

    সন্দীপ ৰেঙী বংগাৰ নতুন ছবি ‘স্পিৰিট ‘ত দেখা নাপাব দীপিকাক

    দাদাচাহেব ফাল্কে বায়’পিকক লৈ বলিউদ দক্ষিণৰ ‘টাগ অৱ ৱাৰ ‘

    টিক্‌টক্‌ লাইভৰ সময়তে বিউটি ইনফ্লুৱেন্সাৰক গুলীয়াই হত্যা

    প্ৰিয় খাদ্য খোৱাৰ পাছতো কেনেদৰে ফিট হৈ থাকে অভিনেত্ৰী ৰকুলপ্ৰীত সিং ? 

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    প্ৰটিন সমৃদ্ধ কিন্তু পেট গধূৰ অনুভৱ নকৰিলে 

    টোপনিৰ সমস্যাত ভুগিছে? মীৰাৰ এই টিপছ ব্যৱহাৰ কৰক

    ভিটামিন ডি’ৰ অভাৱত হ’ব পাৰে চুলি আৰু ছালৰ ক্ষতি ! জানি লওক ইয়াৰ লক্ষণ

    কৃতিৰ ঘৰতে বনোৱা টোনাৰত কোন দুটা উপাদান আছে জানেনে?

    বন্ধু এজনে অভিমান কৰিছে নেকি ? সহজ-সৰল কৌশলেৰে ভাঙক অভিমান 

    গুগল ক্র’ম ৰ সন্দৰ্ভত কেন্দ্ৰই জাৰি কৰিছে সতৰ্কবাণী!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

Philippines flood :  ফিলিপাইনছত প্ৰচণ্ড বৃষ্টিপাত আৰু বানপানীত মৃত্যু ৯৮ সন্ধানহীন অৰ্ধ শতাধিক

publisher by publisher
October 31, 2022
in News, International
Reading Time: 2 mins read
0
Philippines flood :  ফিলিপাইনছত প্ৰচণ্ড বৃষ্টিপাত আৰু বানপানীত মৃত্যু ৯৮ সন্ধানহীন অৰ্ধ শতাধিক
1
SHARES
7
VIEWS
ShareShareShareShare

Philippines flood :

ফিলিপাইনছত যোৱা শুক্ৰবাৰৰ পৰা অব্যাহত থকা ধাৰাষাৰ বৃষ্টিপাতৰ ফলত হোৱা বানপানী আৰু ভুতৰ ওপৰত দানহ পৰাৰ দৰে ভূমিস্খলনত মৃত্যু হৈছে প্ৰায় ৯৮ জনকৈ লোক ৷

ADVERTISEMENT

নিহতৰ সংখ্যা আৰু বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে ৷ ৫৮ গৰাকী লোক চিনাক্ত হোৱাৰ বিপৰীতে ৪০ গৰাকী লোক এতিয়ালৈকে চিনাক্ত কৰিব পৰা হোৱা নাই। আনহাতে ৬৯ জন লোক আহত হোৱাৰ লগতে ৬৩ জন লোক এতিয়ালৈ নিৰুদ্দেশ হৈ আছে বুলি জানিব পৰা গৈছে।

RelatedPosts

ভিছা অবিহনে ফিলিপাইন্সত প্ৰৱেশ কৰিব পাৰিব ভাৰতীয়ই 

Philippines : বৈদেশিক ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ সপ্তাহযোৰা বিদেশ ভ্ৰমণ

Cloudburst In karbianglong Langhin:ডাৱৰ বিস্ফোৰণৰ বাবেই পাহাৰত বান

দেশখনৰ অস্বাভাৱিকভাৱে হোৱা প্ৰচণ্ড বৰষুণৰ ফলত মাগুইণ্ডানাও, নভেলটা,দক্ষিণ দ্বীপ মিন্দানাও সহ কেইবাখনো প্ৰদেশত প্ৰলংকাৰী বানে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে ৷ আবাসী আৰু ব্যৱসায়িক অঞ্চল সমূহত এবুকু পৰ্যন্ত পানী ৷ উল্লেখযোগ্য যে ১৭টা অঞ্চলৰ ৩১,৯৪২ খন গাঁৱৰ ১,৮১২,৭৪০ জন লোকৰ ৫ লাখ ৭৫ হাজাৰ ৭২৮ টা পৰিয়াল ধুমুহাত ক্ষতিগ্ৰস্ত হৈছে বুলি জানিব পৰা গৈছে ৷

b72b30eb 7a9d 4c36 aed3 1878c25ed405
ফিলিপাইনৰ উপকূলৰক্ষী বাহিনীয়ে ফেচবুকত ফটো পোষ্ট কৰিছিল ৷য’ত দেখা গৈছিল যে ইয়াৰ কৰ্মচাৰীসকল মিন্দানাওৰ মাগুইন্দানাও ডেল নৰ্টপ্ৰদেশৰ বিধ্বস্ত কুচিয়াং গাঁৱত আছে তাত ডাঠ বোকা আৰু পানীৰ মাজেৰে উপঙি আছে মৃতদেহবোৰ ৷ মৃতদেহৰ সন্ধানত দীঘল কাঠৰ টুকুৰা ব্যৱহাৰ কৰিছে সেনাই।
ফিলিপাইনছ সেনা বাহিনী আৰু দুৰ্যোগ প্ৰশমন বিভাগে তৎপৰতাৰে বানত আৱদ্ধসকলক উদ্ধাৰৰ বাবে অভিযান অব্যাহত ৰাখিছে ৷

ৰাজধানী মানিলাৰ দক্ষিণে থকা নভেলেটা পৌৰসভাৰ অন্তৰ্গত আৱাসীসকলে তেওঁলোকৰ আচবাব আৰু অন্যান্য সামগ্ৰী সমূহ নিৰাপদ স্থানলৈ স্থানান্তৰ কৰাৰ লগতে বাসগৃহত আৱদ্ধ পানী উলিওৱাত ব্যস্ত হয় ৷

01318c44 fe2b 4600 97e8 6026d3700c7a৫৫ বছৰীয়া জোচেলিটো ইলানোৱে কয়, “মোৰ গোটেই জীৱনটোত আমি প্ৰথমবাৰৰ বাবে এনে ধৰণৰ বানপানীৰ অভিজ্ঞতা লাভ কৰিছো,” মোৰ গোটেই ঘৰটোত এককাল পৰ্যন্ত পানীয়ে প্লাৱিত কৰে। আনহাতে ৭১ বছৰীয়া পাৰফিডিয়া চেগুয়েণ্ডিয়া আৰু তেওঁৰ পৰিয়ালে তেওঁলোকৰ চুবুৰীয়াৰ দুমহলীয়া ঘৰলৈ পলাই যোৱাৰ সময়ত তেওঁলোকে পিন্ধি থকা কাপোৰৰ বাহিৰে তেওঁলোকৰ সকলো সামগ্ৰী হেৰুৱাইছিল। “সকলো বোৰ প্লাৱিত হৈছিল – আমাৰ ফ্ৰিজ, ৱাছিং মেচিন, মটৰচাইকেল, টিভি ৷ আমি একো বচাব পৰা নাছিলো, কেৱল আমাৰ জীৱন বচাই ছিলো।”

ৰাষ্ট্ৰপতি ফাৰ্ডিনাণ্ড মাৰ্কোছে সোমবাৰে নভেলেটাকে ধৰি কিছুমান বানাক্ৰান্ত অঞ্চল ভ্ৰমণ কৰি স্থানীয় প্ৰাদেশিক চৰকাৰৰ সমুহক পীড়িতসকলক পৰ্যাপ্ত পৰিমাণে খাদ্য সামগ্ৰী আৰু খোৱা পানী বটল বিতৰণৰ নিৰ্দেশ দিয়ে ৷

ৰাষ্ট্ৰপতি মাৰ্কোছে কৈছিল যে নভেলেটাত প্ৰাৰম্ভিক স্থানান্তৰে জীৱন ৰক্ষা কৰিছিল। তেওঁ কয়, “যদিও দুৰ্যোগটো যথেষ্ট আছিল, হতাহতৰ সংখ্যা সিমান বেছি নাছিল, যদিও আন্তঃগাঁথনিৰ যথেষ্ট ক্ষতি হৈছে।” ইপিনে বতৰ বিজ্ঞানীসকলে সতৰ্ক কৰি দিছে যে জলবায়ু পৰিৱৰ্তনৰ কাৰণে পৃথিৱীখন গৰম হোৱাৰ লগে লগে মাৰাত্মক আৰু ধ্বংসাত্মক ধুমুহা অধিক শক্তিশালী হৈ উঠিছে।

ea6ab662 bf8f 46fa b051 035a508d9fa3আনপিনে ফিলিপাইনছ বিমান পৰিবহণ বিভাগে বহু বিমান সেৱা বেয়া বতৰৰ বাবে বাতিল কৰিছে৷ইযাৰ ফলত হাজাৰ হাজাৰ যাত্ৰী আৱদ্ধ হৈ পৰিছে মানিলা বিমান বন্দৰত ।

উল্লেখ্য বুধবাৰৰ পৰা ধাৰাসাৰ বৃষ্টিপাত আৰু ধুমুহাই ফিলিপাইনছৰ দক্ষিণ আৰু কেন্দ্ৰীয় অঞ্চলবোৰত বেয়াকৈ প্ৰভাৱিত কৰাৰ সম্ভাৱনা ব্যক্ত কৰিছে দেশখনৰ বতৰ বিজ্ঞান বিভাগে ।

মনকৰিবলগীয়া যে বিগত বছৰবোৰত ফিলিপাইনছত ধুমুহাৰ ফলত সৃষ্টি হোৱা আটাইতকৈ ভয়ংকৰ বিপদবোৰৰ ভিতৰত ভূমিস্খলন আৰু আকস্মিক বানপানী মুখ্যতঃ বনাঞ্চলৰ পৰা উদ্ভৱ হৈছে বুলি ধাৰণা কৰিছে চৰকাৰে।

Share this:

  • Click to share on X (Opens in new window) X
  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Click to share on Pinterest (Opens in new window) Pinterest
  • Click to share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: FloodPhilippines
publisher

publisher

Related Posts

Himanta Viswa Sarma:ৰাজ্য চৰকাৰে মুকলি কৰিলে স্বাগত সতীৰ্থ প’ৰ্টেল
News

June 7, 2025
Goa Strong Men: শিলেৰে গঠিত ভূমিত কুঁৱা খান্দি খৰাংপীড়িত ৰাইজক দিলে পানী
News

Goa Strong Men: শিলেৰে গঠিত ভূমিত কুঁৱা খান্দি খৰাংপীড়িত ৰাইজক দিলে পানী

June 7, 2025
Hujai Protest: ঈদৰ নামাজ আদায়ৰ পাছতে পাকিস্তানৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ
News

Hujai Protest: ঈদৰ নামাজ আদায়ৰ পাছতে পাকিস্তানৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ

June 7, 2025
Abhineel Murder Incident: মন্থৰ হৈছে অভি-নীল হত্যাকাণ্ডৰ বিচাৰ
News

Abhineel Murder Incident: মন্থৰ হৈছে অভি-নীল হত্যাকাণ্ডৰ বিচাৰ

June 7, 2025
Religious minorities protest: পবিত্র ঈদৰ দিনাই ৰাজ্যৰ ভিন্ন প্ৰান্তত প্রতিবাদ ধর্মীয় সংখ্যালঘু লোকৰ
Assam

Religious minorities protest: পবিত্র ঈদৰ দিনাই ৰাজ্যৰ ভিন্ন প্ৰান্তত প্রতিবাদ ধর্মীয় সংখ্যালঘু লোকৰ

June 7, 2025
Cm Tweets:দেশবিৰোধী মন্তব্য কৰি পুনৰ গ্ৰেপ্তাৰ ২ যুৱক
News

Cm Tweets:দেশবিৰোধী মন্তব্য কৰি পুনৰ গ্ৰেপ্তাৰ ২ যুৱক

June 7, 2025
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d