Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড

    Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

    গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

    Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

    Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

    Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Lifestyle

Fruit : এই পদ্ধতিত ফল খালে লাভৰ বিপৰীতে হ’ব পাৰে বিপদ !

publisher by publisher
November 5, 2022
in Lifestyle
Reading Time: 1 min read
0
Fruit : এই পদ্ধতিত ফল খালে লাভৰ বিপৰীতে হ’ব পাৰে বিপদ !
2
SHARES
15
VIEWS
ShareShareShareShare

Fruit :

এই পদ্ধতিত ফল খালে লাভৰ বিপৰীতে হ’ব পাৰে বিপদ ! Fruit Diet কৰাৰ পূৰ্বে জানি লওক এইকেইটা গুৰুত্বপূৰ্ণ কথা —
ফল স্বাস্থ্যৰ পক্ষে খুবেই উপকাৰী যদিও ফল খোৱাৰ কিছুমান নিয়ম আছে । এই নিয়মৰ কথা নজনাকৈ বহুতে Fruit Diet কৰিবলৈ আৰম্ভ কৰে ।

ADVERTISEMENT

Fruit Diet হৈছে এনে এটা বিষয় , য’ত কোনো এজন লোকে পুৱাৰ আহাৰ , দূপৰীয়াৰ আহাৰ , ৰাতিৰ আহাৰ , সকলোতে ফল খাবলৈ আৰম্ভ কৰে । এইক্ষেত্ৰত বিশিষ্ট পুষ্টিবিদ ৰীমাই কৈছে যে , প্ৰত্যেক সাজ আহাৰত ফল খালে বিপদ হ’ব পাৰে । অৰ্থাৎ ই স্বাস্থ্যৰ কাৰণে ক্ষতিকাৰক । আচলতে ফল খোৱাৰ নিৰ্দিষ্ট পদ্ধতি আছে ।

RelatedPosts

কম বয়সতে মগজুৰ ষ্ট্ৰ’কত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে কিয়?

ওজন কমোৱাৰ বাবে মহৌষধিস্বৰূপ পাঁচবিধ ফল

আপুনি জানেনে কমলাৰ বাকলিত থকা পলিফেনলে মধুমেহ নিয়ন্ত্ৰণ কৰে

198a9ab3 b7f4 46c8 b24c f7231890b2f0কিন্তু বহুত মানুহে এই প্ৰক্ৰিয়াক ভুলকৈ বুজি লৈ Fruit Diet কৰিবলৈ আৰম্ভ কৰে । ফলত মানুহজনৰ শৰীৰত ভয়ংকৰ সমস্যাই দেখা দিব পাৰে । বিভিন্ন ৰোগ বাঢ়ি যোৱাৰো আশংকাও আহিব পাৰে । গতিকে Fruit Diet কৰাৰ আগে সতৰ্ক হোৱাটো খুবেই দৰকাৰী ।

আমি মনত ৰখা উচিত যে , যিকোনো ফলতে এচিদ থাকে । এই এচিদ এটা মাত্ৰালৈকে শৰীৰক লাগে । এচিদৰ পৰিমাণ বাঢ়ি গলে শৰীৰৰ ভিতৰত না-না অসুবিধাৰ সৃষ্টি হ’ব পাৰে । এইক্ষেত্ৰত পুষ্টিবিদ ৰীয়াই কৈছে যে, যিকোনো ফলত কাৰ্বহাইড্ৰেট আৰু ফাইবাৰ খুব কম পৰিমাণত থাকে । আছে প্ৰোটিন আৰু ভাল চৰ্বি । যিটো কাৰণত Fruit diet কৰিলে বিভিন্ন সমস্যাৰো সৃষ্টি হ’ব পাৰে যিহেতু ফলত পুষ্টিৰ ভাৰসাম্যতা নাথাকে আৰু শৰীৰৰ বাবে অপুষ্টিকৰ হৈ উঠিব পাৰে ।

8724114b d647 4df8 811b 846ccc299494পুষ্টিবিদগৰাকীয়ে আৰু এইবুলিও কৈছে যে – যিকোনো আহাৰে বেছি সময় পেট ভৰাই ৰাখিলে সহজে ভোক নেলাগে । কিন্তু Fruit Diet কৰিলে সোনকালে ভোক লাগে আৰু সেইসময়ত যিকোনো অপুষ্টিকৰ আহাৰ খাবলগীয়া হয় । যিটো স্বাস্থ্যৰ পক্ষে খুবেই ক্ষতিকাৰক । পূৰ্বেই কোৱা হৈছে যে , ফলত প্ৰোটিন প্ৰায় নাথাকেই , এনে পৰিস্থিতিত শৰীৰৰ প্ৰোটিনৰ ঘাটি পূৰাবলৈ অন্য কোনো পৰিপূৰক আহাৰ গ্ৰহণ কৰিব লাগিব । দৈ, প্ৰোটিন পাউদাৰ , চিজ মাহজাতীয় বীজও ফলৰ লগত খোৱা উচিত।

আমাৰ শৰীৰত ফেট বা চৰ্বিৰো প্ৰয়োজন আছে । Fruit Diet সমান্তৰালকৈ ফেটজাতীয় খাদ্য যেনে- আখৰোট , কাঠবাদাম , পি-নাট বাটাৰ , চানফ্লাৱাৰ চিড আদিও খাব লাগিব । যি শৰীৰত প্ৰয়োজনীয় চৰ্বিৰ যোগান ধৰি থাকিব । ইয়াৰোপৰি ডায়েবেটিছ , ওজন বেছি থকা সমস্যা , হ’ৰমনৰ অসমতা আদি থাকিলে Fruit Diet নকৰাই ভাল । কৰিব খুজিলেও চিকিৎসকৰ পৰামৰ্শ লৈহে কৰিব লাগে ।

bfb7e59a 752b 45c3 ac4e ee8774b56997বি:দ্ৰ: এই প্ৰতিবেদনটো সচেতনতা বৃদ্ধিৰ বাবেহে যুগুত কৰা হৈছে । কোনো সিদ্ধান্ত লোৱাৰ পূৰ্বে চিকিৎসকৰ পৰামৰ্শ লোৱাটো একান্ত আৱশ্যক ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: DietfruitHealth
publisher

publisher

Related Posts

আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ
Lifestyle

March 9, 2026
এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ
Lifestyle

এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

March 9, 2026
সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে
Lifestyle

সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

March 7, 2026
কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই
Lifestyle

কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

March 5, 2026
ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?
Lifestyle

ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

February 28, 2026
গাখীৰৰ লগত ফল খালে কি হয়?
Lifestyle

গাখীৰৰ লগত ফল খালে কি হয়?

February 26, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d