Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    উত্তৰ প্ৰদেশৰ ফটকা কাৰখানাত বিস্ফোৰণ! চাৰিগৰাকী মহিলাৰ মৃত্যু, নগৰাকী আহত

    বিমান দুৰ্ঘটনাত নিহতসকলৰ ভিতৰত ৮৭ জন লোকক চিনাক্ত, পৰিয়ালক গতাই দিয়া হৈছে ৪৭ জনৰ মৃতদেহ

    ‘বন্ধুত্বৰ প্ৰতীক’! চাইপ্ৰাছৰ সৰ্বোচ্চ অসামৰিক সন্মান লাভ কৰিলে প্ৰধানমন্ত্ৰী মোদীয়ে

    ডায়েলাইছিছৰ সময়ত বিদ্যুৎ বিচ্ছিন্ন, মেচিনত আবদ্ধ তেজ! ৰোগীৰ মৃত্যু

    সোমবাৰৰ মুম্বাইত প্ৰচণ্ড বৰষুণৰ পূৰ্বাভাস ! কমলা সতৰ্কবাণী জাৰি

    দেশত দুটা পৰ্যায়ত হ’ব লোকপিয়ল, বিজ্ঞপ্তি জাৰি কেন্দ্রৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    গুগল ক্ৰ’মৰ বিষয়ে সতৰ্কবাণী প্ৰদান কৰিছে কেন্দ্ৰই ! সচেতন হওক আৰু সাৱধান হওক

    অহা মাহৰ পৰা একাধিক ফোনত কাম নকৰিব হোৱাটছএপ !

    Game:ভাৰতত কম্পিউটাৰ গেমাৰসকলৰ ৪৪ শতাংশই মহিলা, ডেভেলপাৰ মাত্ৰ ১২ শতাংশ

    Facebook:এই ধৰণৰ কথা ফে’চবুকত পোষ্ট কৰিলে কাৰাগাৰত হ’ব পাৰে বন্দী !

    Google Chrome: সাৱধান ! Google Chrome ব্যৱহাৰকাৰীসকল পৰিব পাৰে হেকাৰৰ কৱলত !

    Maruti Suzuki car prices hikes:ফেব্ৰুৱাৰীৰ পৰা বৃদ্ধি পাব গাড়ীৰ দাম

  • Entertainment
    • All
    • Movie
    • Music
    আঠ ঘণ্টাৰ অধিক কাম নকৰে অভিনেত্ৰী দীপিকাই, সমৰ্থন মনিৰত্নৰ 

    ‘বিগ বছ’ এৰি ‘বিগ বি’ৰ আসনত বহাৰ মন ভাইজানৰ 

    সন্দীপ ৰেঙী বংগাৰ নতুন ছবি ‘স্পিৰিট ‘ত দেখা নাপাব দীপিকাক

    দাদাচাহেব ফাল্কে বায়’পিকক লৈ বলিউদ দক্ষিণৰ ‘টাগ অৱ ৱাৰ ‘

    টিক্‌টক্‌ লাইভৰ সময়তে বিউটি ইনফ্লুৱেন্সাৰক গুলীয়াই হত্যা

    প্ৰিয় খাদ্য খোৱাৰ পাছতো কেনেদৰে ফিট হৈ থাকে অভিনেত্ৰী ৰকুলপ্ৰীত সিং ? 

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ৰোগ প্ৰতিৰোধৰ বাবে খাওক তিতা কেৰেলা 

    ৰোগ প্ৰতিৰোধৰ বাবে খাওক তিতা কেৰেলা 

    জলকীয়াৰ পৰা হ’ব পাৰে স্মৃতিলোপ

    জলকীয়াৰ পৰা হ’ব পাৰে স্মৃতিলোপ

    আপোনাৰ ছালখন জিলিকাবলৈ এই শাক-পাচলিত নিৰ্ভৰ কৰক

    এই তিনিটা খাদ্যত আছে চুলিৰ সমস্যাৰ সমাধান !

    জানেনে এই কেইবিধ মছলাই কমাব আপোনাৰ ওজন! 

    জানেনে এই কেইবিধ মছলাই কমাব আপোনাৰ ওজন! 

    প্ৰটিন সমৃদ্ধ কিন্তু পেট গধূৰ অনুভৱ নকৰিলে 

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Upendra Barkataki : সাহিত্যিক উপেন্দ্ৰ বৰকটকীক সাহিত্যাচাৰ্য যজ্ঞেশ্বৰ শৰ্মা বঁটা প্ৰদান

publisher by publisher
December 6, 2022
in India, Assam, News
Reading Time: 1 min read
0
Upendra Barkataki : সাহিত্যিক উপেন্দ্ৰ বৰকটকীক সাহিত্যাচাৰ্য যজ্ঞেশ্বৰ শৰ্মা বঁটা প্ৰদান
1
SHARES
11
VIEWS
ShareShareShareShare

Upendra Barkataki :

উত্তৰ-পূৰ্বাঞ্চলৰ অগ্ৰণী সাংস্কৃতিক আৰু সামাজিক অনুষ্ঠান অনুপ্ৰেৰণাই আজি বিশিষ্ট সাহিত্যিক উপেন্দ্ৰ বৰকটকীক সাহিত্যাচাৰ্য যজ্ঞেশ্বৰ শৰ্মা বঁটা প্ৰদান কৰে ।

ADVERTISEMENT

অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, বিশিষ্ট সাহিত্যিক, শিক্ষাবিদ যজ্ঞেশ্বৰ শৰ্মাৰ জন্ম দিৱসৰ লগত সংগতি ৰাখি সাহিত্যিক উপেন্দ্ৰ বৰকটকীক এই বঁটা প্ৰদান কৰা হয় ।

RelatedPosts

Nagaon:নগাঁৱৰ মোলাপট্টি,শেনচোৱা আৰু চিভিলৰ ৰে’লগেটত তীব্ৰ যানজঁট

One person died because of the heat: উৎকট গৰমত জুৰীয়াত এজনৰ মৃত্যু

Akhand Bhagavat Path: কাৱৈমাৰি নামঘৰৰ অখণ্ড ভাগৱত পাঠৰ সামৰণি

আজি ‘সাহিত্যাচাৰ্য যজ্ঞেশ্বৰ শৰ্মা বঁটা’ প্ৰদান কৰা হয় । আজি বিয়লি নগাঁও মহাবিদ্যালয়ৰ লক্ষ্মীনাথ বেজবৰুৱা প্ৰেক্ষাগৃহত আয়োজিত এক গাম্ভীর্যপূর্ণ অনুষ্ঠানত বৰ্ষীয়ান সাহিত্যিক বৰকটকীয়ে সাহিত্যাচাৰ্য যজ্ঞেশ্বৰ শৰ্মা বঁটা গ্ৰহণ কৰে ।

উক্ত বঁটাত সাহিত্যিকগৰাকীক শৰাই, গামোচা, চেলেং, অংগবস্ত্ৰ, স্মাৰক আৰু ফুলৰ থোপাৰে সন্মান জনোৱা হয় । আনহাতে, সাহিত্যাচাৰ্য যজ্ঞেশ্বৰ শৰ্মাৰ সোঁৱৰণত বঁটা গ্ৰহণ কৰি পৰম সন্ত্তষ্টি লাভ কৰা বুলি উল্লেখ কৰি বিশিষ্ট সাহিত্যিক উপেন্দ্ৰ বৰকটকীয়ে কয়, “প্ৰত্যক্ষভাৱে শিক্ষাবিদ যজ্ঞেশ্বৰ শৰ্মা ছাৰৰ মই ছাত্ৰ নহ’লেও তেওঁৰ গুণৰাজী আৰু ব্যক্তিত্বই মোক মুগ্ধ কৰিছিল ।”

আনহাতে, পাণ্ডিত্য আৰু প্ৰতিভা এই দুয়োটাই যজ্ঞেশ্বৰ শৰ্মাৰ জীৱনত সু-সমন্বয় ঘটিছিল বুলি উল্লেখ কৰি বৰকটকীয়ে লগতে কয় যে পাণ্ডিত্য আৰু প্ৰতিভাই তেওঁক মহিমামণ্ডিত কৰিছিল । এই পাণ্ডিত্য আৰু প্ৰতিভাৰ লগত যজ্ঞেশ্বৰ শৰ্মাৰ আন দুটা সম্পদো আছিল । সেই দুটা হৈছে অধ্যয়ন আৰু অধ্যাপনা ।

অধ্যয়ন আৰু অধ্যাপনাক তেওঁ জীৱনৰ ব্ৰত হিচাপে লৈছিল । জ্ঞানপিপাসু এই গৰাকী ব্যক্তিয়ে শৈক্ষিক ডিগ্রীৰে মানুহক মূল্যায়ন কৰা নাছিল ।

আনহাতে, পাঠ্যক্ৰমৰ প্ৰায় সকলো বিষয়তে দখল থকা যজ্ঞেশ্বৰ শৰ্মাৰ পাঠদান পদ্ধতি কেৱল আনন্দদায়কেই নাছিল প্ৰেৰণা দায়কো আছিল বুলি বিশিষ্ট সাহিত্যিক বৰকটকীয়ে মত প্ৰকাশ কৰে ।

প্ৰসংগক্ৰমে তেওঁ যজ্ঞেশ্বৰ শৰ্মাৰ এক প্ৰগতিবাদী চিন্তা থকাৰ বিষয়ে উল্লেখ কৰি এই বিষয়ে বিশেষ আলোচনা হোৱা নাই বুলিও কয় । আনহাতে, অম্বিকাগিৰি ৰায় চৌধুৰী, বেনুধৰ শৰ্মা আৰু যজ্ঞেশ্বৰ শৰ্মা এই তিনিগৰাকীক নিজৰ আৰাধ্য ব্যক্তি বুলিও সাহিত্যিক উপেন্দ্ৰ বৰকটকীয়ে মন্তব্য কৰে ।

নগাঁও মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ শৰৎ বৰকটকীৰ সভাপতিত্বত অনুষ্ঠিত বঁটা প্ৰদান অনুষ্ঠানত ‘অনুপ্ৰেৰণা’ৰ প্ৰতিষ্ঠাপক সম্পাদক দীপজ্যোতি শইকীয়াই সভাত উপস্থিত বিশিষ্ট ব্যক্তি সকলক আদৰণি জনোৱাৰ লগতে সামাজিক-সাংস্কৃতিক অনুষ্ঠান অনুপ্ৰেৰণাই বিগত সময়ত ৰূপায়ন কৰা বিভিন্ন বঁটা প্ৰদান অনুষ্ঠান আৰু কাৰ্যসূচীৰ বিষয়ে উল্লেখ কৰে ।

অধিবক্তা তথা সাংস্কৃতিক কৰ্মী মুকুল বৰঠাকুৰে আঁত ধৰা অনুষ্ঠানত নগাঁও মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ শৰৎ বৰকটকীয়ে নগাঁও মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক অধ্যক্ষ সাহিত্যাচাৰ্য যজ্ঞেশ্বৰ শৰ্মাৰ ব্যক্তিত্ব আৰু প্ৰতিভাৰ বিষয়ে উল্লেখ কৰি কয় যে যজ্ঞেশ্বৰ শৰ্মাই শতপত্ৰৰ জৰিয়তে আমাক কবিতাৰ মন্দিৰলৈ সোমাই যোৱাৰ বাট দেখুৱাই দিছিল ।

নগাঁও মহাবিদ্যালয়ৰ হিন্দী বিভাগৰ মুৰব্বী অধ্যাপিকা ডঃ কৰবী দেৱীয়ে গুৰুবন্দনাৰে আৰম্ভ কৰা বঁটা প্ৰদান অনুষ্ঠানত বিশিষ্ট সাহিত্য-সমালোচক প্ৰভাত বৰা, সাহিত্যাচাৰ্য যজ্ঞেশ্বৰ শৰ্মাৰ কনিষ্ঠ পুত্ৰ ডাঃ প্ৰমেশ কুমাৰ শৰ্মা, অনুপ্ৰেৰণাৰ উপদেষ্টা মনোমতী কুৰ্মী, সুষেন শৰ্মা, শিক্ষাবিদ জীৱেশ্বৰ গোস্বামী, সাহিত্যক মণিমালা শইকীয়াৰ লগতে নগাঁও মহাবিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্রী আৰু ছাত্ৰ-ছাত্রীসকলে অংশগ্ৰহণ কৰে ।

Share this:

  • Click to share on X (Opens in new window) X
  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Click to share on Pinterest (Opens in new window) Pinterest
  • Click to share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: AwardNagaonUpendra Barkataki
publisher

publisher

Related Posts

উত্তৰ প্ৰদেশৰ ফটকা কাৰখানাত বিস্ফোৰণ! চাৰিগৰাকী মহিলাৰ মৃত্যু, নগৰাকী আহত
India

June 16, 2025
বিমান দুৰ্ঘটনাত নিহতসকলৰ ভিতৰত ৮৭ জন লোকক চিনাক্ত, পৰিয়ালক গতাই দিয়া হৈছে ৪৭ জনৰ মৃতদেহ
News

বিমান দুৰ্ঘটনাত নিহতসকলৰ ভিতৰত ৮৭ জন লোকক চিনাক্ত, পৰিয়ালক গতাই দিয়া হৈছে ৪৭ জনৰ মৃতদেহ

June 16, 2025
‘বন্ধুত্বৰ প্ৰতীক’! চাইপ্ৰাছৰ সৰ্বোচ্চ অসামৰিক সন্মান লাভ কৰিলে প্ৰধানমন্ত্ৰী মোদীয়ে
India

‘বন্ধুত্বৰ প্ৰতীক’! চাইপ্ৰাছৰ সৰ্বোচ্চ অসামৰিক সন্মান লাভ কৰিলে প্ৰধানমন্ত্ৰী মোদীয়ে

June 16, 2025
ডায়েলাইছিছৰ সময়ত বিদ্যুৎ বিচ্ছিন্ন, মেচিনত আবদ্ধ তেজ! ৰোগীৰ মৃত্যু
News

ডায়েলাইছিছৰ সময়ত বিদ্যুৎ বিচ্ছিন্ন, মেচিনত আবদ্ধ তেজ! ৰোগীৰ মৃত্যু

June 16, 2025
সোমবাৰৰ মুম্বাইত প্ৰচণ্ড বৰষুণৰ পূৰ্বাভাস ! কমলা সতৰ্কবাণী জাৰি
India

সোমবাৰৰ মুম্বাইত প্ৰচণ্ড বৰষুণৰ পূৰ্বাভাস ! কমলা সতৰ্কবাণী জাৰি

June 16, 2025
দেশত দুটা পৰ্যায়ত হ’ব লোকপিয়ল, বিজ্ঞপ্তি জাৰি কেন্দ্রৰ
India

দেশত দুটা পৰ্যায়ত হ’ব লোকপিয়ল, বিজ্ঞপ্তি জাৰি কেন্দ্রৰ

June 16, 2025
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d