Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক

    ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন

    পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ

    Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

    নীতিশ তিৱাৰী পৰিচালিত বহু প্রতীক্ষিত ‘ৰামায়ণ’ৰ চাৰি হেজাৰ কোটি টকাৰে নিৰ্মিত নীতিশ তিৱাৰীৰ ‘ৰামায়ণ’ৰ টীজাৰ মুক্তি

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    আপোনাৰ দামী সুগন্ধিৰ গোন্ধ নাইকিয়া হয়?

    ইউটিউবত কন্টেন্ট ক্রিয়েটৰৰ উপাৰ্জনৰ সাতটা গোপন কথা জানি লওক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Dhubri : কামানডাংগা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত বিদ্যাঞ্জলি আৰু বঁটা বিতৰণী অনুষ্ঠান

publisher by publisher
November 23, 2022
in India, Assam, News
Reading Time: 1 min read
0
Dhubri : কামানডাংগা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত বিদ্যাঞ্জলি আৰু বঁটা বিতৰণী অনুষ্ঠান
3
SHARES
25
VIEWS
ShareShareShareShare

Dhubri :

ধুবুৰী জিলাৰ আগমনী শিক্ষা খণ্ডৰ অন্তৰ্গত কামানডাংগা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত বিদ্যাঞ্জলি অনুষ্ঠান অনুষ্ঠিত হয় । পুৱাৰে পৰা বিভিন্ন কাৰ্য্যসূচীৰ লগতে বছৰেকীয়া খেল-ধেমালীত অংশগ্ৰহণ কৰা ছাত্ৰ-ছাত্ৰীৰ মাজত ক্ৰিয়া বিভাগৰ মুঠ ২২ টা খেলত ল’ৰা আৰু ছোৱালীৰ পৃথকে পৃথকে ‘ক’ আৰু ‘খ’ ভাগত বিভক্ত কৰি ৮৪ দফীয়া খেলত স্থানপ্ৰাপ্তসকলক পুৰস্কাৰ বিতৰণ কৰাৰ লগতে সাংস্কৃতিক বিভাগত ১৫ দফীয়া প্ৰতিযোগিতা অনুষ্ঠিত কৰি স্থানপ্ৰাপ্তসকলক বঁটা বিতৰণ কৰা হয় ।

ADVERTISEMENT

WhatsApp Image 2022 11 23 at 18.11.30

RelatedPosts

No Content Available

বিয়লি এক বজাৰ পৰা কামানডাংগা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ আব্দুল কুদ্দুছ সেখৰ সভাপতিত্বত বিদ্যাঞ্জলি অনুষ্ঠানৰ মুকলি সভা অনুষ্ঠিত হয় । মুখ্য অতিথি ৰাতুল কুমাৰ দাস (এইএছ‌আই) আইএছ/ডিইইঅ’/ ডিএমচি ধুবুৰী, আগমনী শিক্ষা খণ্ডৰ খণ্ড প্ৰাথমিক শিক্ষা বিষয়া ধৰ্মপ্ৰসাদ ৰায়, হাতীধুৰা মহাবিদ্যালয়ৰ অধ্যক্ষ ফৰিদ উদ্দীন আহমেদ, বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি তথা হাতীধুৰা মহাবিদ্যালয়ৰ প্ৰবক্তা ড° সৌভাগ্য দাস, তামাৰহাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ বিশ্বজিৎ শীল, হাতীধুৰা কণিষ্ঠ মহাবিদ্যালয়ৰ অধ্যক্ষ চৌকত আহমেদ, তামাৰহাট কৰ্মচাৰী পৰিষদৰ সভাপতি আব্দুল হামিদ সেখ, কাছাৰীগাঁও ছিনিয়ৰ মাদ্ৰাছাৰ মোহতামিম আব্দুল আজিজ আকন্দ, কামনাডাংগা গাঁও পঞ্চায়তৰ সভাপতি আবু ছায়েদ সেখ, বিশিষ্ট সমাজকৰ্মী খাইৰুল আলম মিঞা, কুমাৰগঞ্জ উচ্চমাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ ধীৰেন দাস, পেটলাগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ জাকিৰ হোসেইন সেখৰ লগতে আগমনী শিক্ষা খণ্ডৰ অন্তৰ্গত ক্লাষ্টাৰ সমূহৰ চিআৰচিচি-ৰ লগতে প্ৰতিখন বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী উপস্থিত থাকে ।

সভাখনত সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে ধুবুৰী জিলা প্ৰাথমিক শিক্ষক সন্মিলনীৰ যুটীয়া সম্পাদক আব্দুল ৰশিদ সেখে । উল্লেখ্য যে কেন্দ্ৰীয় চৰকাৰ তথা শিক্ষা বিভাগৰ আহ্বানত বিদ্যাঞ্জলিত ভাগ লোৱা বিশিষ্ট সমাজকর্মী, অভিভাৱকৰ লগতে আগ্ৰহী ব্যক্তিসকলে প্ৰতিখন বিদ্যালয়ত আন্তগাঁথনি উন্নতকৰাৰ বাবে চকী, মেজ, ঘড়ী, ফেন, লেপটপৰ লগতে বিভিন্ন প্ৰয়োজনীয় সামগ্ৰী আগবঢ়ায় ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Kamandanga HS School
publisher

publisher

Related Posts

সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক
News

April 23, 2026
ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন
News

ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন

April 23, 2026
পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!
India

পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!

April 23, 2026
৩০ বছৰ বয়সতে সকলো শেষ ! 
News

৩০ বছৰ বয়সতে সকলো শেষ ! 

April 23, 2026
Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ
News

Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ

April 23, 2026
Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক
News

Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক

April 23, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d