Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড

    Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

    গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

    Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

    Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

    Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Health

Lifestyle : এই ৮ বিধ খাদ্য দ্বিতীয়বাৰৰ বাবে কেতিয়াও গৰম কৰি নেখাব :

publisher by publisher
December 5, 2022
in Health, Lifestyle
Reading Time: 3 mins read
0
Lifestyle : এই ৮ বিধ খাদ্য দ্বিতীয়বাৰৰ বাবে কেতিয়াও গৰম কৰি নেখাব :
2
SHARES
20
VIEWS
ShareShareShareShare

Lifestyle :

সময়ৰ অভাৱত আজিকালি বহুতেই এবাৰ খাদ্য ৰান্ধি কে’বাদিনলৈ খোৱা দেখা যায় । বিশেষকৈ বিভিন্ন খাদ্য ফ্ৰিজত ৰাখি খোৱাৰ অভ্যাস সকলোৰে আছে ।

ADVERTISEMENT

কিন্তু কিছুমান খাদ্য পুনৰ গৰম কৰি খোৱা শৰীৰৰ বাবে খুবেই ক্ষতিকাৰক । আজি আমি আঠ বিধ এনে খাদ্যৰ কথা উল্লেখ কৰিম যি খাদ্য পুনৰ গৰম কৰি খাব নেলাগে ।

RelatedPosts

কম বয়সতে মগজুৰ ষ্ট্ৰ’কত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে কিয়?

নিশা হঠাৎ অসুস্থ হৈ পৰে বলীউডৰ জনপ্ৰিয় অভিনেতা গোবিন্দা

ফেটি লিভাৰৰ ঘৰুৱা প্ৰতিকাৰ

১/ কাঠফুলা : কাঠফুলাত প্ৰচুৰ পৰিমাণে ফাইবাৰ আৰু এনজাইম থাকে । যাৰবাবে ই সহজে হজমো হয় । ইয়াত থকা উপকাৰী বেক্টেৰিয়াই যেনেকৈ হজম কৰাত সহায় কৰে তেনেকৈ কোলনৰ পুষ্টি উপাদান শোষণ বৃদ্ধিত সহায় কৰে । ইয়াত থকা বেক্টেৰিয়া উপাদানৰ কাৰণে কাঠফুলা এবাৰ ৰন্ধাৰ পিছত দ্বিতীয়বাৰলৈ গৰম কৰি খোৱাটো পেটৰ কাৰণে অত্যন্ত ক্ষতিকাৰক ।

0d15bb7d 7ee1 415c 94ad df839dab5ea0২/ মূৰ্গী মাংস : বহুতে সময় ৰাহি কৰিবলৈ এবাৰ মূৰ্গী মাংস ৰান্ধি বাৰে বাৰে গৰম কৰি খোৱা দেখা যায় । কিন্তু ই একেবাৰে উচিত নহয় । কাৰণ মূৰ্গী মাংসত প্ৰচুৰ পৰিমাণে প্ৰোটিন থাকে । ৰন্ধাৰ পিছত পুনৰ গৰম কৰিলে প্ৰোটিনৰ কম্পোজিশ্যন সলনি হয় । যাৰকাৰণে ই পেটত বদহজমৰ সৃষ্টি কৰে ।

৩/ চাহ : আমাৰ বহুতেই জানে যে , এবাৰ চাহ বনোৱাৰ পিছত আমি দ্বিতীয়বাৰ চাহ গৰম কৰি খাব নেলাগে । কাৰণ চাহত টনিক এচিদ থাকে । তৈয়াৰ কৰা চাহ পুনৰ গৰম কৰি খালে লিভাৰৰ ক্ষতি হ’ব পাৰে ।

৪/ ভাত : ভাত ৰন্ধাৰ সময়ত এবিধ বেক্টেৰিয়া উৎপন্ন হয় । ৰন্ধা ভাত পুনৰ গৰম কৰিলে সেই বেক্টেৰিয়াৰ পৰিমাণ দুগুণ বৃদ্ধি হয় । যি মানুহৰ ডায়েৰিয়া ৰোগৰ সৃষ্টি কৰিব পাৰে ।

d85ac4cc 153d 450f acc4 6c938b60810b৫/ আলু : আলু ভাজি বা সিদ্ধ কৰাৰ পিছত ঠাণ্ডা হোৱাৰ সময়ত তাত বটুলিজম নামৰ এবিধ বেক্টেৰিয়াৰ সৃষ্টি হয় । পুনৰ গৰম কৰিলে এই বেক্টেৰিয়াৰ পৰিমাণ আৰু বেছি বাঢ়ি গৈ ফুড পয়জনিং পৰ্যন্ত হ’ব পাৰে ।

৬/ কণী : কণীতো অধিক পৰিমাণৰ প্ৰোটিন তথা এণ্টি অক্সিডেণ্ট থাকে । এবাৰ ৰন্ধাৰ পিছত পুনৰ গৰম কৰিলে কণীত এক টক্সিন তৈয়াৰ হয় , যি মানুহৰ দেহত বদহজমৰ সৃষ্টি কৰে ।

৭/ পোৰা তেল : আমাৰ বহুতেই আহাৰ তৈয়াৰ কৰোতে থাকি যোৱা অৱশিষ্ট তেলত পুনৰ আন এবিধ খাদ্য ৰান্ধে । কিন্তু ই অতি ক্ষতিকাৰক । পোৰা তেল গৰম কৰি পুনৰ ব্যৱহাৰ কৰিলে কেন্সাৰৰ দৰে মৰাত্মক ৰোগৰ আশংকা বাঢ়ে ।

৮/ পালেং শাক : পালেং শাক এবাৰ ৰন্ধাৰ পিছত পুনৰ গৰম কৰি খাব নেলাগে । যিহেতু পালেং শাকত অত্যাধিক পৰিমাণৰ নাইট্ৰেটচ থাকে । এবাৰ ৰন্ধা পালেং শাক পুনৰ গৰম কৰি খালে শৰীৰত ক্ষতিকাৰক টক্সিন অধিক মাত্ৰাত তৈয়াৰ হয় ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: FoodHealthMedical
publisher

publisher

Related Posts

আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ
Lifestyle

March 9, 2026
এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ
Lifestyle

এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

March 9, 2026
সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে
Lifestyle

সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

March 7, 2026
কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই
Lifestyle

কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

March 5, 2026
ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?
Lifestyle

ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

February 28, 2026
গাখীৰৰ লগত ফল খালে কি হয়?
Lifestyle

গাখীৰৰ লগত ফল খালে কি হয়?

February 26, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d