Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    ম্যাদ উকলি যোৱাৰ তাৰিখ নিমিষতে সলনি হৈছে, ম্যাদ উকলি যোৱা মেগী-কুকুৰে-লিমকা বজাৰত বিক্ৰী কৰা হৈছে

    পাঁচ ছেপ্টেম্বৰৰ ভিতৰত নিউ হাৰাঙ্গাজাও ষ্টেচনৰ দুই নম্বৰ লাইন পুনৰ কাৰ্যক্ষম

    Dergaon:দেৰগাঁও লাচিত বৰফুকন পুলিচ একাডেমিৰ দীক্ষান্ত সমাৰোহত মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মা

    পৃথিৱীৰ বাহিৰতো আছে প্ৰাণৰ অস্তিত্ব!

    পৃথিৱীৰ বাহিৰতো আছে প্ৰাণৰ অস্তিত্ব!

    ১,০৫০ মৃতদেহৰ চাৰি শতাংশহে চিনাক্ত

    ১,০৫০ মৃতদেহৰ চাৰি শতাংশহে চিনাক্ত

    ৰাজহুৱা দাবীক আওকাণ কৰি পুনৰ নাজিৰাখাটত টোল কৰ সংগ্ৰহ আৰম্ভ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    গৰম ননষ্টিক কেৰাহীত পানী ঢালি দিয়ে নেকি?

    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News International

Imran Khan : বিদেশী ৰাষ্ট্রনেতাসকলে দিয়া উপহাৰ বিক্রী কৰিছে ইমৰান খানে ! অভিযোগ বিৰোধী দলৰ

publisher by publisher
October 21, 2021
in India, News
Reading Time: 1 min read
0
Imran Khan : বিদেশী ৰাষ্ট্রনেতাসকলে দিয়া উপহাৰ বিক্রী কৰিছে ইমৰান খানে ! অভিযোগ বিৰোধী দলৰ
3
SHARES
25
VIEWS
ShareShareShareShare

RelatedPosts

পাকিস্তানত ৰাজনৈতিক উত্তেজনা, ইমৰান খানৰ দলৰ ১৮০ নেতা-কর্মী গ্ৰেপ্তাৰ!

কাৰাবন্দী অৱস্থাতে ইমৰান খানক পাকিস্তানী সেনা-আইএছআইৰ দ্বাৰা হত্যা!

Imran Khan: দুৰ্নীতিৰ গোচৰত ১৪ বছৰৰ কাৰাদণ্ড পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰাণ খানক

বিদেশী ৰাষ্ট্রনেতাসকলৰ পৰা পোৱা উপহাৰ বিক্রী কৰাৰ অভিযোগ উত্থাপন হৈছে পাক প্রধানমন্ত্রী ইমৰান খানৰ বিৰুদ্ধে । পাকিস্তানৰ প্রধান বিৰোধী দল পাকিস্তান মুছলিম লিগ (এন)ৰ সহ-সভানেত্রী মৰিয়ম নৱাজসহ একাধিক বিৰোধী নেতাই এই অভিযোগ উত্থাপন কৰিছে ।

ADVERTISEMENT

টুইটাৰত মৰিয়মেৰ অভিযোগ, প্রধানমন্ত্রী হিচাপে বিদেশী ৰাষ্ট্রনেতাসকলৰ পৰা পোৱা প্রায় ১০ লাখ ডলাৰৰ (প্রায় চাৰে সাত কোটি টকা) ‘চৰকাৰী’ উপহাৰ সামগ্রী নিয়ম ভাঙি বিক্রী কৰিছে ইমৰানে । প্রাক্তন পাক প্রধানমন্ত্রী নৱাজ শ্বৰিফৰ কন্যাই লিখেছে, ‘খলিফা ওমৰে তেওঁৰ নিজৰ পোছাকৰ সংস্থান নিজে কৰিছে আৰু আপুনি (ইমৰান) চৰকাৰী কোষাগাৰৰ সম্পত্তি বিক্রী কৰেছে । মুখত মদিনা ৰাজ্য প্রতিষ্ঠাৰ কথা কৈছে !’

পাকিস্তানৰ বিৰোধী ৰাজনৈতিক দলবোৰৰ জোঁট ‘পাকিস্তান ডেম’ক্রেটিক মুভমেন্ট’ (পিডিএম)ৰ নেতা মৌলানা ফজলুৰ ৰহমানেও ইমৰানৰ বিৰুদ্ধে আইন ভাঙি বিদেশী উপহাৰ বিক্রীৰ অভিযোগ তুলিছে । তেওঁৰ দাবী, সম্প্রতি ইমৰান পশ্চিম এছিয়াৰ কোনো এখন দেশৰ ৰজাৰ পৰা ৰত্নখচিত হাতঘড়ী উপহাৰ পাইছিল । কিন্তু সেইটো তেওঁ কোটি টকাত ডুবাইৰ এক ব্যৱসায়ীক বিক্রী কৰিছে ।

পাকিস্তানৰ নিয়ম অনুযায়ী, বিদেশি ৰাষ্ট্রনেতাসকলৰ পৰা ৰাষ্ট্রপতি, প্রধানমন্ত্রী বা অন্য মন্ত্রীসকলে যি উপহাৰ পায়, সেয়া চৰকাৰী কোষাগাৰত জমা থ’ব লাগে । ১০ হেজাৰ টকাতকৈ কম মূল্যৰ উপহাৰ হ’লে প্রধানমন্ত্রী সেইটো নিজৰ লগত ৰাখিব পাৰে । তাতকৈ অধিক মূল্যৰ কোনো উপহাৰ তেওঁৰ পছন্দ হ’লে সেইটো বজাৰ-মূল্যৰ সমপৰিমাণৰ অর্থ চৰকাৰী কোষাগাৰত জমা কৰি সেই উপহাৰ নিজৰ লগত ৰাখিব পাৰে । কিন্তু পাক ক্রিকেটাৰ-ৰাজনীতিকে সেই আইনৰ অৱমাননা কৰিছে বুলি অভিযোগ ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Imran khanPakistan Muslim League (N)
publisher

publisher

Related Posts

ম্যাদ উকলি যোৱাৰ তাৰিখ নিমিষতে সলনি হৈছে, ম্যাদ উকলি যোৱা মেগী-কুকুৰে-লিমকা বজাৰত বিক্ৰী কৰা হৈছে
India

September 2, 2026
পাঁচ ছেপ্টেম্বৰৰ ভিতৰত নিউ হাৰাঙ্গাজাও ষ্টেচনৰ দুই নম্বৰ লাইন পুনৰ কাৰ্যক্ষম
Assam

পাঁচ ছেপ্টেম্বৰৰ ভিতৰত নিউ হাৰাঙ্গাজাও ষ্টেচনৰ দুই নম্বৰ লাইন পুনৰ কাৰ্যক্ষম

September 2, 2026
Dergaon:দেৰগাঁও লাচিত বৰফুকন পুলিচ একাডেমিৰ দীক্ষান্ত সমাৰোহত মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মা
Assam

Dergaon:দেৰগাঁও লাচিত বৰফুকন পুলিচ একাডেমিৰ দীক্ষান্ত সমাৰোহত মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মা

September 2, 2026
পৃথিৱীৰ বাহিৰতো আছে প্ৰাণৰ অস্তিত্ব!
News

পৃথিৱীৰ বাহিৰতো আছে প্ৰাণৰ অস্তিত্ব!

September 2, 2026
১,০৫০ মৃতদেহৰ চাৰি শতাংশহে চিনাক্ত
International

১,০৫০ মৃতদেহৰ চাৰি শতাংশহে চিনাক্ত

September 2, 2026
ৰাজহুৱা দাবীক আওকাণ কৰি পুনৰ নাজিৰাখাটত টোল কৰ সংগ্ৰহ আৰম্ভ
Assam

ৰাজহুৱা দাবীক আওকাণ কৰি পুনৰ নাজিৰাখাটত টোল কৰ সংগ্ৰহ আৰম্ভ

September 2, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d