Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা 

    Sonam Raghuvanshi’s bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন

    Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা

    ছিকিমত কিশোৰ-কিশোৰীৰ স’তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

    Artificial Flood in China:কৃত্ৰিম বানত ডুবিল চীনৰ বাণিজ্যিক চহৰ গুৱাংচি

    উত্তৰপ্ৰদেশত আৰক্ষী ব্যৱস্থা শক্তিশালীকৰণত বৃহৎ পদক্ষেপ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Dengue : বিগত বৰ্ষৰ তুলনাত ৰাজ্যত ডেংগুৰ সংক্রমণ চলিত বৰ্ষত ২০ গুণ বৃদ্ধি

সংক্রমণ হ্রাস পালেও কমা নাই আতংক

publisher by publisher
December 5, 2022
in News, Assam
Reading Time: 2 mins read
0
Dengue : বিগত বৰ্ষৰ তুলনাত ৰাজ্যত ডেংগুৰ সংক্রমণ চলিত বৰ্ষত ২০ গুণ বৃদ্ধি
1
SHARES
13
VIEWS
ShareShareShareShare

Dengue :

বিগত বৰ্ষৰ তুলনাত চলিত বৰ্ষত ৰাজ্যত প্ৰায় ২০ গুণলৈ বৃদ্ধি পালে ডেংগুৰ সংক্ৰমণৰ সংখ্যা। বিগত বৰ্ষত ৰাজ্যত ১০৩ জন লোক ডেংগুত আক্ৰান্ত হৈছিল যদিও চলিত বৰ্ষৰ তিনি ডিচেম্বৰ দিনটোলৈ ১,৯৪১ জন লোক ডেংগুত আক্রান্ত হোৱাৰ তথ্য পোহৰলৈ আহিছে।

ADVERTISEMENT

নেছনেল ভেক্টৰ বৰ্ণ ডিজিছ কণ্ট্ৰ’লৰ তথ্য অনুসৰি, ২০১৭৩ ৰাজ্যত সৰ্বাধিক ৫,০২৪জন লোক ডেংগুত আক্ৰান্ত হৈছিল। ইয়াৰ পৰৱৰ্তী বৰ্ষসমূহত ২০১৮৩ ১৬৬জন, ২০১৯৩ ১৯৬জন, ২০২০ত ৩৩ জন আৰু ২০২১ত ১০৩ জন লোকৰ দেহত ডেংগুৰ উপস্থিতি ধৰা পৰিছিল।

RelatedPosts

H.S Final Exami Result 2026:ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ ফলাফল

Earthquake in Assam:পুৱাই ৰাজ্যত ভূমিকম্পৰ জোকাৰণি

শিলচৰত আৰক্ষীৰ বৃহৎ সফলতা

চলিত বৰ্ষৰ ৩১ অক্টোবৰ পৰ্যন্ত ৰাজ্যত ডেংগুত আক্ৰান্তৰ সংখ্যা ১৯১ জন আছিল যদিও নৱেম্বৰত ধাৰণ কৰা সংহাৰী ৰূপে তিনি ডিচেম্বৰ পৰ্যন্ত ৰাজ্যত ১,৯৪১ জন লোক ডেংগুত আক্রান্ত হোৱাৰ তথ্য প্ৰকাশ কৰিছে।

উল্লেখ্য যে ৰাজ্যত ডেংগুৰ সংক্ৰমণ ক্ৰমাৎ নিয়ন্ত্ৰণলৈ আহিছে যদিও এতিয়াও মাৰ যোৱা নাই ইয়াৰ আতংক। তাৰ মাজতে যোৱা নৱেম্বৰত ৰাজ্যৰ ১,৬৫৭জন লোক ডেংগুত আক্ৰান্ত হোৱাৰ উদ্বেগজনক তথ্য পোহৰলৈ আহিছে।

কাৰ্বি আংলঙক মুখ্য কৰি লৈ বিগত মাহটোত গুৱাহাটী মহানগৰীকে ধৰি ধেমাজি, ডিমা হাছাও, তিনিচুকীয়া, গোলাঘাট, শোণিতপুৰ আদি জিলাত ব্যাপক হাৰত ডেংগু সংক্রমণ বৃদ্ধি পাইছিল বুলি ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান মিছনে তথ্য প্ৰকাশ কৰিছে।

সংস্থাটোৱে প্ৰকাশ কৰা তথ্য অনুসৰি, নৱেম্বৰত কেৱল কাৰ্বি আংলঙতে ১,১৬২ জন লোক ডেংগুত আক্ৰান্ত হৈছে। পাহাৰীয়া জিলাখনত পহিলা নৱেম্বৰৰ পৰা আঠ নৱেম্বৰলৈ মুঠ ৪৭৮ জন লোকৰ দেহত ডেংগু উপস্থিতি ধৰা পৰাৰ সমান্তৰালভাৱে ন নৱেম্বৰ পৰা ১৬ নৱেম্বৰলৈ ৩৬৮জন, ১৭ নৱেম্বৰৰ পৰা ২৪ নৱেম্বৰলৈ ২০৪জন আৰু ২৫ নৱেম্বৰৰ পৰা ৩০ নৱেম্বৰলৈ কাৰ্বি আংলঙত ১১২ জন লোক ডেংগুত আক্ৰান্ত হৈছে।

সম্প্রতি জিলাখনত বিগত মাহৰ তুলনাত ডেংগুৰ সংক্রমণ হ্রাস পাইছে বুলি বিভাগটোৱে তথ্য সদৰী কৰি পহিলা ডিচেম্বৰত ১১জন, দুই ডিচেম্বৰত ১৪ জন আৰু তিনি ডিচেম্বৰত ১৭জন লোক ডেংগুত আক্ৰান্ত হৈছে বুলি কয়।

আনহাতে, ৰাজ্যৰ ভিতিৰতে দ্বিতীয় সর্বাধিক ডেংগুৰ সংক্ৰমিত জিলা হিচাপে চিহ্নিত হৈছে কামৰূপ মহানগৰ।ৰাজধানী চহৰখনত পহিলা নৱেম্বৰৰ পৰা ৩০ নৱেম্বৰ পৰ্যন্ত ১৬৮জন লোক ডেংগুত আক্রান্ত হোৱাৰ সমান্তৰালভাৱে যোৱা তিনি দিনত পুনৰ ১১ জন লোকৰ দেহত ডেংগুৰ উপস্থিতি ধৰা পৰিছে।

ইয়াৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন ৬৪ জনৰ ভিতৰত পাঁচজন বর্তমানেও চিকিৎসাধীন হৈ থকাৰ বিপৰীতে চাৰিৰ্জনৰ মৃত্যু আৰু আনসকলে সুস্থ হৈ ঘৰলৈ উভতিছে বুলি হাস্পতালখনৰ অধীক্ষক ডাঃ অভিজিৎ শৰ্মাই তথ্য সদৰী কৰিছে।

উল্লেখ্য যে পহিলা নৱেম্বৰৰ পৰা আঠ নৱেম্বৰলৈ মহানগৰীত ২৯ জন লোক ডেংগুত আক্রান্ত হৈছিল। ইয়াৰ উপৰি ন নৱেম্বৰৰ পৰা ১৬ নৱেম্বৰলৈ ৬২ জন, ১৭ নৱেম্বৰৰ পৰা ২৪ নৱেম্বৰলৈ ৫৭ জন আৰু ২৫ নৱেম্বৰৰ পৰা ৩০ নৱেম্বৰলৈ গুৱাহাটী মহানগৰীত ২০ জন লোক ডেংগুত আক্রান্ত হোৱাৰ তথ্য সদৰী কৰিছে সংশ্লিষ্ট বিভাগে।

ইফালে, কাৰ্বি আংলং আৰু কামৰূপ মহানগৰৰ উপৰি ধেমাজি, ডিমা হাছাও, তিনিচুকীয়া, গোলাঘাট, শোণিতপুৰতো ডেংগুৰ সংক্ৰমণ অব্যাহত আছে। ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান মিছনে প্ৰকাশ কৰা তথ্য অনুসৰি, নৱেম্বৰত ধেমাজিত ৩৭ জন, ডিমা হাছাওত ৩৫ জন, তিনিচুকীয়াত ৩২ জন, গোলাঘাটত ২৬ জন, শোণিতপুৰত ২২জন, যোৰহাটত ১৯ জন, কামৰূপ
গ্ৰাম্যত ১৮ জন, নগাঁৱত ১৫জন, লখিমপুৰ আৰু দৰঙত ১২ জনকৈ লোক ডেংগুত আক্ৰান্ত হৈছে।

একেদৰে উল্লিখিত মাহটোত নলবাৰীত ১০ জন, হোজাইত নজন, বৰপেটাত আঠজন, কাছাৰত সাতজন, ডিব্ৰুগড়ত ছজন, গোৱালপাৰা, মৰিগাঁও আৰু ওদালগুৰিত পাঁচজনকৈ, কৰিমগঞ্জত চাৰিজন, শিৱসাগৰ, বিশ্বনাথ, মাজুলী আৰু পশ্চিম কাৰ্বি আংলঙত তিনিজনকৈ, ধুবুৰীত দুজন আৰু বাগ্‌সা, চৰাইদেউ, কোকৰাঝাৰ আৰু মানকাচৰত নৱেম্বৰত এজনকৈ লোক ডেংগুত আক্ৰান্ত হৈছে।

উল্লেখ্য যে বিগত মাহটোৰ উপৰি তিনি ডিচেম্বৰৰ দিনটোত কাৰ্বি আংলঙত ১৭ জন, কামৰূপ মহানগৰ আৰু তিনিচুকীয়াত ছজন, গোলাঘাটত তিনিজনসহ মুঠ ১২খন জিলাত ৪০ জন লোক পুনৰ ডেংগুত আক্ৰান্ত হৈছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: AssamCasesDengueKARBI ANGLONG
publisher

publisher

Related Posts

উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা 
News

April 28, 2026
Sonam Raghuvanshi’s bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন
News

Sonam Raghuvanshi’s bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন

April 28, 2026
Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা
News

Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা

April 28, 2026
ছিকিমত কিশোৰ-কিশোৰীৰ স’তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে
India

ছিকিমত কিশোৰ-কিশোৰীৰ স’তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

April 28, 2026
Artificial Flood in China:কৃত্ৰিম বানত ডুবিল চীনৰ বাণিজ্যিক চহৰ গুৱাংচি
News

Artificial Flood in China:কৃত্ৰিম বানত ডুবিল চীনৰ বাণিজ্যিক চহৰ গুৱাংচি

April 28, 2026
উত্তৰপ্ৰদেশত আৰক্ষী ব্যৱস্থা শক্তিশালীকৰণত বৃহৎ পদক্ষেপ
India

উত্তৰপ্ৰদেশত আৰক্ষী ব্যৱস্থা শক্তিশালীকৰণত বৃহৎ পদক্ষেপ

April 28, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d