Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Nagaon Theft:নগাঁও ইটাচালি আৰক্ষীৰ জালত দুই গভাইত চোৰ

    AGP:জন্ম শতবাৰ্ষিকীত সুধাকণ্ঠ, ভাৰতৰত্ন ড° ভুপেন হাজৰিকাক সশ্ৰদ্ধ সোঁৱৰণ অগপৰ

    Jagiroad:জাগীৰোডৰ টাটা ছেমিকণ্ডাক্টৰ প্ৰকল্পত চোৰৰ হাতোৰা

    Two Govt Joint meeting in shillong:অসম-মেঘালয়ৰ কেব চালকৰ সংঘাতক লৈ শ্বিলঙত অনুষ্ঠিত হ’ল দুই চৰকাৰৰ বৈঠকত

    TMC:নগাঁও উপ-নিৰ্বাচনৰ বাবে তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থীৰ নাম ঘোষণা

    দেশীয় প্ৰযুক্তিৰ বুলেট ট্ৰেইন কেতিয়া চলিব ভাৰতত?

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

  • Entertainment
    • All
    • Movie
    • Music
    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Malnutrition : ৰক্তহীনতা-পুষ্টিহীনতাৰ বিপদঘণ্টা

চৰকাৰী প্ৰতিবেদনতে ৰুগ্ন অসমৰ স্বৰূপ

publisher by publisher
November 10, 2022
in India, News
Reading Time: 1 min read
0
Malnutrition : ৰক্তহীনতা-পুষ্টিহীনতাৰ বিপদঘণ্টা
6
SHARES
56
VIEWS
ShareShareShareShare

RelatedPosts

দেশত প্ৰথমবাৰলৈ পুৰুষতকৈ অধিক হ’ল মহিলাৰ জনসংখ্যা

Malnutrition :

জন্মদাত্ৰী মাতৃৰ ৰক্তহীনতা আৰু শিশুৰ পুষ্টিহীনতাই অসমৰ ভৱিষ্যৎ প্ৰজন্মলৈ কঢ়িয়াই আনিছে অশনি সংকেত । স্বাস্থ্য খণ্ডৰ বিকাশৰ বাবে চৰকাৰীভাৱে অব্যাহত ৰখা ব্যাপক অভিযানৰ সময়তে পুষ্টিহীনতাৰ উদ্বেগজনক তথ্য‌ই উন্মোচিত কৰিছে ৰুগ্ন অসমৰ আতংকময় প্ৰতিচ্ছবি । নেছনেল ফেমিলী হেল্‌থ ছাৰ্ভে (এন‌এফ‌এইছ‌এছ)ৰ ২০১৯-২০ পঞ্চম সংস্কৰণৰ আধাৰত শেহতীয়াকৈ প্ৰকাশিত প্ৰতিবেদনত উল্লেখিত তথ্য অনুসৰি সমগ্ৰ দেশতে ক্ৰমাৎ বৃদ্ধি পাবলৈ ধৰিছে পুষ্টিহীনতাত ভোগা শিশুৰ সংখ্যা ।

ADVERTISEMENT

ইয়াৰ ভিতৰত ৰাষ্ট্ৰীয় হাৰতকৈ বহুলাংশে শীৰ্ষত আছে অসমসহ উত্তৰ-পূৰ্বাঞ্চলৰ হাৰ । ইয়াৰ সমান্তৰালকৈ শিশুৰ শৰীৰত ভিটামিন ‘এ’, ভিটামিন ‘ডি’, জিংক আদিৰ নিম্ন হাৰেও অসমৰ ভৱিষ্যৎ প্ৰজন্মক কোঙা কৰি তোলাৰ পূৰ্বাভাস দিয়া হৈছে সমীক্ষা প্ৰতিবেদনত ‌।

সমীক্ষা মতে, অসমৰ ৰক্তহীনতাত ভোগা মহিলাৰ হাৰ অতি উদ্বেগজনক আৰু সমগ্ৰ দেশৰ বাবেই প্ৰত্যাহহ্বান । তথ্য মতে, অসমত সন্তান জন্ম দিয়াৰ উপযুক্ত সময় ১৮ৰ পৰা ৪৫ বছৰ বয়সৰ মহিলাৰ সৰ্বাধিক ৬৫.৯ শতাংশই ৰক্তহীনতা বা ‘এনিমিয়া’ত আক্ৰান্ত । ত্ৰিপুৰাত আকৌ এই হাৰ দেশৰ ভিতৰতে সৰ্বাধিক ৬৭.২ শতাংশ ।

ইফালে, ৰক্তহীনতাৰ বাবেই অসমত স্বাভাৱিক হাৰতকৈ ওজন হ্ৰাস পোৱা মহিলাৰ হাৰো ক্ৰমাৎ বৃদ্ধি পাইছে । প্ৰতিবেদনৰ তথ্য অনুসৰি, এনিমিয়াত আক্ৰান্ত মহিলাৰ সংখ্যা পূৰ্বৰ ৪৬ শতাংশৰ পৰা ৬৫.৯ শতাংশলৈ বৃদ্ধি পোৱাৰ সমান্তৰালকৈ কম ওজনৰ মহিলাৰ হাৰ ১৭.৬ শতাংশলৈ বৃদ্ধি পাইছে ।

আকৌ, ভিটামিন ‘এ’ৰ পৰিমাণ স্বাভাৱিক মাত্ৰাতকৈ হ্ৰাস পোৱাৰ বাবে অসমৰ গৰিষ্ঠসংখ্যক শিশুৱে ভিন্ন ৰোগত আক্ৰান্ত হ’বলৈ ধৰিছে । ভিটামিন ‘এ’ ঘাটি (ভিএডি)ৰ বাবে দেশত প্ৰতি বছৰে ৩,৩০,০০০ শিশুৰ মৃত্যু হয় । ‘ভিএডি’ৰ বাবে শিশুৱে চকুৰে কম দেখা বা সম্পূৰ্ণৰূপে নেদেখা হোৱাৰ উপৰি শিশুৰ ৰোগ প্ৰতিৰোধ ক্ষমতাও হ্ৰাস পায় ।

সমীক্ষা মতে, দেশৰ একৰ পৰা চাৰি বছৰ বয়সৰ শিশুৰ ১৮ শতাংশ আৰু পাঁচৰ পৰা ন বছৰ বয়সৰ শিশুৰ ২২ শতাংশ ভিএডিত ভুগি আছে । অসমত ২১.৪ শতাংশ শিশু ভিটামিন ‘এ’ ঘাটি হোৱাৰ সূত্ৰে ৰাজ্যখনৰ এই বৃহৎসংখ্যক শিশুৱে ভিন্ন ৰোগৰ বলি হোৱাৰ লগতে অকাল মৃত্যুক সাবটিবলগীয়া হৈছে ।

এনএফএইছএছৰ তথ্য মতে স্বাস্থ্য বিভাগৰ ফালৰ পৰা ৰাজ্যখনৰ ৫৮.২ শতাংশ শিশুক ভিটামিন ‘এ’ পৰিপূৰক প্ৰদান কৰা হৈছে । ইফালে, ভিটামিন ‘এ’ আৰু আইৰণ ঘাটিৰ সমান্তৰালকৈ অসমৰ মুঠতে পাঁচৰ পৰা ন বছৰ বয়সৰ ১৮.২ শতাংশ শিশু ‘জিংক’ৰ অভাৱত ভুগি আছে । সবৰ্ভাৰতীয় পৰ্যায়ত ‘জিংক’ৰ অভাৱত ভোগা শিশুৰ গড় হাৰ ১৮.৯ শতাংশ ।

উত্তৰ-পূৰ্বাঞ্চলৰ আন ৰাজ্যকেইখনত এই হাৰ হ’ল ক্ৰমে নগালেণ্ডত ২.১ শতাংশ, মিজোৰামত পাঁচ শতাংশ আৰু মণিপুৰত সৰ্বাধিক ৩৫.৩ শতাংশ । এনএফএইছএছ-৫ৰ তথ্য মতে, প্ৰসৱৰ সময়ত মৃত্যুৰ হাৰ পূৰ্বৰ তুলনাত সমগ্ৰ দেশতে হ্ৰাস পাইছে যদিও এই ক্ষেত্ৰত অসমৰ স্থিতি এতিয়াও উদ্বেগজনক । ৰাজ্যখনত প্ৰতি এক লাখ শিশুৰ জন্মৰ ভিতৰত ২০৫ টি শিশুৰ মৃত্যু হয় বুলি সমীক্ষাত প্ৰকাশ পাইছে যদিও চলিত ২০২২ৰ এনএইছএমৰ তথ্যত এই হাৰ কিছু উন্নত হৈছে ।

আকৌ, স্বাভাৱিক হাৰতকৈ কম ওজনৰ সন্তানৰ জন্মৰ হাৰো ৰাজ্যখনৰ স্বাস্থ্য খণ্ডৰ অধোগতি হাৰ উন্মোচিত কৰিছে । উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনৰ ভিতৰত অসমতে সৰ্বাধিক ৩২.৮ শতাংশ শিশুৰ ওজন স্বাভাৱিক হাৰতকৈ কম । মিজোৰামত এই হাৰ হ’ল মাথোঁ ১০ শতাংশ । আকৌ স্বাভাৱিক হাৰতকৈ অধিক ওজনৰ শিশুৰ হাৰ হ’ল অসমত সবাতোকৈ কম ২.৩ শতাংশৰ বিপৰীতে মিজোৰামত সৰ্বাধিক ১০ শতাংশ ।

প্ৰসংগত উল্লেখ্য যে অৱজাৰভাৰ ৰিচাৰ্ছ ফাউণ্ডেছন নামৰ সংস্থাটোৱে নৱেম্বৰত প্ৰকাশ কৰা এই সমীক্ষা প্ৰতিবেদনে অসমসহ উত্তৰ-পূৰ্বাঞ্চলৰ শিশু আৰু মহিলাৰ স্বাস্থ্যৰ অতি উদ্বেগজনক স্থিতি উন্মোচন কৰিছে । পুষ্টিহীনতা আৰু ৰক্তহীনতাই অসমকে ধৰি উত্তৰ-পূৰ্বাঞ্চলত সৃষ্টি কৰা পৰিস্থিতিয়ে অদূৰ ভৱিষ্যতে অঞ্চলটোৰ ভৱিষ্যৎ প্ৰজন্মক কোঙা, ৰোগীয়া কৰি তোলাৰ সম্ভাৱনা প্ৰৱল ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: AnemiaMalnutritionNFHS
publisher

publisher

Related Posts

Nagaon Theft:নগাঁও ইটাচালি আৰক্ষীৰ জালত দুই গভাইত চোৰ
Assam

September 8, 2026
AGP:জন্ম শতবাৰ্ষিকীত সুধাকণ্ঠ, ভাৰতৰত্ন ড° ভুপেন হাজৰিকাক সশ্ৰদ্ধ সোঁৱৰণ অগপৰ
Assam

AGP:জন্ম শতবাৰ্ষিকীত সুধাকণ্ঠ, ভাৰতৰত্ন ড° ভুপেন হাজৰিকাক সশ্ৰদ্ধ সোঁৱৰণ অগপৰ

September 8, 2026
Jagiroad:জাগীৰোডৰ টাটা ছেমিকণ্ডাক্টৰ প্ৰকল্পত চোৰৰ হাতোৰা
Assam

Jagiroad:জাগীৰোডৰ টাটা ছেমিকণ্ডাক্টৰ প্ৰকল্পত চোৰৰ হাতোৰা

September 8, 2026
Two Govt Joint meeting in shillong:অসম-মেঘালয়ৰ কেব চালকৰ সংঘাতক লৈ শ্বিলঙত অনুষ্ঠিত হ’ল দুই চৰকাৰৰ বৈঠকত
Assam

Two Govt Joint meeting in shillong:অসম-মেঘালয়ৰ কেব চালকৰ সংঘাতক লৈ শ্বিলঙত অনুষ্ঠিত হ’ল দুই চৰকাৰৰ বৈঠকত

September 8, 2026
TMC:নগাঁও উপ-নিৰ্বাচনৰ বাবে তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থীৰ নাম ঘোষণা
Assam

TMC:নগাঁও উপ-নিৰ্বাচনৰ বাবে তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থীৰ নাম ঘোষণা

September 8, 2026
দেশীয় প্ৰযুক্তিৰ বুলেট ট্ৰেইন কেতিয়া চলিব ভাৰতত?
India

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d