Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড

    Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

    গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

    Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

    Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

    Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

United Nations : যুদ্ধৰ ফলত হোৱা খাদ্য সংকটক লৈ চিন্তিত ভাৰত

publisher by publisher
December 8, 2022
in India, International, Politics
Reading Time: 2 mins read
0
United Nations : যুদ্ধৰ ফলত হোৱা খাদ্য সংকটক লৈ চিন্তিত ভাৰত
1
SHARES
10
VIEWS
ShareShareShareShare

United Nations :

বিগত ১০ মাহ ধৰি চলি আছে ৰাছিয়া আৰু ইউক্ৰেইন যুদ্ধ । ক্ৰমশ জটিল হৈ পৰিছে পৃথিৱীৰ খাদ্য সংকট ।এই সন্দৰ্ভত ৰাষ্ট্ৰসংঘত উদ্বেগ প্ৰকাশ কৰিছে ভাৰত চৰকাৰে ।

ভাৰতৰ উপ-স্থায়ী প্ৰতিনিধি আৰ ৰবীন্দ্ৰই ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদত মানৱীয় সাহায্য আৰু দুৰ্যোগ সঁহাৰি সহযোগিতাৰ সমন্বয়ৰ প্ৰেক্ষাপটত এই বিষয়টো উত্থাপন কৰে।

ADVERTISEMENT

ভাৰত আৰু ছুইডেনৰ হৈ যৌথ বাৰ্তাত তেওঁ কয় যে, ইউক্ৰেইনত যুদ্ধ আৰম্ভ হোৱাৰ পাছৰে পৰা বিশ্বৰ খাদ্য সংকট অধিক ভয়াৱহ হৈ পৰিছে। ভাৰত আৰু ছুইডেন বিশেষকৈ এই দুখন দেশ এই বিষয়ত অতিশয় চিন্তিত।”

RelatedPosts

বৃদ্ধি পাইছে যুদ্ধৰ তীব্রতা!

ৰাছিয়াৰ তেল ক্ৰয়ত ভাৰতলৈ ৩০ দিনৰ বিশেষ ৰেহাই আমেৰিকাৰ

Russia:আকাশলংঘী মূল্যত বিক্রী তিয়হ, ৰাছিয়াত অভাৱনীয় মুদ্রাস্ফীতি

কিছুমাহৰ আগতে ৰাছিয়া আৰু ইউক্ৰেইন ৰাষ্ট্ৰসংঘৰ মহাসচিবৰ উপস্থিতিত কৃষ্ণ সাগৰৰ মাজেৰে খাদ্যশস্য পৰিবহনৰ ক্ষেত্ৰত এক চুক্তি স্বাক্ষৰ কৰে ।

তাতে কোৱা হয় যে শস্যবাহী জাহাজক লক্ষ্য কৰি ৰাছিয়া বা ইউক্ৰেইন কোনোৱেই যাতে আক্ৰমণ নকৰে।

কিন্তু সাগৰীয় পথেৰে খাদ্য শস্যৰ ৰপ্তানি বন্ধ হোৱা নাই। চুক্তিৰ বাবে নিৰ্ধাৰণ কৰা ১৭ নৱেম্বৰৰ প্ৰাৰম্ভিক সময়সীমা আৰু ১২০ দিন বৃদ্ধি কৰা হৈছে। ফলত ক’লা সাগৰৰ উপকূলৰ বন্দৰসমূহৰ পৰা শস্য, খাদ্য সামগ্ৰী, সাৰ ৰপ্তানি অব্যাহত আছে।

ৰবীন্দ্ৰই কয় যে ভাৰত আৰু ছুইডেন এই কথাত সুখী। তেওঁ লগতে কয় যে ভাৰতে আফগানিস্তান, ম্যানমাৰ আদি খাদ্যৰ পৰা বঞ্চিত দেশলৈ ১৮ লাখ টন ঘেঁহু ৰপ্তানি কৰিছে।

ৰবীন্দ্ৰই কয়, “বিপজ্জনক পৰিস্থিতিত থকা মানুহৰ জীৱন সলনি কৰিব পাৰে কিছুমান মানৱীয় ব্যৱস্থা।” আমি নিশ্চিত কৰিব লাগিব যে সাহায্য যাতে আটাইতকৈ দুৰ্বল লোকসকলৰ ওচৰলৈ যাব পাৰে ।

২০২৩ চনত যাতে পুনৰ কোনো ভাৱে এই মানৱীয় ব্যৱস্থা ভাঙি নাযায় তাক লৈ আমি নিশ্চিত হ’ব লাগিব ।

যোৱা সপ্তাহত ৰাষ্ট্ৰসংঘ আৰু ইয়াৰ অংশীদাৰসকলে জনাইছে যে ২০২৩ চনৰ ভিতৰত মানৱীয় সাহায্যৰ বাবে আনুমানিক পাঁচ হেজাৰ ১৫০ কোটি ডলাৰ ব্যয় হ’ব।

যিটো যোৱা বছৰৰ তুলনাত ২৫ শতাংশ বেছি। অহা বছৰ ৬৯খন দেশৰ প্ৰায় ৩৩ কোটি ৯০ জন লোকক সহায়ৰ প্ৰয়োজন হ’ব। যোৱা বছৰৰ তুলনাত এই সংখ্যা ছয় কোটি ৫০ লাখ অধিক ।

ৰবীন্দ্ৰই কয়, “২০২২ চনটো চৰম পৰিস্থিতিত উপনীত হৈছে। সমগ্ৰ বিশ্বতে সংঘাত আৰু উদ্বিগ্নতাই অভূতপূৰ্ব খাদ্য সংকটৰ সৃষ্টি কৰিছে। শক্তি আৰু নিৰাপত্তা ব্যৱস্থাও প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে।”

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: indiaRussiaUkraineUnited NationsWarWorld Food Crisis
publisher

publisher

Related Posts

গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল
News

March 9, 2026
নিয়ন্ত্ৰণ হেৰুৱাই উল্টি গ’ল BMW, ৰাজস্থানত পথ দুৰ্ঘটনাত মৃত্যু শাকুন গ্ৰুপৰ এমডিৰ
India

চৌদি আৰবত ক্ষেপণাস্ত্ৰ আক্ৰমণ: নিহত নহয়, আঘাতপ্ৰাপ্ত ভাৰতীয় নাগৰিক—সংশোধন কৰিলে চৌদি প্ৰশাসনে

চাকৰিত চাটাইৰ পাছত আমেৰিকাত চাহ বিক্রী আৰম্ভ কৰিলে ভাৰতীয় যুৱকে

মোদীৰ শাসনত দেশত এবছৰতে ৫৭জন অর্বুদপতিৰ সংখ্যা বৃদ্ধি

ইৰান যুদ্ধৰ প্ৰভাৱত কঁপিল শ্বেয়াৰ বজাৰ
News

ইৰান যুদ্ধৰ প্ৰভাৱত কঁপিল শ্বেয়াৰ বজাৰ

March 9, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d