Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা 

    Sonam Raghuvanshi’s bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন

    Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা

    ছিকিমত কিশোৰ-কিশোৰীৰ স’তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

    Artificial Flood in China:কৃত্ৰিম বানত ডুবিল চীনৰ বাণিজ্যিক চহৰ গুৱাংচি

    উত্তৰপ্ৰদেশত আৰক্ষী ব্যৱস্থা শক্তিশালীকৰণত বৃহৎ পদক্ষেপ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Kaziranga Animal Corridor : বিলুপ্তপ্ৰায় প্ৰাণীৰ চোৰাংচিকাৰ , অংগ – প্ৰত্যংগও দেশ – বিদেশলৈ প্ৰেৰণ কৰিছে দুষ্টচক্ৰই

publisher by publisher
December 5, 2022
in News, Assam
Reading Time: 2 mins read
0
Kaziranga Animal Corridor : বিলুপ্তপ্ৰায় প্ৰাণীৰ চোৰাংচিকাৰ , অংগ – প্ৰত্যংগও দেশ – বিদেশলৈ প্ৰেৰণ কৰিছে দুষ্টচক্ৰই
3
SHARES
27
VIEWS
ShareShareShareShare

Kaziranga Animal Corridor :

এশিঙীয়া গঁড় নিধন কার্য সামান্য হ্রাস হ’লেও আন্তঃৰাষ্ট্ৰীয় বজাৰত থকা খৰ্গৰ চাহিদা পূৰণ কৰিবলৈ অসম তথা উত্তৰ-পূবত অস্বাভাৱিক হাৰত নিধন কৰা হৈছে বনৰৌ (পেংগ’লিন) তথা দুষ্প্রাপ্য কেমটাই পহু।

ADVERTISEMENT

কেৱল বনৰৌৱে নহয়, শেহতীয়াকৈ ৰাজ্যত বৃদ্ধি পাইছে অন্যান্য বিলুপ্তপ্রায় প্ৰাণীৰ নিধন যজ্ঞ। উল্লেখ্য যে চলিত বৰ্ষত সৰবৰাহৰ চেষ্টা কৰা বৃহৎ পৰিমাণৰ বনৰৌৰ বাকলি, কে’বাটাও জীৱিত বনৰৌ, নাহৰফুটুকী, ঢেঁকীয়াপতীয়া বাঘৰ ছাল, লাওখোলা, নখ, দাঁত, শৰালি হাঁহ, ডাউক, সৰু ভাটৌ, বাঢ়ৈটোকা আদি বন্যপ্রাণী অপৰাধ নিয়ন্ত্ৰণ ব্যুৰ’ৱে জব্দ কৰিবলৈ সক্ষম হোৱাৰ পাছতে এই তথ্য পোহৰলৈ আহিছে।

RelatedPosts

H.S Final Exami Result 2026:ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ ফলাফল

Earthquake in Assam:পুৱাই ৰাজ্যত ভূমিকম্পৰ জোকাৰণি

শিলচৰত আৰক্ষীৰ বৃহৎ সফলতা

দুষ্প্রাপ্য বন্যপ্রাণী সৰবৰাহৰ ক্ষেত্ৰত অসম একপ্ৰকাৰ কৰিড’ৰত পৰিণত হোৱাটোও বন্যপ্রাণী অপৰাধ নিয়ন্ত্ৰণ ব্যুৰ’ৰ অভিযানসমূহে প্ৰমাণ কৰিছে। উল্লেখ্য যে গড়ৰ খৰ্গ আৰু বনৰৌৰ বাকলিত কোটিন নামৰ এবিধ বিশেষ পদাৰ্থ পোৱা যায় আৰু এই পদাৰ্থত ৰোগ নিৰাময়ৰ চমৎকাৰী গুণ থকা বুলি এক লোকবিশ্বাস আছে।

ফলত এই লোকবিশ্বাস অনুসৰি চীন আৰু ভিয়েটনামত ঘৰুৱা ঔষধ প্রস্তুতৰ ব্যৱহাৰত এই পদাৰ্থ বৃহৎ হাৰত ব্যৱহাৰ কৰা হয়। সেই বাবে গঁড়ৰ খৰ্গ আৰু বনৰৌৰ বাকলিৰ আন্তঃৰাষ্ট্ৰীয় বজাৰত ব্যাপক চাহিদা আছে বুলি বন্যপ্রাণী অপৰাধ নিয়ন্ত্ৰণ ব্যুৰ’ৰ সূত্ৰই সদৰী কৰিছে।

সূত্ৰটোৱে কয় যে বিগত বৰ্ষটোত অসম আৰু মেঘালয়ৰ বিভিন্ন প্ৰান্তত আৰক্ষী-সেনাৰ স’তে বন্যপ্রাণী অপৰাধ নিয়ন্ত্ৰণ ব্যুৰ’ৱে অভিযান চলাই প্রায় ৭০ কিলোগ্রাম বনৰৌৰ বাকলি জব্দ কৰে।

জব্দকৃত এই বাকলিৰ বাবদ প্রায় তিনিশ বনৰৌ হত্যা কৰা হ’ল বুলি সূত্ৰটোৱে সদৰী কৰি বিগত বৰ্ষটোত বৃহৎ পৰিমাণৰ বনৰৌৰ বাকলি আৰু জীৱিত বনৰৌ জব্দ কৰা হৈছে বুলি কয়।

সূত্ৰটোৱে কয় যে চলিত বৰ্ষৰ ২৭ জানুৱাৰীত সোণাপুৰত চলোৱা এক অভিযানত ৪.১ কিলোগ্রাম বনৰৌৰ বাকলি জব্দ কৰাৰ লগতে এই সৰবৰাহত জড়িত সাতজন লোকক গ্ৰেপ্তাৰ কৰা হয়।

একেদৰে সাত ফ্ৰেব্ৰুৱাৰীত ডিগবৈৰ পৰা ৬.৩ কিলোগ্রাম বনৰৌৰ বাকলিসহ তিনি সৰবৰাহকাৰী, ১৯ ফেব্ৰুৱাৰীত বৰপেটাৰ পৰা এটা জীৱিত চীনা বনৰৌ, ১৬ মাৰ্চত দুই কিলোগ্রাম বনৰৌৰ বাকলিসহ চাৰি সৰবৰাহকাৰী, ২৬ মে’ত বকোৰ পৰা ২.৮ কিলোগ্রাম বনৰৌৰ বাকলিসহ দুজন সৰবৰাহকাৰী আটক কৰিবলৈ সক্ষম হৈছে বিভাগটোৱে।

উল্লেখ্য যে বনৰৌৱে হৈছে পৃথিৱীৰ একমাত্ৰ স্তন্যপায়ী প্রাণী যাৰ সৰ্বশৰীৰত ৰৌ মাছৰ দৰে বাকলিৰ নিচিনা বৰ্ম থাকে। ৰৌ মাছৰ দৰে চকলীয়া বাকলি থকা বাবেই অসমীয়াত ইয়াক বনৰৌ বুলি কোৱা হয়। উত্তৰ-পূব বিশেষকৈ চাৰিটা প্ৰজাতিৰ বনৰৌ বসতিস্থল আৰু জব্দ কৰা অধিকাংশ বনৰৌ ভাৰতীয় আৰু চীনা প্ৰজাতিৰ বুলি সদৰী কৰিছে সংস্থাটোৱে।

ইয়াৰ লগত জড়িত বিষয়াৰ লগতে বিশেষজ্ঞসকলে সদৰী কৰা অনুসৰি, একোটা বনৰৌৰ প্ৰায় ডেৰ কিলোগ্ৰামৰ পৰা ৩৩ কিলোগ্রাম পর্যন্ত ওজন থাকে। অৱশ্যে ভাৰতীয় প্ৰজাতিৰ বনৰৌৰ ওজন ১৮ কিলোগ্ৰামলৈ পোৱা যায় আৰু একোটা ডাঙৰ বনৰৌৰ পৰা প্ৰায় আধা কিলোগ্রাম শুকান বাকলি ওলায়।

অসম-মেঘালয়ৰ পৰা জব্দ কৰা বনৰৌসমূহৰ পৰা ডেৰ-দুশ গ্ৰামহে বাকলি ওলোৱাৰ তথ্য পোহৰলৈ আহিছে। ইফালে, কেৱল বনৰৌৱে নহয়, অন্যান্য বিলুপ্তপ্রায় জন্তু-পক্ষীৰ দেহৰ বিভিন্ন অংগ অসম তথা উত্তৰ-পূবৰ বিভিন্ন স্থানৰ পৰা সৰবৰাহ হৈ থকাৰ তথ্য পোহৰলৈ আহিছে বনপ্ৰাণী অপৰাধ নিয়ন্ত্ৰণ ব্যুৰ’ৰ অভিযানত।

বিভাগটোৱে সদৰী কৰা তথ্য অনুসৰি, চলিত বৰ্ষৰ আঠ ফেব্ৰুৱাৰীত অসম-অৰুণাচলৰ সীমান্তৱৰ্তী অঞ্চল বান্দৰদেৱাৰ পৰা বনপ্ৰাণী অপৰাধ নিয়ন্ত্ৰণ ব্যুৰ’ৱে ঢেঁকীয়াপতীয়া বাঘৰ এখন ছাল, বাঘৰ চাৰিটা জোঙা দাত, ১৮টা নখ, বৃহৎ পৰিমাণৰ বাঘৰ হাড়, অস্থি, জকা, ১৪.৪ কিলোগ্রাম বাঘৰ লাওখোলা জব্দ কৰিবলৈ সক্ষম হয়।

একেদৰে ২৯ মাৰ্চত নামেৰীত ১০৯ ডাল নাহৰফুটুকী বাঘৰ হাড়, চাৰিটা জোঙা দাঁত, ১২টা নখ জব্দ কৰাৰ লগতে ১৮ মে’ত আঠটা আৰু ২৪ মে’ত এটা জীৱিত দুষ্প্রাপ্য সৰু ভাটৌ জব্দ কৰিবলৈ সক্ষম হয়।

ইয়াৰ উপৰি সাত জুলাইত কামৰূপৰ পৰা নটা (ছয় কিলোগ্রাম) আৰু ১৩ ছেপ্টেম্বৰত মৰিগাঁৱৰ পৰা দুটা হাতীৰ দাঁত বিভাগটোৱে জব্দ কৰিবলৈ সক্ষম হয়।

উল্লেখ্য যে বিগত বৰ্ষৰ ২৮ অক্টোবৰত বনপ্রাণী অপৰাধ নিয়ন্ত্ৰণ ব্যুৰ’ৱে সৰবৰাহৰ চেষ্টা কৰা ১৯টা শৰালি হাঁহ আৰু দুটা দুষ্প্রাপ্য প্ৰজাতিৰ ডাউক বঙাইগাঁৱত জব্দ কৰিছিল।

এই জব্দকৃত সামগ্ৰীসমূহ দেশৰ বিভিন্ন প্রান্তলৈ সৰবৰাহৰ চেষ্টা কৰা হৈছিল বুলি বিভাগীয় সূত্ৰই সদৰী কৰিছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: AnimalAssamCorridorKaziranga
publisher

publisher

Related Posts

উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা 
News

April 28, 2026
Sonam Raghuvanshi’s bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন
News

Sonam Raghuvanshi’s bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন

April 28, 2026
Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা
News

Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা

April 28, 2026
ছিকিমত কিশোৰ-কিশোৰীৰ স’তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে
India

ছিকিমত কিশোৰ-কিশোৰীৰ স’তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

April 28, 2026
Artificial Flood in China:কৃত্ৰিম বানত ডুবিল চীনৰ বাণিজ্যিক চহৰ গুৱাংচি
News

Artificial Flood in China:কৃত্ৰিম বানত ডুবিল চীনৰ বাণিজ্যিক চহৰ গুৱাংচি

April 28, 2026
উত্তৰপ্ৰদেশত আৰক্ষী ব্যৱস্থা শক্তিশালীকৰণত বৃহৎ পদক্ষেপ
India

উত্তৰপ্ৰদেশত আৰক্ষী ব্যৱস্থা শক্তিশালীকৰণত বৃহৎ পদক্ষেপ

April 28, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d