Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • New Year 2023
    • Politics
    • Sports
    Growing Conflict Between The Centre And States:কেন্দ্ৰ আৰু ৰাজ্যৰ বৰ্ধিত সংঘাত

    Flagging Vande Bharat Express: প্ৰধানমন্ত্ৰীয়ে মুকলি কৰিলে অসমৰ প্ৰথমখন বন্দে ভাৰত এক্সপ্ৰেছ

    Earthquake In Assam :পুৱাই ভূমিকম্প ৰাজ্যত, একেলগে অনুভূত হ’ল দুটাকৈ জোকাৰণি

    Jalukbari Accident: মাজনিশা জালুকবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা

    Pm Narendra Modi To Open New Parliament Building:বৈদিক ৰীতিনীতি অনুসৰি উদ্বোধন কৰা হ’ল দেশৰ নতুন সংসদ ভৱন

    Chirang Police Drug & Child Marriage Awareness: বাল্য বিবাহ আৰু ড্ৰাগছৰ বিৰুদ্ধে চিৰাং আৰক্ষীৰ সজাগতা অনুষ্ঠান

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    Maruti Suzuki :জানুৱাৰীত দেশত ১৪ শতাংশ বিক্ৰী বৃদ্ধি গাড়ীৰ, শীৰ্ষত মাৰুতি -ছুজুকীয়ে

    Electronic : দেশত বৃদ্ধি পাইছে বৈদ্যুতিক বাহনৰ চাহিদা-বিক্ৰী

    Apple : আমেৰিকাৰ চাৰি কোম্পানীয়ে হেৰুৱালে তিনি ত্ৰিলিয়ন ডলাৰ, সৰ্বাধিক লোকচান এপেলৰ

    Smart Phone : স্মাৰ্টফোনৰ বেটাৰীৰ চাৰ্জ দ্ৰুত গতিত হ্ৰাস পোৱাৰ ৫ টা কাৰণ কি ? জানিবলৈ পঢ়ক

    Mobile Battery Charging : কিমান শতাংশ বেটাৰী থাকিলে এটা ফোনৰ চাৰ্জ দিব লাগে

    WhatsApp Update : ৩১ ডিচেম্বৰৰ পৰা ৪৯ টা ফোনত বন্ধ হ’ব হোৱাটছএপ !

  • Entertainment
    • All
    • Movie
    • Music
    5th Chitra Bharati Film Festival: পঞ্চম চিত্ৰ ভাৰতী চলচ্ছিত্ৰ মহোৎসৱৰ প্ৰস্তুতি

    Flimfare : ফিল্মফেয়াৰ বঁটাত উজ্বলিল অসম সন্তান

    Sanjay Dutt :শ্বুটিঙৰ সময়ৰ বোমা বিস্ফোৰণ হৈ গুৰুত্বৰভাৱে আহত অভিনেতা সঞ্জয় দত্ত

    Rani Mukerji In Kamakhya Temple  : ওপজা দিনটোতে ‘মা’ কামাখ্যাৰ আশিস ল’লে বলীউডৰ জনপ্ৰিয় অভিনেত্ৰী ৰাণী মুখাৰ্জীয়ে

    Satish Kaushik : জনপ্ৰিয় কৌতুক অভিনেতা সতীশ কৌশিকৰ দেহাৱসান , বুধবাৰে খেলিছিল হোলি

    Black N White : এতিয়া চিএনডি প্লেত উপলব্ধ হ’ব ব্লেক এন হোৱাইট

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    Pack Pain:কঁকালৰ বিষত ভুগিব ৮০ কোটি লোক !

    Horoscope: দিনটোৰ ৰাশিফল

    Horoscope : দিনটোৰ ৰাশিফল

    Vitamin E Capsule For Skin And Hair : ছাল, চুলিৰ যত্নৰ বাহিৰেও ক’ত ব্যৱহাৰ হয় ভিটামিন ই ?

    Benefits of Matka water : মাটিৰ পাত্ৰত পানী খাই শীতল হোৱাৰ লগতে হওঁক স্বাস্থ্যৱান

    Healthy Life : জানেনে পুৱাৰ আহাৰ আৰু ব্যায়ামৰ প্ৰয়োজনীয়তা কিমান !

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

    Kaziranga:কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানে চাৰি মাহত সংগ্ৰহ কৰিলে পাঁচ কোটিৰ অধিক ৰাজহ

    Longest Elevated Flyover : একলগে ছটা লেনত চলাচল কৰিব গাড়ী !

  • Videos
No Result
View All Result

Home News Assam

Cid operation : বনকৰা কিশোৰীৰ ৰহস্যজনক মৃত্যুৰ তদন্তত গাফিলতিৰ অভিযোগত

গ্ৰেপ্তাৰ দৰংৰ এ এছ পি ৰূপম ফুকন

publisher by publisher
November 8, 2022
in News, Assam
Reading Time: 1 min read
0
Cid operation : বনকৰা কিশোৰীৰ ৰহস্যজনক মৃত্যুৰ তদন্তত গাফিলতিৰ অভিযোগত
1
SHARES
11
VIEWS
ShareShareShareShare

Cid operation :

এছ এছ বি জোৱানৰ বাসগৃহত বনকৰা আদিবাসী কিশোৰীৰ ৰহস্যজনক মৃত্যুৰ তদন্তত গাফিলতিৰ অভিযোগত গ্ৰেপ্তাৰ হ’ল দৰং জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ৰূপম ফুকন ৷

ADVERTISEMENT

উল্লেখ্য যে ধুলাৰ এছ এছ বি জোৱান কৃষ্ণকমল বৰুৱাৰ বাসগৃহত বনকৰা হিচাপে নিয়োজিত থকা ঢেকীয়াজুলিৰ আদিবাসী কিশোৰী এগৰাকী চলিত বৰ্ষৰ এক আগষ্টত ৰহস্যজনক মৃত্যু হয় ৷

RelatedPosts

Water Supply Cut Off Guwahati:খাৰঘূলিৰ জলবিস্ফোৰণৰ পিছতে সংকটত মহানগৰবাসী !

SCERT Scam Update:এছচিইআৰটিৰ ১০৫ কোটিৰ দুৰ্নীতি

GMC Hikes Property Tax In Guwahati:চাৰিগুণ সম্পত্তি কৰ বৃদ্ধিৰে মাধ্যমাৰ জি এম চিৰ !

4fbe815d 87fb 49d5 990b 18bf84e741daএইয়া পৰিকল্পিত হত্যাকাণ্ড বুলি অভিযোগ কৰি ধুলা আৰক্ষী থানাত কিশোৰী গৰাকীৰ দুৰ্ভগীয়া পৰিয়ালে দিছিল গোচৰ ৷ কিন্ত গোচৰটো গাপ দি এই ঘটনাৰ স’তে সাঙোৰ খোৱা এছ এছ বি জোৱান কৃষ্ণকমল বৰুৱাৰ পৰা ধুলা থানাৰ অ’চি উৎপল বৰুৱাই ঘোচ লৈ গোচৰটো গাপ দিয়াৰ বাবে উঠিপৰি লাগে ৷ উল্লেখ্য সমগ্ৰ ৰাজ্যজুৰি এই ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হোৱাৰ পিচতে মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাই আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তৰ স’তে উপস্থিত হৈছিল দুৰ্ভগীয়া কিশোৰী গৰাকীৰ ঢেকীয়াজুলিৰ বাসগৃহ ৷ পিতৃ- মাতৃ আৰু স্থানীয় লোকৰ সৈতে কৰিছিল মতবিনিময় ৷

7d107379 bf08 46bf 8dd9 023053a12ac0মুখ্যমন্ত্ৰী গৰাকীৰ হস্তক্ষেপৰ পিচতে কঠোৰ হৈ পৰিছিল আৰক্ষী সঞ্চালক প্ৰধান ৷মুখ্যমন্ত্ৰীয়ে গোচৰটো চিআই ডিক দিবলৈ নিৰ্দেশনা জাৰি কৰাৰ লগতে তৎকালীনভাৱে কাৰ্যকৰী হোৱাকৈ দৰংৰ এছ পিক নিলম্বন কৰিবলৈ ডিজিপি নিৰ্দেশ দিয়ে ৷

আনহাতে চি আই ডিয়ে গোচৰটো লৈ ব্যাপক তৎপৰতাৰে তদন্ত আৰম্ভ কৰি ইতিমধ্যে আটক কৰা ঘটনাৰ অন্যতম অভিযুক্ত এছ এছ বি জোৱান কৃষ্ণকমল বৰুৱা৷

চিআই ডিয়ে মাৰাথন তদন্তৰ অন্তত পোহৰলৈ আহে বহু বিস্ফোৰক তথ্য কিশোৰী গৰাকীৰ মৃত্যুৰ ঘটনাৰ স’তে জড়িত থকা কৃষ্ণকমল বৰুৱাক ৰক্ষনাবেক্ষণ দিয়াৰ বাবে ধুলা থানাৰ অ’চি উৎপল বৰাই লৈছিল পাঁচলাখ টকা ৷
এই অভিযোগৰ ভিত্তিত বৰ্তমান খাৰুপেটীয়া থানাত নিয়োজিত হৈ থকা উৎপল বৰাক পহিলা নৱেম্বৰত চিআই ডিয়ে গ্ৰেপ্তাৰ কৰে৷

তাৰ পিছতো তদন্ত অব্যাহত ৰাখি চি আই ডিয়ে কালি মঙলদৈ অসামৰিক চিকিৎসালয়ৰ চিকিৎসক ডা:অৰুণ ডেকা,ডা:অনুপম শৰ্মা আৰু অজন্তা বৰদলৈক ৷ ধৃত তিনি চিকিৎসকে মৰনোত্তৰ প্ৰতিবেদনত আসোঁৱাহ কৰাৰ তথ্য তদন্তত ধৰা পেলাইছিত চি আই ডিয়ে ৷

দেওবাৰে তিনিও চিকিৎসকক গ্ৰেপ্তাৰ কৰাৰ পিছত সোমবাৰে দৰংৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ৰূপম ফুকনক গ্ৰেপ্তাৰ কৰে গুৱাহাটীৰ পৰা যোৱা চি আই ডি দলে ৷ আটকাধীন আটাইকেইগৰাকীৰ বিৰুদ্ধে চিআইডিয়ে ২০/২০২২ নম্বৰত ভাৰতীয় দণ্ড বিধি আইনৰ ইউ এছ১২০(বি)/৪২০/২১৮ ত গোচৰ ৰজু কৰিছে ৷

Share this:

  • Twitter
  • Facebook
  • LinkedIn
  • WhatsApp
  • More
  • Pinterest
  • Telegram

Like this:

Like Loading...
Tags: Cid operationGuwahati
publisher

publisher

Related Posts

Bilasipara Police SI Arrest:বিলাসীপাৰাত উৎকোচ বিচাৰি গ্ৰেপ্তাৰ আৰক্ষী উপ-পৰিদৰ্শক
Assam

May 29, 2023
Growing Conflict Between The Centre And States:কেন্দ্ৰ আৰু ৰাজ্যৰ বৰ্ধিত সংঘাত
Assam

Growing Conflict Between The Centre And States:কেন্দ্ৰ আৰু ৰাজ্যৰ বৰ্ধিত সংঘাত

May 29, 2023
Flagging Vande Bharat Express: প্ৰধানমন্ত্ৰীয়ে মুকলি কৰিলে অসমৰ প্ৰথমখন বন্দে ভাৰত এক্সপ্ৰেছ
Assam

Flagging Vande Bharat Express: প্ৰধানমন্ত্ৰীয়ে মুকলি কৰিলে অসমৰ প্ৰথমখন বন্দে ভাৰত এক্সপ্ৰেছ

May 29, 2023
Earthquake In Assam :পুৱাই ভূমিকম্প ৰাজ্যত, একেলগে অনুভূত হ’ল দুটাকৈ জোকাৰণি
Assam

Earthquake In Assam :পুৱাই ভূমিকম্প ৰাজ্যত, একেলগে অনুভূত হ’ল দুটাকৈ জোকাৰণি

May 29, 2023
Jalukbari Accident: মাজনিশা জালুকবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা
Assam

Jalukbari Accident: মাজনিশা জালুকবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা

May 29, 2023
Pm Narendra Modi To Open New Parliament Building:বৈদিক ৰীতিনীতি অনুসৰি উদ্বোধন কৰা হ’ল দেশৰ নতুন সংসদ ভৱন
India

May 28, 2023
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

No Result
View All Result

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d bloggers like this: