Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড

    Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

    গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

    Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

    Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

    Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Entertainment

Akshay Kumar : টুইঙ্কলক বিয়া কৰোৱাৰ পূৰ্বে অক্ষয়ৰ কোন ৫ অভিনেত্ৰীৰ সৈতে সম্পৰ্ক আছিল ?

publisher by publisher
November 5, 2022
in Environment, India
Reading Time: 1 min read
0
Akshay Kumar : টুইঙ্কলক বিয়া কৰোৱাৰ পূৰ্বে অক্ষয়ৰ কোন ৫ অভিনেত্ৰীৰ সৈতে সম্পৰ্ক আছিল ?
1
SHARES
13
VIEWS
ShareShareShareShare

Akshay Kumar :

বলীউড গ্লেমাৰ জগতত বিভিন্ন ধৰণৰ সম্পৰ্কৰ বিতৰ্ক যেন এটা মুদ্ৰাৰ ইপিঠি-সিপিঠি । মাজে-মাজে চ’ছিয়েল মিডিয়াতো বিভিন্ন সম্পৰ্কৰ গুঞ্জন ট্ৰেণ্ডিং হৈ থকা দেখা যায় । য’ত ভাইৰেল হয় বিভিন্ন তাৰকাৰ যুগ্ম ছবি ।

ভাইৰেল হয় বহু জনপ্ৰিয় তাৰকাৰ ব্যক্তিগত জীৱনৰ কথা । ব্যক্তিগত জীৱন ভাইৰেল হোৱা তেনে এজন তাৰকা অভিনেতা হৈছে অক্ষয় কুমাৰ । অনুৰাগীয়ে যাক বলীউডৰ খিলাড়ী বুলি আখ্যা দিছে ।

ADVERTISEMENT

বৰ্তমান অক্ষয় কুমাৰে বলীউডৰ প্ৰথমজন চুপাৰষ্টাৰ ৰাজেশ খান্না আৰু ডিম্পল কাপাডিয়াৰ দুহিতা টুইঙ্কল খান্নাক বিয়া কৰাই সুখেৰে জীৱন অতিবাহিত কৰিছে । সম্প্ৰতি জনা গৈছে যে , টুইঙ্কলক বিয়া কৰোৱাৰ পূৰ্বে অক্ষয়-এ বহু অভিনেত্ৰীৰ লগত সম্পৰ্ক গঢ়ি তুলিছিল । সেই তাৰকা অভিনেত্ৰীসকল হৈছে —-

RelatedPosts

কেমেৰাৰ সন্মুখত কিয় হাঁহি নাথাকে আৰিয়ান খানে?

উদয়পুৰত ভাৰতীয় মূলৰ মার্কিন অর্বুদপতিৰ বিবাহত জেনিফাৰৰ সংগীত পৰিৱেশন, নাচিলে বলিউড তাৰকাই

সামাজিক মাধ্যমত অভিনেতা ধৰ্মেন্দ্ৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ পাছতে পৰিয়ালৰ স্পষ্টীকৰণ

ৰেখা : ১৯৯৬ চনত প্ৰবীণ অভিনেত্ৰী ৰেখাৰ সৈতে অক্ষয়ে ‘ খিলাড়ী কা খিলাড়ী ‘ ছবিখনত অভিনয় কৰিছিল । সেইসময়ত ৰেখা বলীউডৰ এগৰাকী অতি সুন্দৰী আৰু ভাল অভিনেত্ৰী আছিল । বহু অনুৰাগী ৰেখাৰ লাস্যময়ী ৰূপত বিভোৰ হৈ পৰা দেখা গৈছিল । তেনে সময়তে খিলাড়ী খ্যাত অক্ষয়ো ৰেখাৰ প্ৰেমত মচগুল হৈ পৰিছিল । দৰাচলতে এই ছবিখনত দুয়ো একাধিক অন্তৰঙ্গ দৃশ্যৰ শ্বুটিং কৰিছিল । এই ঘনিষ্ঠতাই দুয়োকে ওচৰ চপাই নিছিল । পিছত শুনা গৈছিল যে , এই ছবিখন ওলাই যোৱাৰ পিছতো দুয়ো একেলগে বহু ঠাইত ডেটিং কৰা অৱস্থাত ধৰা পৰিছিল ।

 ৰবীনা টেণ্ডন : অক্ষয় আৰু ৰবীনা ৯০ দশকৰ অন্যতম প্ৰিয় যুটি আছিল । ১৯৯৪ চনত ‘’ম’হৰা’ ছবিৰ শ্বুটিঙৰ সময়ত দুয়োজনৰ ঘনিষ্ঠতা বাঢ়ি ১৯৯৫ চনত দুয়ো মুকলিকৈ ডেটিং আৰম্ভ কৰিছিল । প্ৰায় তিনি বছৰ একেলগে থকাৰ পিছত অনুৰাগীয়ে অধীৰ আগ্ৰহেৰে দুয়োৰে বিয়াৰ বাবে অপেক্ষা কৰিছিল যদিও অৱশেষত এই সম্পৰ্কৰ অন্ত পৰিছিল ।

 শিল্পা চেট্টী : এটা সময়ত অক্ষয়ে মোহময়ী অভিনেত্ৰী শিল্পা চেট্টীৰ লগতো ডেট কৰিছিল । যি খবৰ তৎকালেই মিডিয়াৰ যোগে বিয়পি পৰিছিল । যিহেতু সেই সময়ত অক্ষয়ে টুইঙ্কল খান্নাৰ লগতো সমানেই ডেট কৰি আছিল । যিটো কাৰণত শিল্পা চেট্টী আৰু খিলাড়ী কুমাৰৰ সম্পৰ্ক ইমানতেই ইতি পৰিছিল ।

 আয়েশা জুলকা : টুইঙ্কলক বিয়া কৰোৱাৰ পূৰ্বে অক্ষয়ে ৯০ দশকৰ অন্যতম অভিনেত্ৰী আয়েশা জুলকাৰ প্ৰেমত পৰিছিল । কিছুদিন এই খবৰে বলীউড ইণ্ডাষ্ট্ৰি গৰম কৰি ৰাখিছিল যদিও কম সময়ৰ ভিতৰতে দুয়োৰে মাজৰ এই সম্পৰ্ক অৱসান ঘটিছিল ।

পূজা বাত্ৰা : সেই সময়তে বলীউডত প্ৰৱেশ কৰা মডেল পূজা বাত্ৰাৰ প্ৰেমতো পৰিছিল অক্ষয় কুমাৰ । অৱশ্যে এই সম্পৰ্ক বেছিদিন নাথাকিল । এই খবৰৰ পিছতেই অক্ষয়-টুইঙ্কলৰ বিবাহ সম্পন্ন হয় ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: ActorAkshay KumarBOLLYWOOD
publisher

publisher

Related Posts

নিয়ন্ত্ৰণ হেৰুৱাই উল্টি গ’ল BMW, ৰাজস্থানত পথ দুৰ্ঘটনাত মৃত্যু শাকুন গ্ৰুপৰ এমডিৰ
India

March 9, 2026
মোদীৰ শাসনত দেশত এবছৰতে ৫৭জন অর্বুদপতিৰ সংখ্যা বৃদ্ধি
News

এই প্রজন্মক প্রচণ্ড অসৎ আখ্যা কৰণ জোহৰৰ
India

এই প্রজন্মক প্রচণ্ড অসৎ আখ্যা কৰণ জোহৰৰ

March 8, 2026
মাৰ্চৰ প্ৰথম সপ্তাহত পশ্চিম এছিয়াৰ পৰা দেশলৈ উভতিল ৫২ হেজাৰৰো অধিক ভাৰতীয়!

মার্চৰ আৰম্ভণিতেই তীব্ৰ গৰমে দহিলে দিল্লী

ইৰাণ-ইজৰাইলৰ যুদ্ধৰ প্ৰত্যক্ষ প্ৰভাৱ
India

ইৰাণ-ইজৰাইলৰ যুদ্ধৰ প্ৰত্যক্ষ প্ৰভাৱ

March 7, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d