Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Beltala murder incident Update:বেলতলাৰ বশিষ্ঠপুৰ হত্যাকাণ্ডৰ চাঞ্চল্যকৰ তথ্য পোহৰলৈ

    Betala murder incident Update:বেলতলাৰ বশিষ্ঠপুৰ হত্যাকাণ্ডৰ চাঞ্চল্যকৰ তথ্য পোহৰলৈ

    ভূপেন হাজৰিকাৰ কুঠৰীৰ বাসগৃহ আজি অনাদৃত-অৱহেলিত 

    HD has ordered an investigation against Cosmo Medical:মহানগৰীৰ কচমো মেডিকেলৰ বিৰুদ্ধে তদন্তৰ নিৰ্দেশ স্বাস্থ্য বিভাগৰ

    Nagaon MP By Election:উপ-নির্বাচনক লৈ তৎপৰ নগাঁও জিলা প্রশাসন

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    বৃক্ক সংৰোপণৰ নতুন ইতিহাস, এই ব্যক্তিজনে গাহৰিৰ বৃক্ক লৈ জীয়াই থকাৰ অভিলেখ ভংগ কৰিলে

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

  • Entertainment
    • All
    • Movie
    • Music
    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Cid operation : বনকৰা কিশোৰীৰ ৰহস্যজনক মৃত্যুৰ তদন্তত গাফিলতিৰ অভিযোগত

গ্ৰেপ্তাৰ দৰংৰ এ এছ পি ৰূপম ফুকন

publisher by publisher
November 8, 2022
in Assam, News
Reading Time: 1 min read
0
Cid operation : বনকৰা কিশোৰীৰ ৰহস্যজনক মৃত্যুৰ তদন্তত গাফিলতিৰ অভিযোগত
2
SHARES
16
VIEWS
ShareShareShareShare

RelatedPosts

Beltala murder incident Update:বেলতলাৰ বশিষ্ঠপুৰ হত্যাকাণ্ডৰ চাঞ্চল্যকৰ তথ্য পোহৰলৈ

HD has ordered an investigation against Cosmo Medical:মহানগৰীৰ কচমো মেডিকেলৰ বিৰুদ্ধে তদন্তৰ নিৰ্দেশ স্বাস্থ্য বিভাগৰ

Betala Murder Incident Update:বেলতলাৰ বশিষ্ঠপুৰত নৃশংসভাৱে পত্নীক হত্যা কৰা অভিযুক্ত ৰামানুজন গোস্বামীৰ হুংকাৰ

Cid operation :

এছ এছ বি জোৱানৰ বাসগৃহত বনকৰা আদিবাসী কিশোৰীৰ ৰহস্যজনক মৃত্যুৰ তদন্তত গাফিলতিৰ অভিযোগত গ্ৰেপ্তাৰ হ’ল দৰং জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ৰূপম ফুকন ৷

ADVERTISEMENT

উল্লেখ্য যে ধুলাৰ এছ এছ বি জোৱান কৃষ্ণকমল বৰুৱাৰ বাসগৃহত বনকৰা হিচাপে নিয়োজিত থকা ঢেকীয়াজুলিৰ আদিবাসী কিশোৰী এগৰাকী চলিত বৰ্ষৰ এক আগষ্টত ৰহস্যজনক মৃত্যু হয় ৷

এইয়া পৰিকল্পিত হত্যাকাণ্ড বুলি অভিযোগ কৰি ধুলা আৰক্ষী থানাত কিশোৰী গৰাকীৰ দুৰ্ভগীয়া পৰিয়ালে দিছিল গোচৰ ৷ কিন্ত গোচৰটো গাপ দি এই ঘটনাৰ স’তে সাঙোৰ খোৱা এছ এছ বি জোৱান কৃষ্ণকমল বৰুৱাৰ পৰা ধুলা থানাৰ অ’চি উৎপল বৰুৱাই ঘোচ লৈ গোচৰটো গাপ দিয়াৰ বাবে উঠিপৰি লাগে ৷ উল্লেখ্য সমগ্ৰ ৰাজ্যজুৰি এই ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হোৱাৰ পিচতে মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাই আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তৰ স’তে উপস্থিত হৈছিল দুৰ্ভগীয়া কিশোৰী গৰাকীৰ ঢেকীয়াজুলিৰ বাসগৃহ ৷ পিতৃ- মাতৃ আৰু স্থানীয় লোকৰ সৈতে কৰিছিল মতবিনিময় ৷

মুখ্যমন্ত্ৰী গৰাকীৰ হস্তক্ষেপৰ পিচতে কঠোৰ হৈ পৰিছিল আৰক্ষী সঞ্চালক প্ৰধান ৷মুখ্যমন্ত্ৰীয়ে গোচৰটো চিআই ডিক দিবলৈ নিৰ্দেশনা জাৰি কৰাৰ লগতে তৎকালীনভাৱে কাৰ্যকৰী হোৱাকৈ দৰংৰ এছ পিক নিলম্বন কৰিবলৈ ডিজিপি নিৰ্দেশ দিয়ে ৷

আনহাতে চি আই ডিয়ে গোচৰটো লৈ ব্যাপক তৎপৰতাৰে তদন্ত আৰম্ভ কৰি ইতিমধ্যে আটক কৰা ঘটনাৰ অন্যতম অভিযুক্ত এছ এছ বি জোৱান কৃষ্ণকমল বৰুৱা৷

চিআই ডিয়ে মাৰাথন তদন্তৰ অন্তত পোহৰলৈ আহে বহু বিস্ফোৰক তথ্য কিশোৰী গৰাকীৰ মৃত্যুৰ ঘটনাৰ স’তে জড়িত থকা কৃষ্ণকমল বৰুৱাক ৰক্ষনাবেক্ষণ দিয়াৰ বাবে ধুলা থানাৰ অ’চি উৎপল বৰাই লৈছিল পাঁচলাখ টকা ৷
এই অভিযোগৰ ভিত্তিত বৰ্তমান খাৰুপেটীয়া থানাত নিয়োজিত হৈ থকা উৎপল বৰাক পহিলা নৱেম্বৰত চিআই ডিয়ে গ্ৰেপ্তাৰ কৰে৷

তাৰ পিছতো তদন্ত অব্যাহত ৰাখি চি আই ডিয়ে কালি মঙলদৈ অসামৰিক চিকিৎসালয়ৰ চিকিৎসক ডা:অৰুণ ডেকা,ডা:অনুপম শৰ্মা আৰু অজন্তা বৰদলৈক ৷ ধৃত তিনি চিকিৎসকে মৰনোত্তৰ প্ৰতিবেদনত আসোঁৱাহ কৰাৰ তথ্য তদন্তত ধৰা পেলাইছিত চি আই ডিয়ে ৷

দেওবাৰে তিনিও চিকিৎসকক গ্ৰেপ্তাৰ কৰাৰ পিছত সোমবাৰে দৰংৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ৰূপম ফুকনক গ্ৰেপ্তাৰ কৰে গুৱাহাটীৰ পৰা যোৱা চি আই ডি দলে ৷ আটকাধীন আটাইকেইগৰাকীৰ বিৰুদ্ধে চিআইডিয়ে ২০/২০২২ নম্বৰত ভাৰতীয় দণ্ড বিধি আইনৰ ইউ এছ১২০(বি)/৪২০/২১৮ ত গোচৰ ৰজু কৰিছে ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Cid operationGuwahati
publisher

publisher

Related Posts

দেশীয় প্ৰযুক্তিৰ বুলেট ট্ৰেইন কেতিয়া চলিব ভাৰতত?
India

September 8, 2026
Beltala murder incident Update:বেলতলাৰ বশিষ্ঠপুৰ হত্যাকাণ্ডৰ চাঞ্চল্যকৰ তথ্য পোহৰলৈ
Assam

Beltala murder incident Update:বেলতলাৰ বশিষ্ঠপুৰ হত্যাকাণ্ডৰ চাঞ্চল্যকৰ তথ্য পোহৰলৈ

September 8, 2026
ভূপেন হাজৰিকাৰ কুঠৰীৰ বাসগৃহ আজি অনাদৃত-অৱহেলিত 
Assam

ভূপেন হাজৰিকাৰ কুঠৰীৰ বাসগৃহ আজি অনাদৃত-অৱহেলিত 

September 8, 2026
HD has ordered an investigation against Cosmo Medical:মহানগৰীৰ কচমো মেডিকেলৰ বিৰুদ্ধে তদন্তৰ নিৰ্দেশ স্বাস্থ্য বিভাগৰ
Assam

HD has ordered an investigation against Cosmo Medical:মহানগৰীৰ কচমো মেডিকেলৰ বিৰুদ্ধে তদন্তৰ নিৰ্দেশ স্বাস্থ্য বিভাগৰ

September 8, 2026
Nagaon MP By Election:উপ-নির্বাচনক লৈ তৎপৰ নগাঁও জিলা প্রশাসন
Assam

Nagaon MP By Election:উপ-নির্বাচনক লৈ তৎপৰ নগাঁও জিলা প্রশাসন

September 8, 2026
২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি
News

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d