Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    বিশ্বৰ সৰ্বোচ্চ গিৰিপথ অতিক্ৰম কৰা মীনাক্ষী সাজু হৈছে ইউৰোপৰ গিৰিপথ জয় কৰিবলৈ

    চেম্পিয়নছ লীগৰ জয় উদযাপনত যুদ্ধক্ষেত্ৰত পৰিণত হৈছে পেৰিছ!

    তিস্তা পানীত উটি গৈছে পথ,বিধ্বস্ত উত্তৰ ছিকিম , আবদ্ধ প্ৰায় ১৫০০ পৰ্যটক

    জাৰ্মানীৰ এখন চিকিৎসালয়ত বিধ্বংসী অগ্নিকাণ্ড , ধোঁৱাত মৃত্যু তিনিজন ৰোগী, আহত ৫০

    পেটত ভোক, বুকুত গুলী! গাজাত সাহায্য প্ৰদান কৰা লোকৰ ওপৰত গুলীচালনা ইজৰাইলৰ, মৃত্যু ৩০জন

    বাঢ়িছে কৰ’না আক্রান্তৰ সংখ্যা, কেৰেলাৰ বিদ্যালয়ত জাৰি নতুন নিৰ্দেশনা

    নতুন কৈ বৃদ্ধি পাইছে ক’ভিড সংক্রমণ, কেৱল এখন ৰাজ্যই বাদ পৰি ৰ’ল ক’ভিডৰ পৰা !

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    গুগল ক্ৰ’মৰ বিষয়ে সতৰ্কবাণী প্ৰদান কৰিছে কেন্দ্ৰই ! সচেতন হওক আৰু সাৱধান হওক

    অহা মাহৰ পৰা একাধিক ফোনত কাম নকৰিব হোৱাটছএপ !

    Game:ভাৰতত কম্পিউটাৰ গেমাৰসকলৰ ৪৪ শতাংশই মহিলা, ডেভেলপাৰ মাত্ৰ ১২ শতাংশ

    Facebook:এই ধৰণৰ কথা ফে’চবুকত পোষ্ট কৰিলে কাৰাগাৰত হ’ব পাৰে বন্দী !

    Google Chrome: সাৱধান ! Google Chrome ব্যৱহাৰকাৰীসকল পৰিব পাৰে হেকাৰৰ কৱলত !

    Maruti Suzuki car prices hikes:ফেব্ৰুৱাৰীৰ পৰা বৃদ্ধি পাব গাড়ীৰ দাম

  • Entertainment
    • All
    • Movie
    • Music
    ‘বিগ বছ’ এৰি ‘বিগ বি’ৰ আসনত বহাৰ মন ভাইজানৰ 

    সন্দীপ ৰেঙী বংগাৰ নতুন ছবি ‘স্পিৰিট ‘ত দেখা নাপাব দীপিকাক

    দাদাচাহেব ফাল্কে বায়’পিকক লৈ বলিউদ দক্ষিণৰ ‘টাগ অৱ ৱাৰ ‘

    টিক্‌টক্‌ লাইভৰ সময়তে বিউটি ইনফ্লুৱেন্সাৰক গুলীয়াই হত্যা

    প্ৰিয় খাদ্য খোৱাৰ পাছতো কেনেদৰে ফিট হৈ থাকে অভিনেত্ৰী ৰকুলপ্ৰীত সিং ? 

    ‘সন্ত্রাস সহ্য কৰা নহ’ব’, অক্ষয়ৰ পৰা কংগনালৈকে, ‘অপাৰেচন সিন্দূৰ’ৰ সন্দৰ্ভত কি ক’লে বলিউডে?

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    বন্ধু এজনে অভিমান কৰিছে নেকি ? সহজ-সৰল কৌশলেৰে ভাঙক অভিমান 

    গুগল ক্র’ম ৰ সন্দৰ্ভত কেন্দ্ৰই জাৰি কৰিছে সতৰ্কবাণী!

    নিয়মীয়াকৈ ৰাতিপুৱা খোজ কঢ়াৰ অভ্যাস আছে নে ? 

    চাহৰ লগত ধূমপান কৰিলে কি কি ৰোগ হ’ব পাৰে জানেনে?

    ৰাতিৰ আহাৰ খোৱাৰ পাছত দাঁত ব্ৰাছ কৰে ? ডাঙৰ ক্ষতিৰ আছে আশংকা

    গুগল পেৰ জৰিয়তেও পাব পাৰি মোটা অংকৰ ঋণ 

    গুগল পেৰ জৰিয়তেও পাব পাৰি মোটা অংকৰ ঋণ 

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Lachit Divas in Delhi : নতুন দিল্লীৰ বীৰ লাচিত বৰফুকনৰ ৪০০ সংখ্যক জয়ন্তীৰ সভাত গৃহমন্ত্ৰী অমিত শ্বাহ

publisher by publisher
November 24, 2022
in News, India
Reading Time: 2 mins read
0
Lachit Divas in Delhi : নতুন দিল্লীৰ বীৰ লাচিত বৰফুকনৰ ৪০০ সংখ্যক জয়ন্তীৰ সভাত গৃহমন্ত্ৰী অমিত শ্বাহ
2
SHARES
22
VIEWS
ShareShareShareShare

Lachit Divas in Delhi :

নতুন দিল্লীত বুধবাৰৰ পৰা তিনিদিনীকৈ আয়োজিত বীৰ লাচিত বৰফুকনৰ ৪০০ সংখ্যক জয়ন্তী উপলক্ষে বর্ণাঢ্য কাৰ্যসূচীৰ আজি বিজ্ঞান ভৱনৰ দ্বিতীয় দিনাৰ মুকলি সভাত মুখ্য অতিথি ৰূপে অংশগ্ৰহণ কৰে দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহে৷

images 3 3অসমৰ মুখ্য সচিব পৱন কুমাৰ বৰঠাকুৰে আঁত ধৰা সভাখনিত গৃহমন্ত্ৰী গৰাকীয়ে কয়, দেশৰ স্বাভিমান প্ৰতিক ৰূপে পৰিগণিত হ’ল লাচিত বৰফুন ৷ অসমক ১৭ বাৰ আক্ৰমণ কৰা মোগলক ৰোধিবলৈ লাচিত বৰফুকনে এক অভেদ্য দূৰ্গ হৈ পৰিছিল৷

ADVERTISEMENT

bd81c6ff fe07 4fdf b137 5bd94f13bbfa

RelatedPosts

‘এনে প্ৰতিশ্ৰুতি কিয় দিয়ে ?’, প্ৰতিৰক্ষা সঁজুলি ডেলিভাৰী পলম হোৱাত বায়ুসেনা প্রধানৰ বিস্ফোৰক মন্তব্য !

২৫ লাখ ক্ষতিপূৰণৰ বাবে মাত্ৰ ১০ হেজাৰ! 

আমি বিশ্বৰ চতুৰ্থ বৃহত্তম অৰ্থনীতি, কিন্তু সন্ত্ৰাসবাদৰ দ্বাৰা কি পালে আপোনালোকে ? পাকিস্তানক প্ৰশ্ন 

অসম চৰকাৰে বীৰ যোদ্ধা গৰাকীক ৰাষ্ট্ৰীয় দৰবাৰলৈ আনি সকলোকে পৰিচিত কৰে ভাৰতবাসীক উপকৃত কৰিলে ৷ শিৱাজীৰ দৰে লাচিত বৰফুকন এগৰাকী পৰাক্ৰমী বীৰ আছিল৷অখণ্ড অসমক মোগলৰ আগ্ৰাসনৰ পৰা ৰক্ষা কৰিবলৈ দৃঢ় পদক্ষেপ লোৱা বীৰ জনক শ্ৰদ্ধাৰে স্মৰণ গৃহমন্ত্ৰী গৰাকীয়ে ৷

49797fca 06fc 4da0 b857 01b6cdce0942

সভাত বিশিষ্ট অতিথি ৰূপে উপস্থিত থকা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱালে লাচিত দিৱসৰ তাৎপৰ্য সন্দৰ্ভত উল্লেখ কৰি কয়,জাতীয় বীৰ লাচিত বৰফুকনৰ দেশ প্ৰেম,জাতীয় প্ৰেম সকলোৱে আদৰ্শ ৰূপে গ্ৰহণ কৰিব লাগে ৷অসম চৰকাৰে মহাবীৰ গৰাকীক ৰাষ্ট্ৰীয় প্ৰেক্ষাপটলৈ অনাৰ বাবে শলাগ লৈছো ৷

images 2 6সভাত মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাই লাচিত দিৱস আয়োজনৰ ক্ষেত্ৰত চৰকাৰে লোৱা পদক্ষেপৰ এক ক্ষতিয়ান দাঙি ধৰে৷
সভাখনত ৰাজ্যিক পেট্ৰলিয়াম মন্ত্ৰী ৰামেশ্বৰ তেলী,উচ্চতম ন্যায়ালয়ৰ অৱসৰ প্ৰাপ্ত মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ,অসম বিধাসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী, জনসংযোগ মন্ত্ৰী পীযুষ হাজৰিকা সহ কেইবা গৰাকী গণ্যমান্য ব্যক্তি উপস্থিত থাকে ৷

সভাৰ মাজতে কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহে লাচিত বৰফুকনৰ জীৱনৰ ওপৰত আধাৰিত এখন তথ্য চিত্ৰ মুকলি কৰে ৷আনহাতে বুধবাৰৰ প্ৰথমদিনাৰ কাৰ্যসূচী অংশ লৈ কেন্দ্ৰীয় বিত্তমন্ত্রী নির্মলা সীতাৰৰ্মনে বিজ্ঞান ভৱনত আহোম সাম্ৰাজ্য আৰু লাচিত বৰফুকনৰ লগতে অন্যান্যসকলৰ জীৱন তথা সাফল্যক আলোকপাত কৰি আয়োজন কৰা এখন বিশেষ প্রদর্শনী মুকলি কৰে।

2874a3d9 ad33 4218 8c4a c53dc6b9b070এই প্রদর্শনীত অসমৰ ২০০০ বছৰৰ গৌৰৱময় ইতিহাস আৰু ৬০০ বছৰীয়া আহোম ৰাজত্বৰ সমলসমূহ তুলি ধৰাৰ চেষ্টা কৰা হৈছে। এই উপলক্ষে দিয়া ভাষণত সীতাৰমণে আহোম সাম্রাজ্য তথা লাচিত বৰফুকনৰ বীৰ গাঁথাৰ বিষয়ে জনসাধাৰণক অৱগত কৰোৱাৰ উদ্দেশ্যে দেশৰ বিভিন্ন প্ৰান্তত এনেধৰণৰ প্ৰদৰ্শনীৰ আয়োজন কৰিবলৈ অসম চৰকাৰক আহ্বান জনায়। সীতাৰমণে এই ক্ষেত্ৰত অসম চৰকাৰৰ সৈতে সহযোগিতা আগবঢ়াবলৈ সাংস্কৃতিক মন্ত্ৰ্যালয়ক অনুৰোধ জনায়।

3018d7ac 488e 46ab 82a8 1f2d98387c18তেওঁ কয় যে লাচিত বৰফুকনৰ বীৰ গাঁথাই তেওঁক উৎসাহিত আৰু অনুপ্ৰাণিত কৰিছে। অনুষ্ঠানত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শর্মাই কয় যে ভাৰত বুৰঞ্জীয়ে লাচিত বৰফুকন আৰু আহোম বীৰত্ব তথা অসমৰ তেনেধৰণৰ উল্লেখনীয় বিভিন্ন দিশক আলোকপাত কৰিব পৰা নাই। তেওঁ কয় যে এই পদক্ষেপে দেশৰ প্ৰকৃত বীৰসকলৰ বিষয়ে জনসাধাৰণক অৱগত কৰোৱাত সহায় কৰিব।

44da6525 2a96 453a 9ac9 2db52a04a01cড:শৰ্মাই কয় যে ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত লাচিত বৰফুকনৰ বীৰ গাঁথা প্রতিষ্ঠা কৰিবলৈ এলানি বিশেষ পদক্ষেপ গ্ৰহণ কৰা হৈছে। অসমৰ প্ৰাক্তন মুখ্য সচিব জিষ্ণু বৰুৱাৰ সঞ্চালনাত আজি ‘আহোম শাসন আশা দক্ষতা আৰু সাহসৰ গাঁথা’ শীৰ্ষক এখন আলোচনাচক্রও অনুষ্ঠিত হয়। এই আলোচনাত মুখ্যমন্ত্ৰী ড:শৰ্মাৰ লগতে প্রাক্তন আৰক্ষী সঞ্চালকপ্রধান প্রকাশ সিং, লেফটেনেণ্ট জেনেৰেল ৰাণা প্রতাপ কলিতা, ড০ সমুদ্রগুপ্ত কাশ্যপ, কপিল কাপুৰ, কুলদীপ পাটোৱাৰী আৰু ড০ চন্দন কুমাৰ শৰ্মাই অংশগ্রহণ কৰে।

0eec916f a5ae 4bd6 b571 ae75ac59e0dcআজি সন্ধিয়া ভাগত আয়োজিত সাংস্কৃতিক অনুষ্ঠানত আইন মন্ত্ৰী কিৰেণ ৰিজিজু মুখ্য অতিথি হিচাপে উপস্থিত থাকে। প্রখ্যাত ইতিহাসবিদ যোগেন্দ্র নাথ ফুকনে বিখ্যাত শৰাইঘাটৰ যুদ্ধত লাচিত বৰফুকনৰ নেতৃত্বত মোগলক পৰাস্ত কৰাৰ বিষয়ে বক্তৃতা দিয়ে। সন্ধিয়া সাংস্কৃতিক সন্ধিয়াত জনপ্ৰিয় কন্ঠ শিল্পী অংগৰাগ পাপন মহন্তই জ্যোতি ,বিষ্ণু সংগীত,ভূপেন্দ্ৰ,জয়ন্ত,খগেন মহন্তৰ কে’বাটাও কালজয়ী গীতৰ লগতে নিজে কন্ঠদান কৰা হিন্দী গীতৰে মোহাচ্ছন্ন কৰি ৰাখে উপস্থিত ৰাইজক ৷উল্লেখযোগ্য যে ২৫ নৱেম্বৰত লাচিত বৰফুকনৰ ৪০০সংখ্যক জয়ন্তীৰ বছৰজোৰা উদযাপনৰ সামৰণি অনুষ্ঠানত ভাষণ আগবঢ়াব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৷

Share this:

  • Click to share on X (Opens in new window) X
  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Click to share on Pinterest (Opens in new window) Pinterest
  • Click to share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Amit ShahHimanta Biswa SarmaLachit BarphukanNarendra Modi
publisher

publisher

Related Posts

বিশ্বৰ সৰ্বোচ্চ গিৰিপথ অতিক্ৰম কৰা মীনাক্ষী সাজু হৈছে ইউৰোপৰ গিৰিপথ জয় কৰিবলৈ
News

June 1, 2025
চেম্পিয়নছ লীগৰ জয় উদযাপনত যুদ্ধক্ষেত্ৰত পৰিণত হৈছে পেৰিছ!
News

চেম্পিয়নছ লীগৰ জয় উদযাপনত যুদ্ধক্ষেত্ৰত পৰিণত হৈছে পেৰিছ!

June 1, 2025
তিস্তা পানীত উটি গৈছে পথ,বিধ্বস্ত উত্তৰ ছিকিম , আবদ্ধ প্ৰায় ১৫০০ পৰ্যটক
India

তিস্তা পানীত উটি গৈছে পথ,বিধ্বস্ত উত্তৰ ছিকিম , আবদ্ধ প্ৰায় ১৫০০ পৰ্যটক

June 1, 2025
জাৰ্মানীৰ এখন চিকিৎসালয়ত বিধ্বংসী অগ্নিকাণ্ড , ধোঁৱাত মৃত্যু তিনিজন ৰোগী, আহত ৫০
News

জাৰ্মানীৰ এখন চিকিৎসালয়ত বিধ্বংসী অগ্নিকাণ্ড , ধোঁৱাত মৃত্যু তিনিজন ৰোগী, আহত ৫০

June 1, 2025
পেটত ভোক, বুকুত গুলী! গাজাত সাহায্য প্ৰদান কৰা লোকৰ ওপৰত গুলীচালনা ইজৰাইলৰ, মৃত্যু ৩০জন
News

পেটত ভোক, বুকুত গুলী! গাজাত সাহায্য প্ৰদান কৰা লোকৰ ওপৰত গুলীচালনা ইজৰাইলৰ, মৃত্যু ৩০জন

June 1, 2025
বাঢ়িছে কৰ’না আক্রান্তৰ সংখ্যা, কেৰেলাৰ বিদ্যালয়ত জাৰি নতুন নিৰ্দেশনা
India

নতুন কৈ বৃদ্ধি পাইছে ক’ভিড সংক্রমণ, কেৱল এখন ৰাজ্যই বাদ পৰি ৰ’ল ক’ভিডৰ পৰা !

June 1, 2025
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d