Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    মালৌআলি-মনাইমাজিৰ পৰা এলেংমৰালৈ পথৰ দুৰৱস্থাত দুর্ভোগ ৰাইজৰ

    আত্মীয়ৰ হাততে হৈছে নির্যাতিত: এনচিআৰবিৰ প্ৰতিবেদনত উদ্বেগজনক তথ্য প্রকাশ

    ছীল কৰা হ’ব ৰুদ্ৰছ কিচ্ছেন হোমষ্টে

    ছীল কৰা হ’ব ৰুদ্ৰছ কিচ্ছেন হোমষ্টে

    হোমষ্টেত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু, তদন্তত নতুন তথ্য

    ভাৰতীয় এথলীটৰ বিৰুদ্ধে চীনৰ ষড়যন্ত্র!

    ভাৰতীয় এথলীটৰ বিৰুদ্ধে চীনৰ ষড়যন্ত্র!

    ৰাষ্ট্ৰসংঘৰ মজিয়াতে যুদ্ধংদেহী স্থিতি প্রকট কৰিলে বহু ৰাষ্ট্ৰ নেতাই

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

    ৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Kashmiri Pandit : পুনৰ এজন কাশ্মীৰি পণ্ডিতক গুলীয়াই হত্যা সন্ত্ৰাসবাদীৰ

publisher by publisher
October 15, 2022
in Crime, India, News
Reading Time: 1 min read
0
Kashmiri Pandit : পুনৰ এজন কাশ্মীৰি পণ্ডিতক গুলীয়াই হত্যা সন্ত্ৰাসবাদীৰ
1
SHARES
11
VIEWS
ShareShareShareShare

RelatedPosts

Kashmiri Pandits : কাশ্মীৰি পণ্ডিতৰ আশ্রয় শিবিৰ কবৰস্থান বনোৱাৰ সকীয়নি নতুন সন্ত্ৰাসগোষ্ঠীৰ

Kashmiri Pandit : উপত্যকাত সেনাৰ বৃহৎ সাফল্য

নিয়ন্ত্ৰণৰ বাহিৰলৈ কাশ্মীৰ

Kashmiri Pandit : জম্মু আৰু কাশ্মীৰত পুনৰ আক্রান্ত সংখ্যালঘু । শনিবাৰে ছোপিয়ানত এজন কাশ্মীৰি পণ্ডিতক গুলীয়াই হত্যা কৰিলে সন্ত্ৰাসবাদীসকলে । শীঘ্ৰে জিলা হাস্পাতাললৈ লৈ যোৱা হয় যদিও প্ৰাণ ৰক্ষা নহয় । সন্ত্ৰাসবাদীৰ তালাচী অভিযানত নামিছে নিৰাপত্তা বাহিনী । মৃতৰ নাম পুৰাণকৃষাণ ভট্ট । শনিবাৰে পুৱা তেওঁক ঘৰৰ সন্মুখতে গুলয়াই পলায়ন কৰে সন্ত্ৰাসবাদীসকলে ।

ADVERTISEMENT

কাশ্মীৰ আৰক্ষীয়ে টুইটাৰত জনাইছে, ‘‘ছোপিয়ানৰ চৌদাৰি গুণ্ড অঞ্চলত বাগিচাত গৈছিল পুৰাণকৃষাণ । সেই সময়তেই সংখ্যালঘুজনক লক্ষ্য কৰি গুলী চালনা কৰি পলায়ন কৰে সন্ত্ৰাসবাদীসকলে । লগে লগে তেওঁক হাস্পাতালত লৈ যোৱা হয় । তাতেই তেওঁৰ মৃত্যু হয় । সমগ্ৰ অঞ্চল আৱৰি সন্ত্ৰাসবাদীসকলৰ তালাচী আৰম্ভ হৈছে ।’’

প্ৰাপ্ত তথ্য অনুসৰি, পুৰাণ ঘৰৰ পৰা ওলাইছিল । তেওঁক পাছফালৰ পৰা গুলী কৰে সন্ত্ৰাসবাদীসকলে । নিহতজনৰ এটি পুত্ৰ আৰু এটি কন্যা আছে । পুৰাণৰ নিজৰ ব্যৱসায় আছিল ।

#Terrorists fired upon a #civilian (minority) Shri Puran Krishan Bhat while he was on way to orchard in Chowdari Gund #Shopian. He was immidiately shifted to hospital for treatment where he #succumbed. Area cordoned off. Search in progress.@JmuKmrPolice

— Kashmir Zone Police (@KashmirPolice) October 15, 2022

উল্লেখ্য, ইয়াৰ পূৰ্বে ১৬ আগষ্টত দক্ষিণ কাশ্মীৰৰ এই ছোপিয়ানতেই সন্ত্ৰাসবাদীৰ হাতৰ হত্যা হৈছিল এজন কাশ্মীৰি পণ্ডিতৰ । সন্ত্ৰাসবাদীৰ গুলীত আহত হৈছিল তেওঁৰ পৰিয়ালৰ আন এজন সদস্য । চিতপোৰাৰ আপেল বাগিচাত প্ৰৱেশ কৰি দুই কাশ্মীৰি পণ্ডিতক লক্ষ্য কৰি গুলী চলায় সন্ত্ৰাসবাদীসকলে । এজনৰ ঘটনাস্থলতেই মৃত্যু হৈছিল । ইয়াৰ পূৰ্বে জুনতো এজন কাশ্মীৰি হত্য হৈছিল উপত্যকাত । মে’ত দক্ষিণ কাশ্মীৰৰেই কুলগাঁৱত হত্যা হৈছিল এগৰাকী মহিলা কাশ্মীৰি পণ্ডিতৰ । মহিলাগৰাকী শিক্ষয়িত্ৰী আছিল ।

২০১৯ৰ অক্টোবৰৰ পৰা জম্মু-কাশ্মীৰত বাৰে বাৰে আক্রান্ত হৈছে প্ৰব্ৰজনকাৰী শ্রমিকসকলে । যোৱা আগষ্টত কাশ্মীৰৰ বান্দিপোৰাত এজন প্ৰব্ৰজনকাৰী শ্রমিকক লক্ষ্য কৰি গুলি চলায় সন্ত্ৰাসবাদীসকলে । তেওঁৰ হাস্পাতালত মৃত্যু হয় । এই শ্রমিকো বিহাৰৰ পৰা আহিছিল ।

বিগত জুনত কাশ্মীৰৰ বদ্‌গামত দুজন প্ৰব্ৰজনকাৰী শ্রমিকক লক্ষ্য কৰি গুলী চলায় সন্ত্ৰাসবাদীসকলে । এজনৰ মৃত্যু হৈছিল । তাৰ কিছু ঘণ্টা পূৰ্বে কুলগামত এটা বেংকত প্ৰৱেশ কৰি মেনেজাৰক লক্ষ্য কৰি গুলী চলায় সন্ত্ৰাসবাদীসকলে । ঘটনাস্থলতেই মৃত্যু হৈছিল তেওঁৰ । মেনেজাৰজন ৰাজস্থানৰ বাসিন্দা । কিছুদিন পূৰ্বে সলনি হৈ কুলগামলৈ আহিছিল ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: dies in hospitalKashmiri Panditshotat by militants
publisher

publisher

Related Posts

পৰ্যটকৰ বাবে অহা দুই অক্টোবৰত পুনৰ মুকলি হ’ব বিশ্ব ঐতিহ্য ক্ষেত্ৰ মানাহ ৰাষ্ট্ৰীয় উদ্যান
Assam

September 26, 2026
মালৌআলি-মনাইমাজিৰ পৰা এলেংমৰালৈ পথৰ দুৰৱস্থাত দুর্ভোগ ৰাইজৰ
Assam

মালৌআলি-মনাইমাজিৰ পৰা এলেংমৰালৈ পথৰ দুৰৱস্থাত দুর্ভোগ ৰাইজৰ

September 26, 2026
আত্মীয়ৰ হাততে হৈছে নির্যাতিত: এনচিআৰবিৰ প্ৰতিবেদনত উদ্বেগজনক তথ্য প্রকাশ
India

আত্মীয়ৰ হাততে হৈছে নির্যাতিত: এনচিআৰবিৰ প্ৰতিবেদনত উদ্বেগজনক তথ্য প্রকাশ

September 26, 2026
ছীল কৰা হ’ব ৰুদ্ৰছ কিচ্ছেন হোমষ্টে
Assam

ছীল কৰা হ’ব ৰুদ্ৰছ কিচ্ছেন হোমষ্টে

September 26, 2026
হোমষ্টেত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু, তদন্তত নতুন তথ্য
Assam

হোমষ্টেত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু, তদন্তত নতুন তথ্য

September 26, 2026
ভাৰতীয় এথলীটৰ বিৰুদ্ধে চীনৰ ষড়যন্ত্র!
News

ভাৰতীয় এথলীটৰ বিৰুদ্ধে চীনৰ ষড়যন্ত্র!

September 26, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d