Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    নিখাৰী নৈত দলং নাই , যাতায়তৰ ক্ষেত্ৰত ৰাইজৰ দুৰ্ভোগ

    বিপৰ্যয়ৰ পূৰ্বে ‘ঘাম’ ওলাইছিল দেৱী প্রতিমাৰ!

    বিপৰ্যয়ৰ পূৰ্বে অনুৰোধৰ পাছতো চীনে নজনালে বতৰৰ পূৰ্বানুমান

    মৰ্গত ঠাই নাই, ভিৰ হাস্পতালত: গণ কবৰৰ সিদ্ধান্ত নেপাল চৰকাৰৰ

    হিমবাহ ভাঙি নামি অহা প্ৰৱল স্রোতত ইমান বোকা ক’ৰ পৰা আহিল

    নেপালৰ ধ্বংসস্তূপৰ মাজতো বাচি থাকিল প্রেম

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    গৰম ননষ্টিক কেৰাহীত পানী ঢালি দিয়ে নেকি?

    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Health

Stomach Problem : ঘৰৰ খাদ্য খালেও আপোনাৰ গেছ হয় নেকি ? কি নিয়ম মানি চলিলে আপুনি এই গেছৰ সমস্যাৰ মুক্তি পাব পাৰিব ?

samimsultana by samimsultana
December 2, 2022
in Health, Lifestyle
Reading Time: 4 mins read
0
Stomach Problem : ঘৰৰ খাদ্য খালেও আপোনাৰ গেছ হয় নেকি ? কি নিয়ম মানি চলিলে আপুনি এই গেছৰ সমস্যাৰ মুক্তি পাব পাৰিব ?
6
SHARES
55
VIEWS
ShareShareShareShare

RelatedPosts

কম বয়সতে মগজুৰ ষ্ট্ৰ’কত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে কিয়?

নিশা হঠাৎ অসুস্থ হৈ পৰে বলীউডৰ জনপ্ৰিয় অভিনেতা গোবিন্দা

ফেটি লিভাৰৰ ঘৰুৱা প্ৰতিকাৰ

Stomach Problem :

দৈনিক জীৱনযাত্ৰাত সকলো মানুহেই কম-বেছি পৰিমাণে গেছৰ সমস্যাত ভুগি থাকে । আচলতে কি খালে এই সমস্যাৰ উদ্ভৱ হয় , সেইকথা বহুতেই হয়তো ধৰিব নোৱাৰে । কেতিয়াবা ঘৰত ৰন্ধা খাদ্য খালেও গেছৰ সমস্যাৰ হয় ।

যিটো কাৰণত আমি খুব ভাল পোৱা খাদ্যও আনন্দমনে খাবলৈ ভয় কৰো । বিশেষকৈ বন্ধৰ দিনটোত আমি ৰাতিপুৱাৰ জলপান হিচাপে গৰম গৰম লুচি আৰু আলু ভাজি খাই ভাল পাওঁ ।

কিন্তু অলপ পিচতে আমাৰ পেটৰ সমস্যাৰ সৃষ্টি হ’ব পাৰে । বুকু জ্বলা-পোৰা কৰা বা পেট ফুলি যোৱাৰ পিছত আমাৰ গোটেই দিনটো এক অসহ্যকৰ পৰিস্থিতিৰ সৃষ্টি হ’ব পাৰে ।

ফলত আমি দুপৰীয়াৰ আহাৰো ভালদৰে খাব নোৱাৰা হওঁ ।
সাধাৰণতে বাহিৰৰ খাদ্য খোৱা , বেছিকৈ ভজা-পোৰা খোৱা বা পানী কম পৰিমাণত খোৱাৰ ফলত আমাৰ এই সমস্যা বেছিকৈ হোৱা পৰিলক্ষিত হয় ।

গেছ হোৱাৰ ভয়ত বহুতে নিজৰ ভাল লগা খাদ্যৰ পৰা দূৰৈত অৱস্থান কৰে ।
এই সমস্যাৰ পৰা বাচিবলৈ আমি সাধাৰণতে এণ্টাচিড জাতীয় ঔষধ সেৱন কৰো । কিন্তু আমি কেতিয়াও ভাবি নেচাওঁ যে যিকোনো ঔষধৰ বিভিন্ন পাৰ্শ্বক্ৰিয়া থাকে ।

সঘনে এনে ধৰণৰ ঔষধ সেৱন কৰাৰ ফলত আমাৰ কেতিয়াৱা জটিল ৰোগো হ’ব পাৰে ।
গতিকে দৈনিক গেছৰ ঔষধ সেৱন কৰাতকৈ আমি কিছুমান নিয়মৰ যোগেদিও গেছৰ সমস্যাৰ পৰা মুক্তি পাব পাৰো ।

১/ দৈনিক ব্যায়াম কৰাৰ অভ্যাস গঢ়ি তোলক : গেছৰ সমস্যা কমাবলৈ হ’লে আমি দৈনিক ব্যায়াম কৰাতো খুবেই আৱশ্যক । ই হজম শক্তি বৃদ্ধি কৰে । অৰ্থাৎ মানুহৰ হজমী শক্ৰি সঠিক হৈ থাকিলে , আপোনা-আপুনি গেছৰ সমস্যাৰ পৰাও মুক্তি পাব পাৰি ।

২/ মানসিক উদ্বেগৰ পৰা দূৰৈত থাকক : ব্যক্তিগত জীৱনৰ বিভিন্ন সমস্যাৰ পৰা মানুহৰ মানসিক চাপ বৃদ্ধি পায় । যি চাপে আপোনাৰ হজমত বেয়া প্ৰভাৱ পেলাব পাৰে । আচলতে মানসিক চাপে কোনো খাদ্য সঠিকভাৱে হজম কৰাব নোৱাৰে । ফলত পেটত গেছৰ সমস্যাই দেখা দিয়ে । সেইয়েহে সমস্যা আহিলেও কেতিয়াও সেইকথা ভাবি নেথাকে নিজৰ শৰীৰৰ কথা চিন্তা কৰিব লাগে ।

৩ / হালধী : হালধী হৈছে বিভিন্ন ঔষধি গুণেৰে ভৰপূৰ এবিধ মচলা জাতীয় খাদ্য । হালধীৰ ৰসে তেজ চাফা কৰাৰ সমান্তৰালকৈ পেটৰ সমস্যাৰ পৰাও মুক্তি দিব পাৰে । সাধাৰণতে পুৱা খালি পেটত কেচা হালধীৰ ৰস খোৱাৰ অভ্যাস কৰিব লাগে । পাৰিলে গাখীৰ বা মৌৰ ৰসৰ লগত কেচা হালধীৰ ৰস মিহলাই খাব লাগে । ই আপোনাৰ পেটৰ গেছৰ সমস্যা একেবাৰে নাইকীয়া কৰিব ।

বি : দ্ৰ : ওপৰোক্ত প্ৰতিবেদনটো সাধাৰণ তথ্যৰ ওপৰত আধাৰিত । কোনো ৰোগত আক্ৰান্ত হ’লে চিকিৎসকৰ পৰামৰ্শ লোৱাটো আৱশ্যক ।

ADVERTISEMENT

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Gas ProblemHealthStomach Problem
samimsultana

samimsultana

Related Posts

ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?
Lifestyle

August 26, 2026
Onion prices rise:ৰাষ্ট্ৰীয় গড় পৰিমাণতকৈ অসমত ২০ টকাৰো অধিক হৈছে পিঁয়াজৰ খুচুৰা মূল্য
Bussiness

Onion prices rise:ৰাষ্ট্ৰীয় গড় পৰিমাণতকৈ অসমত ২০ টকাৰো অধিক হৈছে পিঁয়াজৰ খুচুৰা মূল্য

August 25, 2026
দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক
Lifestyle

দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

August 22, 2026
পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি
Lifestyle

পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

August 22, 2026
গৰম ননষ্টিক কেৰাহীত পানী ঢালি দিয়ে নেকি?
Lifestyle

গৰম ননষ্টিক কেৰাহীত পানী ঢালি দিয়ে নেকি?

August 20, 2026
সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?
Lifestyle

সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

May 7, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d