Imran khan : পদযাত্ৰাত ইমৰানক লক্ষ্য কৰি গুলিচলনা, প্ৰাণ ৰক্ষা পৰিলেও সো ভৰিত বুলেটৰ আঘাত প্ৰাক্তন প্ৰধানমন্ত্ৰীৰ

IMG PAKISTAN POLITICS OI 2 1 JD9LDO57

Imran Khan :

পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰান খানক গুলীয়াই হত্যা কৰাৰ চেষ্টা । পাকিস্তানৰ গণতন্ত্ৰ পুনৰ প্ৰতিষ্ঠাৰ দাবীত শুকুৰবাৰে লাহোৰৰ পৰা ইছলামাবাদলৈ এক দীঘলীয়া পদযাত্ৰাৰ আহ্বান জনাইছিল প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰান খানে

দলৰ সকলো নেতা, কৰ্মী আৰু সমৰ্থকক লাহোৰৰ লিৰবাটি চকত একত্ৰিত হ’বলৈ আহ্বান জনায়। তাৰ পৰা, তেওঁলোক সকলোৱে প্ৰায় ৪০০ কিলোমিটাৰ খোজ কাঢ়ি ইছলামাবাদলৈ যাব।

তাৰ পূৰ্বে ওয়াজিৰাবাদত দলীয় সমৰ্থকৰ সমাবেশত তেওঁ যোগ দিয়ে আৰু তাতে গুলিচালনাৰ ঘটনা সংঘটিত হয়।

ইয়াৰ পূৰ্বে পাকিস্তানত একাধিক নেতা – নেত্ৰী জনসভাত আক্ৰমণৰ বলি হৈছে । এই বাতৰিটো এইমাত্ৰ দিয়া হৈছে। বিতং বাতৰিটো অলপ সময়ৰ ভিতৰতে আহি আছে। অপেক্ষা কৰক।

Exit mobile version