Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025

    তামিলনাডুত নতুন যুগৰ সূচনা! 

    দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

    ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ

    বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

    মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

    অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News International

Sandstorm : বালিৰ ধুমুহাত বিপর্যস্ত আৰৱ, হাস্পাতালত ভর্তি সহস্ৰাধিক

publisher by publisher
May 19, 2022
in International, News
Reading Time: 1 min read
0
Sandstorm : বালিৰ ধুমুহাত বিপর্যস্ত আৰৱ, হাস্পাতালত ভর্তি সহস্ৰাধিক
2
SHARES
19
VIEWS
ShareShareShareShare

RelatedPosts

Saudi Arabia : এক বছৰত চৌদি আৰৱত মৃত্যু দণ্ড ১৪৭ জনৰ!

কৃত্ৰিম উপায়েৰে সৌন্দৰ্য্য বৃদ্ধি কৰাই হ’ল অপৰাধ

এহাত দূৰৰ সামগ্ৰীও অস্পষ্ট । আকাশ ৰঙা । বতাহত বালি । শ্বাস লোৱাত কষ্ট । ভয়াৱহ ধূলিৰ ফলত বিপর্যস্ত পশ্চিম এছিয়া । ইয়াৰ মাজতে সর্বশেষত আক্রান্ত ছৌদি আৰবৰ ৰাজধানী ৰিয়াধ । বুধবাৰে ধূলিৰ ধুমুহাত অসুস্থ হৈ পৰে সহস্ৰাধিক লোক । শ্বাসকষ্টৰ বাবে হাস্পাতালত ভর্তি হয় প্ৰায় ১২৮৫ জন । নিশাৰ ভিতৰতে বন্ধ কৰি দিবলগীয়া হয় স্কুল-কলেজ । বিশেষজ্ঞসকলৰ মতে, জলবায়ু পৰিৱর্তনৰ ফলত !

ADVERTISEMENT

ব্যস্ত চহৰ ৰিয়াধ অৱশ্যে আজিও সচল আছিল । কিন্তু পথত দৃশ্যমানতা অতি কম আছিল । সেয়ে ট্রেফিকৰ গতি কম আছিল । কিছু মিটাৰ দূৰৰ পৰাও গগণচুম্বী বৃহৎ অট্টালিকা দেখা নাযায় । ঘৰৰ পৰা ওলোৱাৰ উপায় নাছিল বাসিন্দাসকলৰ । অতি প্রয়োজন নহ’লে পথত লোক কমেই ওলায় ।

এজন পাকিস্তানি নির্মাণকর্মীয়ে কয়, ‘‘খোলা আকাশৰ তলত কাম কৰাত অতি কষ্ট হৈছিল । প্রায় অসম্ভৱ । মুখমণ্ডল কাপোৰেৰে ঢাকি ৰাখিছিল । তৎসত্ত্বেও বাৰেবাৰে মুখ ধুবলগীয়া হৈছিল ।’’ দেশৰ বতৰ বিজ্ঞান কেন্দ্ৰ‌ই জনাইছে, এই বালিৰ ধুমুহা পূৱ দিশৰ পৰা ক্রমে পশ্চিম দিশে গতি কৰিছে । ইৰাক, ইৰান, জর্ডন আগতেই ক্ষতিগ্রস্ত হৈছে । তেওঁলোকৰ শংকি, ধূসৰ বালিৰ ডাঠ স্তৰে ক্রমশ ঢাকি পেলাব মক্কা, মদিনাকো ।

পশ্চিম এছিয়াৰ কে’বাখনো দেশ চলিত বৰ্ষত বালিৰ ধুমুহাত বিপর্যস্ত হৈছে । এপ্রিলৰ মাজভাগৰ পৰা প্ৰায় আঠটা বালিৰ ধুমুহাত আক্রান্ত ইৰাক । বিশেষজ্ঞসকলে কয়, ভূমিস্খলন, প্রবল খৰাং, কম বৃষ্টিপাতৰ ফলতেই এই পৰিস্থিতি । ইয়াৰ বাবে অৱশ্যে জলবায়ু পৰিৱর্তনে মূল কাৰণ । বাগদাদত শেষ বালিৰ ধুমুহা আহিছিল যোৱা সোমবাৰে । শ্বাসকষ্টৰ বাবে প্ৰায় চাৰি হেজাৰজনক হাস্পাতালত ভর্তি কৰাবলগীয়া হয় । বিদ্যালয়-মহাবিদ্যালয়-কাৰ্যালয় বন্ধ কৰি দিবলগীয়া হয় নিশাৰ ভিতৰতে । স্তব্ধ হৈ যায় বিমানবন্দৰো ।

ইৰানতো একেই পৰিস্থিতি । কালি তেওঁলোকে ঘোষণা কৰিছে, বেয়া পৰিস্থিতিৰ বাবে চৰকাৰী কার্যালয় বন্ধ ৰাখিবলগীয়া হৈছে । বিদ্যালয়বোৰো বন্ধ কৰা হৈছে । তেহৰানে জনাইছে, বতাহত প্রতি ঘন মিটাৰত ভাহি আহে ১৬৩ মাইক্র’গ্রাম বালিকণা । বিশ্ব স্বাস্থ্য সংস্থাৰ (হু) প্ৰতিবেদন অনুযায়ী, বতাহত ধুলি-বালিৰ উপস্থিতিৰ সর্বোচ্চ সীমা প্রতি ঘনমিটাৰত ২৫ মাইক্র’গ্রাম । অর্থাৎ সর্বোচ্চ সীমাতকৈও ছয় গুণ অধিক ।

কুৱেইটত সোমবাৰে বালিৰ ধুমুহাত বন্ধ কৰি দিবলগীয়া হয় বিমান সেৱা । আনকি দেশৰ তিনিটা সমুদ্র বন্দৰতো কাম স্তব্ধ হৈ যায় । মঙলবাৰেও বিদ্যালয়-মহাবিদ্যালয় বন্ধ আছিল এই দেশত । আজিৰ পৰা কিছু স্বাভাৱিক হৈছে ।

পশ্চিম এছিয়াত বালিৰ ধুমুহা অচিনাকী নহয় । কিন্তু সাম্প্রতিক কালত মাৰাত্মক বাঢ়িছে । ইয়াৰ বাবে জলবায়ু পৰিৱের্তনকেই কাৰণ হিচাপে দৰ্শাইছে বিশেষজ্ঞসকলে । কিন্তু জলবায়ু পৰিৱৰ্তনৰ কাৰণ অনিয়ন্ত্রিত হাৰত মাটি কটা, বন ধ্বংস কৰা, নদীৰ পানীৰ অনিয়ন্ত্রিত হাৰত ব্যৱহাৰ, নদীৰ গতিপথ আবদ্ধ কৰি কৃত্রিম জলাধাৰ প্ৰস্তুত কৰা । এনে অসংখ্য কাৰণ ।

জর্ডনৰ জলবায়ু বিশেষজ্ঞ হাছান আবদুল্লাই কয়, ‘‘শুকান, ঠাণ্ডা বতাহে বালিৰ স্তৰ বোৱাই নিছে । ঢাকি পেলাইছে ছিৰিয়া, পূৱ ইৰাকক । সমগ্র আৰৱৰ অৱস্থা একেই ।’’ আবদুল্লাই জনায়, টাইগ্রিছ আৰু ইউফ্রেটিছ নদীৰ জলস্তৰ কমি যোৱা এই পৰিস্থিতিৰ অন্যতম কাৰণ । বার্ষিক বৃষ্টিপাতো মাৰাত্মক কমিছে । ভূমিস্খলনটো আছেই ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: RiyadhSandstorm
publisher

publisher

Related Posts

India

তামিলনাডুত নতুন যুগৰ সূচনা! 

May 10, 2026
দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 
Assam

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

May 10, 2026
ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ
News

May 8, 2026
বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন
India

বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

May 8, 2026
মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ
News

মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

May 8, 2026
অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!
India

অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

May 8, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d