Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    New York Mayor Zahran Mamdani:কহিনুৰ হীৰা ভাৰতক ঘূৰাই দিয়াৰ দাবী উদ্থাপনৰ ঘোষণা নিউয়ৰ্কৰ মেয়ৰ জহৰাণ মামদানীৰ

    ঘগ্ৰাপাৰৰ লাটিমা পথৰ দুৰৱস্থাঃ ছাত্ৰ-ছাত্ৰী, পথচাৰীৰ দুর্ভোগ

    সর্বাধিক পর্যটকে ভ্রমণ কৰা বিশ্বৰ ১০ শীর্ষ চহৰ

    Heavy hail storm in Bengaluru:বেংগালুৰুত প্ৰৱল শিলাবৃষ্টি- ধুমুহা

    Terrible accident on the Delhi-Mumbai expressway in Alwar,Rajasthan:ৰাজস্থানৰ আলৱাৰত দিল্লী-মুম্বাই এক্সপ্ৰেছৱেত ভয়ংকৰ দুৰ্ঘটনা

    বিয়াৰ আনন্দত ‘ডিজে’ৰ তাণ্ডৱ, উচ্চ শব্দত ১৪০টা কুকুৰাৰ মৃত্যু

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Cabs : খানাপাৰাৰ পৰা নগাঁৱলৈ গৈ থকা পথত কেব চালকক আক্ৰমণ যাত্ৰীৰ

আদবাটত চালকক আক্ৰমণ কৰি কেব লৈ পলায়ন, আহত চালকক চিকিৎসালয়ত ভৰ্তি

publisher by publisher
November 25, 2022
in India, Assam, News
Reading Time: 1 min read
0
Cabs : খানাপাৰাৰ পৰা নগাঁৱলৈ গৈ থকা পথত কেব চালকক আক্ৰমণ যাত্ৰীৰ
1
SHARES
12
VIEWS
ShareShareShareShare

Cabs :

মহানগৰীত ইটোৰ পিছত সিটোকৈ অপৰাধীয়ে সংঘটিত কৰি অহা অপৰাধমূলক কাৰ্যৰ মাজতে শুক্ৰবাৰে পুনৰ সংঘটিত আন এক ঘটনা৷এইবাৰ ঘটনাৰ স্থান নগাঁও ৷ খানাপাৰাৰ পৰা নগাৱঁলৈ কেব ভাড়া কৰি গৈ থকা পথত যাত্ৰী ৰূপী দুৰ্বৃত্তই কেব চালকক চোকা জাতীয় অস্ত্ৰৰে আক্ৰমণ কৰি চুইফট বাহন লৈ উধাও হয় ৷ অৱশ্যে নিজৰ উপস্থিত বুদ্ধি আৰু প্ৰত্যাক্ৰমণ বাবে কথমপি প্ৰাণৰক্ষা পৰে কেব চালকজন ৷

ADVERTISEMENT

কেব চালক মুজাম্মিল হকে সাংবাদিকক ঘটনাৰ বিৱৰণ দাঙি কয়, দুজন যাত্ৰীয়ে যোৱা নিশা তেওঁৰ চুইফট বাহন খন খানাপাৰাৰ পৰা নগাঁৱৰ উৰিয়াগাঁৱলৈ প্ৰথম অনলাইন যোগে বুক কৰি পিছত নাকচ কৰে ৷কিন্ত পিছত পুনৰ ম’বাইলতে তিনিহাজাৰ টকাৰ বন্দোৱস্তমৰ্মে দুই যুৱকে বাহন খনত উঠি উৰিয়াগাওঁ অভিমুখে যাত্ৰা কৰে ৷ যাত্ৰা পথত ন- মাইলত সুৰাক্ৰয় কৰিবলৈ নামে যুৱক দুজন ৷ গাড়ী ৰহা টোল গেইট পাৰ হৈ যোৱাৰ পিছতে জলাহলৈ নিবলৈ কয়৷ সেইমৰ্মে জলাহ গাঁও পাওতেই এটা পথৰুৱা পথত দুয়োজন যুৱকে চুৰিৰে মুজাম্মিলক আক্ৰমণ কৰে ৷মুজাম্মিলেও প্ৰত্যাক্ৰমণ কৰাৰ চেষ্টা কৰে যদিও আহত হোৱাৰ সুযোগ লৈ যাত্ৰীৰূপি চোৰ দুজনে চুইফট ডিজায়াৰ খন লৈ পলায়ন কৰে৷

RelatedPosts

khanapara:খানাপাৰা খেলপথাৰত জন আক্রোশ মহিলা সমদল

Khanapara:মহানগৰীৰ খানাপাৰাত ফ্লায়িং স্কোৱাডৰ অভিযানত জব্দ ছয় লক্ষাধিক টকা

Drugs Seized in Khanapara:মহানগৰীৰ খানাপাৰাত বশিষ্ঠ আৰক্ষীৰ অভিযানত জব্দো৬ কোটিৰ ড্ৰাগছ,৪ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ

ইতিমধ্যে মুজাম্মিলে আহত অৱস্থাত স্থানীয় লোকক ঘটনাৰ সৱিশেষ বিৱৰি কোৱাত ৰাইজে আৰক্ষীক দিয়ে খবৰ ৷ পিছত আহত মুজাম্মিলক আৰক্ষীয়ে নগাঁও চিভিল হাস্পতালত ভৰ্তি কৰে ৷আনহাতে আৰক্ষীয়ে গাড়ীখনৰ সন্ধান চলাই জলাহৰ সমীপৱৰ্তী পাঠৰিত পৰিত্যক্ত অৱস্থাত উদ্ধাৰ কৰে চুইফট ডিজায়াৰ
খন ৷

সন্দেহ কৰা মতে দুই দুৰ্বৃত্ত মহানগৰীৰ ধীৰেন পাৰাৰ বাসিন্দা ৷ নগাঁও আৰক্ষীয়ে দুই দুৰ্বৃত্তৰ সন্ধানত মহানগৰ আৰক্ষীৰ সহযোগত আৰম্ভ কৰিছে অভিযান ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: CabKhanapara
publisher

publisher

Related Posts

New York Mayor Zahran Mamdani:কহিনুৰ হীৰা ভাৰতক ঘূৰাই দিয়াৰ দাবী উদ্থাপনৰ ঘোষণা নিউয়ৰ্কৰ মেয়ৰ জহৰাণ মামদানীৰ
News

April 30, 2026
ঘগ্ৰাপাৰৰ লাটিমা পথৰ দুৰৱস্থাঃ ছাত্ৰ-ছাত্ৰী, পথচাৰীৰ দুর্ভোগ
Assam

ঘগ্ৰাপাৰৰ লাটিমা পথৰ দুৰৱস্থাঃ ছাত্ৰ-ছাত্ৰী, পথচাৰীৰ দুর্ভোগ

April 30, 2026
সর্বাধিক পর্যটকে ভ্রমণ কৰা বিশ্বৰ ১০ শীর্ষ চহৰ
News

সর্বাধিক পর্যটকে ভ্রমণ কৰা বিশ্বৰ ১০ শীর্ষ চহৰ

April 30, 2026
Heavy hail storm in Bengaluru:বেংগালুৰুত প্ৰৱল শিলাবৃষ্টি- ধুমুহা
News

Heavy hail storm in Bengaluru:বেংগালুৰুত প্ৰৱল শিলাবৃষ্টি- ধুমুহা

April 30, 2026
Terrible accident on the Delhi-Mumbai expressway in Alwar,Rajasthan:ৰাজস্থানৰ আলৱাৰত দিল্লী-মুম্বাই এক্সপ্ৰেছৱেত ভয়ংকৰ দুৰ্ঘটনা
News

Terrible accident on the Delhi-Mumbai expressway in Alwar,Rajasthan:ৰাজস্থানৰ আলৱাৰত দিল্লী-মুম্বাই এক্সপ্ৰেছৱেত ভয়ংকৰ দুৰ্ঘটনা

April 30, 2026
বিয়াৰ আনন্দত ‘ডিজে’ৰ তাণ্ডৱ, উচ্চ শব্দত ১৪০টা কুকুৰাৰ মৃত্যু
News

বিয়াৰ আনন্দত ‘ডিজে’ৰ তাণ্ডৱ, উচ্চ শব্দত ১৪০টা কুকুৰাৰ মৃত্যু

April 30, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d