Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা 

    Sonam Raghuvanshi’s bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন

    Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা

    ছিকিমত কিশোৰ-কিশোৰীৰ স’তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

    Artificial Flood in China:কৃত্ৰিম বানত ডুবিল চীনৰ বাণিজ্যিক চহৰ গুৱাংচি

    উত্তৰপ্ৰদেশত আৰক্ষী ব্যৱস্থা শক্তিশালীকৰণত বৃহৎ পদক্ষেপ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Assam-Meghalaya Incident update : মেঘালয়ত আৱদ্ধ অসম সহ বহিঃৰাজ্যৰ অৰ্ধ শতাধিকখন

আবদ্ধ কে'বাগৰাকী বিদেশী পৰ্যটক

publisher by publisher
November 23, 2022
in India, Assam, News
Reading Time: 1 min read
0
Assam-Meghalaya Incident update : মেঘালয়ত আৱদ্ধ অসম সহ বহিঃৰাজ্যৰ অৰ্ধ শতাধিকখন
3
SHARES
30
VIEWS
ShareShareShareShare

Assam-Meghalaya Incident update :

ADVERTISEMENT

পশ্চিম কাৰ্বি আংলঙৰ মেঘালয় সীমান্তত সংঘটিত হোৱা গুলীচালনাৰ ঘটনাৰ পিছতে সীমান্ত অব্যাহত আছে চেপা উত্তেজনা ৷ গুৱাহাটী মহানগৰীৰ পাশ্বৰ্ৱতী যোৰাবাটত অসম আৰক্ষীয়ে মেঘালয়ৰ পঞ্জীয়নকৃত বাহনৰ বাহিৰে অসমৰ পৰা যোৱা বাহন মেঘালয়ত প্ৰৱেশত বাধা আৰোপ কৰিছে। একেদৰে উত্তপ্ত পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি আৰক্ষীয়ে অসমৰ ৰাইজক মেঘালয়লৈ নাযাবলৈ আহ্বান জনাইছে ।

RelatedPosts

গড়ল বুনিয়াদী প্ৰাথমিক বিদ্যালয়ত ভোটদান মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

বিহু-দুৰ্গা পূজাত বিনামূলীয়া LPG চিলিণ্ডাৰঃ ৰাইজক ডাঙৰ উপহাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

বৰাকত বিজেপিয়ে ন খনৰ পৰা ১১ খন আসন লাভ কৰিব

যোৱা কালি নিশা অসমৰ পৰা যোৱা এখন বাহন শ্বিলঙত খাচী দুৰ্বৃত্তই জ্বলাই দিয়াৰ লগতে কেতবোৰ স্থানত অসমৰ পঞ্জীয়নকৃত চলন্ত বাহনলৈ শিলগুটি নিক্ষেপ কৰি এক আতংকময় পৰিস্থিতিৰ সৃষ্টি কৰে ৷

চেৰী উৎসৱ চাবলৈ ৰাজধানী চহৰখনত অসম আৰু বহি:ৰাজ্যৰ বহু সংখ্যক পৰ্যটক গৈছিল যদিও সাম্প্ৰতিক পৰিস্থিতিৰ বাবে পৰ্যটক লগতে বাহন মেঘালয়ত আৱদ্ধ হৈ আছে। প্ৰাপ্ত খবৰ মতে চেৰাপুঞ্জীত অসমৰ ৭খন বাহন আৰু পশ্চিম শ্বিলংত ম অসমৰ এটা শিল্পী দল আৱদ্ধ হৈ আছে ৷ একেদৰে উত্তৰ- পূৰ্ব পাৰ্বত্য বিশ্ববিদ্যালয় চমুকৈ নেহুত তিনিগৰাকী বিদেশী পৰ্যটক আৱদ্ধ হৈ আছে ।

শেহতীয়া এক খবৰ অনুসৰি আজি সংঘৰ্ষ জৰ্জৰিত মুক্ৰ’ অঞ্চলৰ সৱিশেষ বুজ লবলৈ কাৰ্বি আংলং স্বায়ত্ত্বশাসিত পৰিষদৰ এটা সজাতি দল মেঘালয়লৈ যাব ।

চুবুৰীয়া ৰাজ্যখনৰ মুখ্যমন্ত্ৰীয় কনৰাড চাংমাইও মুক্ৰ’ অঞ্চলটো পৰিদৰ্শন কৰাৰ কথা । সম্প্ৰতি সীমান্তৱৰ্তী মুক্ৰ’সহ সীমামুৰীয়া স্পৰ্শকাতৰ অঞ্চল সমূহত মোতায়েন কৰা হৈছে আৰক্ষী–চি আৰ পি এফৰৰ বৃহৎ দল ।

উল্লেখ্য যে, মঙলবাৰে পুৱা পশ্চিম কাৰ্বি আংলং জিলাৰ অন্তৰ্গত জিৰিকিন্দিং আৰক্ষী থানাৰ অন্তৰ্গত মক্ৰত অবৈধ কাঠ সৰবৰাহ কৰা ট্ৰাক এখন জব্দ কৰিবলৈ যোৱা অসম আৰক্ষী আৰু বনৰক্ষী দল এটাৰ স’তে মুকলি সংঘাতত লিপ্ত হয় খাচী দুৰ্বৃত্ত ই ৷ আত্মৰক্ষাৰ বাবে আৰক্ষীয়ে গুলীচালনা কৰাত থিতাতেে নিহত হয় পাঁচজন খাচী দুৰ্বৃত্ত৷ আনহাতে খাচী দুৰ্বৃত্তৰ আক্ৰমণত নিহত হয় এজন অসম বন বিভাগৰ বনৰক্ষী ৷

আনহাতে মেঘালয়ৰ মুখ্যমন্ত্ৰীয়ে এই ঘটনাৰ বাবে অসম আৰক্ষীক দোষাৰোপ কৰাৰ লগতে ঘটনাৰ সৱিশেষ গৃহমন্ত্ৰী অমিত শ্বাহক অৱগত কৰে ৷

সন্ধিয়া ভাগলৈ অসমৰ মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই দিল্লীৰ পৰাই বুজ লয় ৰাজ্য প্ৰশাসনৰ পৰা৷ ঘটনাটোত গাফিলতি কৰাৰ অভিযোগত গৃহ বিভাগে পশ্চিম কাৰ্বি আংলংৰ আৰক্ষী অধীক্ষক ইমদাদ আলীক শাস্তিমুলক বদলি কৰাৰ লগতে জিৰিকিন্দিং আৰক্ষী থানাৰ অ’চি কাজল নাথক নিলম্বন কৰে৷ একেদৰে বহু কেইগৰাকী আৰক্ষী আৰু বন বিষয়া- বনৰক্ষীকো ৰিৰ্জাভ ক্লজ কৰিছে ৷

আনহাতে ঘটনাটোৰ তদন্তৰ বাবে উচ্চ ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশক দায়িত্ব দিয়াৰ কথা ঘোষণা কৰে মুখ্যমন্ত্ৰী শৰ্মাই ৷
মুখ্যমন্ত্ৰীয়ে ঘটনাটোত নিহত মেঘালয়ৰ পাঁচজন আৰু অসমৰ এজনৰ পৰিয়ালবৰ্গলৈ এককালীন সাহায্য দিয়াৰ কথাও সদৰি কৰে ৷

ইপিনে, মেঘালয় চৰকাৰে ঘটনা সন্দৰ্ভত নিয়া আৰু চিবিআইৰ দ্বাৰা তদন্তৰ দাবী কৰি এই ঘটনাৰ তদন্ত  কেন্দ্ৰীয় সংস্থা দুটাই নোলোৱাকৈ মেঘালয় চৰকাৰে ‘বিশেষ তদন্তকাৰী দল’গঠন কৰিব ৷ এই সমস্ত ঘটনাৱলীৰ বিষয়ে ৰাষ্ট্ৰীয় মানৱাধিকাৰ আয়োগক অৱগত কৰি গোচৰ তৰাৰ সিদ্ধান্ত লয় মেঘালয় কেবিনেটে ৷

তদুপৰি ৩০ নৱেম্বৰলৈ মেঘালয়ৰ সকলো চৰকাৰী আৰু বেচৰকাৰী সকলোবোৰ অনুষ্ঠান বাতিল কৰাৰ লগতে ৪৮ ঘন্টাৰ বাবে সাত জিলাত ইন্টাৰনেট কৰ্তন কৰে ৷ উল্লেখ্য যে যোৱাকালি সন্ধিয়া শ্বিলংত মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ অধ্যক্ষতাত অনুষ্ঠিত হৈছিল জৰুৰী কেবিনেট বৈঠক ৷

চাৰিশ বছৰীয়া লাচিত দিৱসৰ মহাআয়োজন বাবে বৰ্তমান দিল্লীত বাহৰ পাতি থকা মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত আজি অনুষ্ঠিত হয় কেবিনেট বৈঠক ৷বৈঠকে ঘটনাৰ বাবে ন্যায়িক তদন্তৰ লগতে ঘটনাটো চিবিআইক দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰে ৷

মুখ্যমন্ত্ৰীয়ে এই সন্দৰ্ভত কয়,চোৰাং কাঠ ভৰ্তি ট্ৰাক খন জব্দ কৰিবলৈ গৈ আৰক্ষীয়ে হঠাতে গুলী চালনা কৰা ঘটনা অতি দুৰ্ভাগ্যজনক ৷আনহাতে দুয়ো ৰাজ্যৰ সীমাবিবাদ বুলি একাংশ সংবাদ মাধ্যমত যি ওলোৱা বাতৰি ওলাইছে ৷ সেয়া ভুল বাতৰি ৷ এয়া অনাকাংক্ষিত ঘটনা৷ইতিমধ্যে ঘটনাৰ বাবে দোষী আৰক্ষীৰ ওপৰত শাস্তিমুলক ব্যৱস্থা লোৱা হৈছে বশলি সদৰি কৰে ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Assam Meghalaya borderConflictHimanta Biswa Sarma
publisher

publisher

Related Posts

উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা 
News

April 28, 2026
Sonam Raghuvanshi’s bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন
News

Sonam Raghuvanshi’s bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন

April 28, 2026
Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা
News

Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা

April 28, 2026
ছিকিমত কিশোৰ-কিশোৰীৰ স’তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে
India

ছিকিমত কিশোৰ-কিশোৰীৰ স’তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

April 28, 2026
Artificial Flood in China:কৃত্ৰিম বানত ডুবিল চীনৰ বাণিজ্যিক চহৰ গুৱাংচি
News

Artificial Flood in China:কৃত্ৰিম বানত ডুবিল চীনৰ বাণিজ্যিক চহৰ গুৱাংচি

April 28, 2026
উত্তৰপ্ৰদেশত আৰক্ষী ব্যৱস্থা শক্তিশালীকৰণত বৃহৎ পদক্ষেপ
India

উত্তৰপ্ৰদেশত আৰক্ষী ব্যৱস্থা শক্তিশালীকৰণত বৃহৎ পদক্ষেপ

April 28, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d