Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025

    তামিলনাডুত নতুন যুগৰ সূচনা! 

    দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

    ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ

    বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

    মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

    অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

অতি শিঘ্ৰেই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ আহিব বলিউডৰ ‘খিলাড়ী’ অক্ষয় কুমাৰ

publisher by publisher
March 19, 2022
in Assam, Entertainment, News
Reading Time: 1 min read
0
অতি শিঘ্ৰেই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ আহিব বলিউডৰ ‘খিলাড়ী’ অক্ষয় কুমাৰ
3
SHARES
25
VIEWS
ShareShareShareShare

RelatedPosts

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বৃদ্ধি পাইছে স্বাস্থ্যবান মেছেকাৰ সংখ্যা

আজিৰে পৰা বন্ধ কাজিৰঙাৰ ‘হাতী চাফাৰী’

অতি শিঘ্ৰেই বিশ্ব ঐতিহ্যক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত উপস্থিত হ’বহি বলিউদৰ তাৰকা শিল্পী অক্ষয় কুমাৰ৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান সুৰক্ষাৰ বাবে তেওঁ ব্যক্তিগত ভাৱে প্ৰদান কৰা এক কোটি টকাৰে নিৰ্মিত বিভিন্ন উন্নয়নমূলক কাম স্বচক্ষে প্ৰত্যক্ষ কৰাৰ লগতে ৰাষ্ট্ৰীয় উদ্যানখনৰ সৌন্দৰ্য উপভোগ কৰিবলৈ ৰাষ্ট্ৰীয় উদ্যানখনত উপস্থিত হ’বহি অভিনেতাগৰাকী৷

ADVERTISEMENT

২০১৯ৰ বানপানীৰ সময়ছোৱাতে ৰাষ্ট্ৰীয় উদ্যানখনত হাইলেণ্ড নিৰ্মানৰ বাবে অক্ষয় কুমাৰে উদ্যানখনলৈ প্ৰদান কৰিছিল এক কোটি টকা। আৰু এই ধনেৰে ইতিমধ্যেই বহুকেইটা উন্নয়ন সম্পন হৈ উঠিছে উদ্যানৰ অন্তঃভাগত৷

এই নিৰ্মান সম্পূৰ্ণ হোৱাৰ পাছতেই উদ্যান কৰ্তৃপক্ষই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত ভ্ৰমনৰ বাবে অভিনেতাগৰাকীক আমন্ত্ৰণ জনাইছে টুইটাৰত। উদ্যান কতৃপক্ষৰ এই টুইটৰ ৰিপ্লাই দি শীঘ্ৰেই কাজিৰঙালৈ আহিব বুলি টুইট কৰিছে অভিনেতা অক্ষয় কুমাৰে। উল্লেখ্য যে, দোঙা বন সুৰক্ষা শিৱিৰ, কাৰাসিং বন সুৰক্ষা শিৱিৰ, পতাহি বিলৰ উন্নয়ন তথা সাঁকো নিৰ্মাণ, পানীৰ ওপৰত ওপঙি থকা বন সুৰক্ষা শিৱিৰ, বান্দৰডুবিত পথ আৰু ওখ স্থান নিৰ্মাণকে ধৰি বহুকেইটা গুৰুত্বপূৰ্ণ কাম উদ্যান কৰ্তৃপক্ষই সম্পন্ন কৰে অক্ষ কুমাৰে প্ৰদান কৰা এক কোটি টকাৰ পুঁজিৰে৷

২০১৯ চনৰ বান বিভীষিকাৰ সময়ত অক্ষয় কুমাৰে আগবঢ়োৱা সাহায্যৰ ধনেৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ এই আন্তঃগাঁথনি নিৰ্মাণ হৈছে। অক্ষয় ফাণ্ডৰ সকলো কাম সম্পন্ন হোৱাৰ পিচত অভিনেতাগৰাকীক কাজিৰঙালৈ আমন্ত্ৰণ জনাইছে উদ্যান কৰ্তৃপক্ষই‌৷

https://twitter.com/akshaykumar/status/1505133595857330176?s=20&t=BVbRuYAg5nbml-6e0pUV6A

বিশ্ব ঐতিহ্যক্ষেত্ৰ কাজিৰঙালৈ এই বছৰতে অহাৰ সম্ভাৱনা আছে বলিউডৰ খিলাড়ী অক্ষয় কুমাৰৰ। চলিত বৰ্ষতে অভিনেতাগৰাকীক কাজিৰঙালৈ আমন্ত্ৰণ জনাইছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই৷

উল্লেখ্য যে ২০১৯ চনৰ বান বিভীষিকাৰ সময়ত বন্যপ্ৰাণীৰ দুৰ্দশা প্ৰতি লক্ষ্য ৰাখি ৰাষ্ট্ৰীয় উদ্যানখনলৈ আৰ্থিক সাহায্য আগবঢ়াইছিল অভিনেতাগৰাকীয়ে। বন্যপ্ৰাণীৰ দুৰ্দশাত ব্যৰ্থিত হৈ ৰাষ্ট্ৰীয় উদ্যানখনৰ আন্তঃগাঁথনি তথা সুৰক্ষাৰ বাবে এক কোটি টকাৰ সাহায্য প্ৰদান কৰিছিল অক্ষয় কুমাৰে‌। অভিনেতাগৰাকীৰ সাহায্যৰ ধনেৰে শেহতীয়াকৈ উদ্যানখনত নিৰ্মাণ কৰা হৈছে এই হাইলেণ্ড, বন শিবিৰ, বাট-পথ আদি।

অক্ষয় কুমাৰৰ প্ৰতি সন্মান জনাই তেওঁ দিয়া অনুদানেৰে ইতিমধ্যে সদ্য উচ্ছেদিত কলিয়াবৰৰ অন্তৰ্গত বাগৰি বনাঞ্চলৰ বান্দৰডুবিত নিৰ্মাণ কৰা হৈছে এটা পথ তথা হাইলেণ্ড। যি পথেৰে ইতিমধ্যে কাজিৰঙাৰ সৌন্দৰ্য উপভোগ কৰিছে পৰ্যটকে। আনহাতে বানপানীৰ সময়ত এই পথটো ব্যৱহাৰ হ’ব হাইলেণ্ড হিচাপে য’ত আশ্ৰয় ল’ব পাৰিব বন্যপ্ৰাণীয়ে।

সমান্তৰালকৈ বানপানীৰ সময়ত ব্ৰহ্মপুত্ৰত ওপঙা শিবিৰ হিচাপে ব্যৱহাৰ কৰা হৈছে যন্ত্ৰচালিত নাও। অক্ষয় কুমাৰ ফাণ্ডেৰে নিৰ্মাণ হোৱা নাও দুখনৰ নাম দিয়া হৈছে অক্ষয় ৰথ। ইপিনে বাগৰী বনাঞ্চলৰ ডোঙ্গা আৰু কঁহৰা বনাঞ্চলৰ কাৰ্চিং বন শিবিৰ নতুনকৈ সজাই পৰাই তোলাৰ কথাও জনাই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই। ইয়াৰ লগতে অক্ষয় ফাণ্ডৰ দ্বাৰা নিৰ্মাণ কৰা হৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান তথা ব্যাঘ্ৰ প্ৰকল্প এলেকাৰ কুকুৰাকটা পাহাৰৰ নামনিৰ পতাহি বিলত জল সংৰক্ষণৰ এক নতুন আৰ্হি।

ভিন্ন প্ৰজাতিৰ পক্ষীৰ বিচৰণ ভূমি এই বিল পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণ হ’ব বুলি আশা ব্যক্ত কৰা হৈছে। অক্ষয় ফাণ্ডৰ দ্বাৰা হ’বলগীয়া সকলো কাম সুচাৰুৰূপে সম্পন্ন হোৱাৰ পাছত অভিনেতাগৰাকীক কাজিৰঙালৈ আমন্ত্ৰণ জনাইছে উদ্যান কৰ্তৃপক্ষ৷ অভিনেতাগৰাকী উদ্যানলৈ আহিলে এক নতুন ৰূপ পাব উদ্যানখনে৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Akshay KumarAssamKaziranga National Park
publisher

publisher

Related Posts

India

তামিলনাডুত নতুন যুগৰ সূচনা! 

May 10, 2026
দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 
Assam

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

May 10, 2026
ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ
News

May 8, 2026
বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন
India

বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

May 8, 2026
মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ
News

মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

May 8, 2026
অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!
India

অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

May 8, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d