Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025

    Sutia Student Union:অসমীয়া জাতি গঠনলৈ চুতীয়া জাতিৰ অৱদান অপৰিসীম : মন্ত্ৰী বৰা

    Big Scam:প্রাক্তন অধ্যক্ষাৰ নেতৃত্বত দুষ্টচক্ৰৰ দ্বাৰা ১৮ কোটি টকা আত্মসাতৰ অভিযোগ

    Zubeen garg Murder Case:আদালতে প্ৰেৰণ কৰা নথি সলনি কৰিলে বাকসা কাৰাগাৰৰ অধীক্ষকে

    Bank strike in Assam:বেংক ধর্মঘটত তিনিদিন অচল লেনদেন

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News International

Aromatherapy Spray Import : আমেৰিকাত বিৰল বেক্টেৰিয়াৰ প্রাদুর্ভাৱ, নেপথ্যত ভাৰতৰ পৰা আমদানি স্প্রে ?

publisher by publisher
October 27, 2021
in India, International, News
Reading Time: 1 min read
0
Aromatherapy Spray Import : আমেৰিকাত বিৰল বেক্টেৰিয়াৰ প্রাদুর্ভাৱ, নেপথ্যত ভাৰতৰ পৰা আমদানি স্প্রে ?
3
SHARES
25
VIEWS
ShareShareShareShare

RelatedPosts

America : আমেৰিকাত গৰ্ভাৱস্থাত ১,২০৫ মহিলাৰ মৃত্যু , ৬০ বছৰৰ সৰ্বাধিক গৰ্ভৱতীৰ মৃত্যু

আমেৰিকাত অত্যধিক দৰৱ গ্ৰহণৰ ফলত এক লাখ লােকৰ মৃত্যু

Delta Variant : নিপাহৰ ‘ডেল্টা’ প্রজাতিৰ আগমন ঘটিলে মৃত্যুৰ হাৰ ৫০ শতাংশ বৃদ্ধি পাব : সকীয়নি বিজ্ঞানীৰ

চলতি বৰ্ষত মার্কিন যুক্তৰাষ্ট্রত এক বিৰল বেক্টেৰিয়াত আক্রান্ত হৈছিল বহুকেইজন মার্কিন নাগৰিক । প্রাথমিকভাৱে বুজিব পৰা নগ’লেও পাছত পৰীক্ষা-নিৰীক্ষা কৰি জানিব পৰা যায় যে এটা বিশেষ ব্রেণ্ডৰ এৰ’মাথেৰাপি স্প্রেৰ পৰা এই বেক্টেৰিয়া বিয়পিছে । মঙলবাৰে ইউএছ চেন্টাৰ ফৰ ডিজিজ কন্ট্র’ল এণ্ড প্রিভেনছন (চিডিচি)য়ে নিশ্চিত কৰিছে যে ৱালমার্ট ইনকর্প’ৰেটেডৰ পৰা বিক্রী কৰা এটা স্প্রেৰ পৰা এই ভাইৰাছ বিয়পি পৰিছে । ফলত চলিত বৰ্ষৰ আৰম্ভণিতে চাৰিজনৰ শৰীৰত বেক্টেৰিয়া সংক্রমিত হৈছিল ।

ADVERTISEMENT

এইটোও জানিব পৰা যায় যে এই স্প্রেটো ভাৰতত তৈয়াৰ কৰা হৈছিল । প্রায় ৫৫টা দোকানত বিক্রীও কৰা হৈছে । ফেব্রুৱাৰীৰ পৰা অক্টোবৰৰ ভিতৰত ৱালমার্টৰ ৱেবছাইটতো এই স্প্রে বিক্রী হয় । অৱশ্যে এই ঘটনা প্রকাশ্যত অহাৰ পাছতে ৱালমার্টে তাৰ ৱেবছাইটৰ পৰা প্রায় তিনি হেজাৰ ৯০০টা বটল আঁতৰাই দিয়ে । আমেৰিকাৰ জনস্বাস্থ্য সংস্থাই জনায় যে এই বটলবোৰৰ পৰাই বেক্টেৰিয়া বিয়পিছে । ৱালমার্টে মঙলবাৰে কয় যে তেওঁলোকে এই বিষয়ত চিডিচিক তদন্তত সহায় কৰিব ।

এজন মার্কিন পাইকাৰী বিক্রেতাই কয়, “এই পণ্যৰ সম্পর্কে গ্রাহকসকলক জনাইছো । ইতিমধ্যে কে’বাহেজাৰ স্প্রে আঁতৰ কৰি দিয়া হৈছে । চিডিচি-য়ে তদন্ত কৰিবৰ বাবে পণ্যটোৰ বিক্রী বন্ধ কৰাৰ নিৰ্দেশ দিছে । সেই তদন্তত সক্রিয়ভাৱে আছো ।” তথ্য অনুসৰি, মেলিঅ’ড’ছিছ (Melioidosis) নামৰ এটা বিৰল বেক্টেৰিয়াৰ সংক্রমণ হৈছে । যিয়ে বহুসময়ত মাৰাত্মক ৰূপ ধাৰণ কৰিব পাৰে । ইয়াৰ বিজ্ঞানসন্মত নাম “Burkholderia Pseudomallei” । ইয়াক সাধাৰণতে গ্রীষ্মকালীন জলবায়ুত পোৱা যায় । জর্জিয়াত অসুস্থ হোৱা এজন ৰোগীৰ গৃহত বিগত সপ্তাহত এই বেক্টেৰিয়া চিহ্নিত কৰিছে চিডিচিৰ বিষয়াসকলে ।

ইয়াৰ জেনেটিক বিশ্লেষণ কৰি বিজ্ঞানীসকলে পাইছে যে অন্যান্য ৰোগীৰ দেহত পোৱা বেক্টেৰিয়া ষ্ট্ৰেনৰ স’তে ইয়াৰ মিল আছে । মার্চৰ পৰা কানছাছ, মিনেছ’টা আৰু টেক্সাছ অঞ্চলতো একাধিক ৰোগীৰ গৃহত ইয়াৰ উপস্থিতি পোৱা গৈছে ।  কৰ’না ভাইৰাছক লৈ এতিয়াও চিন্তিত মার্কিন প্রশাসন । পৰিস্থিতি নিয়ন্ত্রণত থাকিলেও সম্পূর্ণভাৱে সংক্রমণ ৰোধ কৰিব পৰা নাই । তেনে সময়তে বিৰল বেক্টেৰিয়াৰ এই সংক্রমণে নতুনকৈ উদ্বেগ বৃদ্ধি কৰিছে দেশখনত ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Aromatherapy SprayCDCMelioidosis
publisher

publisher

Related Posts

দিল্লী ঘোষণাপত্ৰত মুখ থেকেচা খালে পাকিস্তানে ! পহলগাম আক্ৰমণৰ নিন্দা ৰাছিয়া-চীন-ইৰানৰ
India

September 12, 2026
চাকৰি জীৱন শেষ হোৱাৰ পূৰ্বেই সেনাৰ পৰা অৱসৰ, ৰাষ্ট্ৰপতিৰ এডিচি পদ এৰিলে ‘নেচনেল ক্ৰাছ’ ঋষভ

তেজপুৰৰ মাজগাঁও জ্যোতি আগৰৱলা পথৰ কালভার্টহীন পথৰ বাবে সমস্যাৰ সৃষ্টি
Assam

ৰহাত লোকনিৰ্মাণ বিভাগৰ পথৰ মাজত প্রকাণ্ড পুখুৰী : যমৰ যন্ত্রণা ভুগিছে ৰাইজে

জামুগুৰিহাটৰ জীয়াভৰলী নদীৰ পাৰত কঁহুৱাৰ শুভ্র দালিচা

পাথৰৰ তলত লুকাই আছে লাখ লাখ টন বৰফ!
India

পাথৰৰ তলত লুকাই আছে লাখ লাখ টন বৰফ!

September 12, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d