Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    আকাশলৈ উৰণ টেছলাৰ ৰ’ডষ্টাৰৰ, ভাইৰেল ভিডিঅ’

    আমেৰিকাৰ বিদ্যালয়ত পুনৰ বন্দুকধাৰীৰ আক্ৰমণ, শিক্ষকসহ নিহত চাৰি

    ককৰোচ জনতা পাৰ্টিৰ প্ৰতিবাদত অংশ ল’বলৈ আহি বিপাঙত ধ্ৰুৱ ৰাঠী

    জম্মু-কাশ্মীৰৰ কুপৱাৰাত অনুপ্ৰৱেশৰ চেষ্টা ব্যৰ্থ ,সেনাৰ স’তে হোৱা গুলীয়াগুলীত নিহত দুই সন্ত্ৰাসবাদী

    ৰাজস্থানত ভয়ংকৰ দুৰ্ঘটনা, সাতজনৰ মৃত্যু, গুৰুতৰভাৱে আহত প্ৰায় ১০জন

    নেপালৰ জলপ্ৰলয়ত নিৰুদ্দিষ্ট অৰুণ মহন্ত উভতি নাহিল আজিও

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup

    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News International

Ukraine : ইউক্ৰেইন নহয়, জাপান আক্ৰমণ কৰিব বিচাৰিছিল পুটিনে ! ফাদিল গোপন তথ্য

publisher by publisher
November 29, 2022
in International, News, Politics
Reading Time: 3 mins read
0
Ukraine : ইউক্ৰেইন নহয়, জাপান আক্ৰমণ কৰিব বিচাৰিছিল পুটিনে ! ফাদিল গোপন তথ্য
3
SHARES
27
VIEWS
ShareShareShareShare

RelatedPosts

India-Myanmar Border: ভাৰত-ম্যানমাৰ সীমান্তৰ পাংচুপাছত অসম-ৰাইফলছ আৰু NSCN(KYA)ৰ মাজত প্ৰচণ্ড গুলীয়াগুলী

জাপানত ৭.৫ প্ৰাবল্যৰ তীব্ৰ ভূমিকম্প — উত্তৰ-পূৰ্ব উপকূলত চুনামিৰ সতৰ্কতা

বিশ্ব সংঘাতত ভাৰতৰ স্পষ্ট বার্তা: সামৰিক পথ নহয়, শান্তিপূৰ্ণ সমাধানৰ আহ্বান প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

Ukraine :

ইউক্ৰেইনক নহয় জাপান আক্ৰমণ কৰিব বিচাৰিছিল ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ ! শেহতীয়া এক প্ৰতিবেদনত এনে ধৰণৰ চাঞ্চল্যকৰ তথ্য প্ৰকাশ পাইছে । আটাইতকৈ আশ্চৰ্যজনক কথাটো হ’ল যে এই দাবী কৰিছে খোদ ৰাছিয়ান গোৱেণ্ডা সংগঠন ‘এফএছবি’ৰ এজন বিষয়াই ।

‘দ্য ইউৰেচিয়ান টাইমছৰ এক প্ৰতিবেদন অনুসৰি, ৰাছিয়াৰ ফেডাৰেল চিকিউৰিটি চাৰ্ভিচ (এফএছবি)ৰ এজন বিষয়াৰ কথা উল্লেখ কৰা হৈছে । যদিও তেওঁৰ পৰিচয় গোপন ৰাখিছে, তেওঁ ‘উইণ্ড অফ চেঞ্জ’ ছদ্মনামেৰে এফএছবিৰ বহুতো গোপন নথি পত্ৰ প্ৰকাশ কৰিছে ।

ADVERTISEMENT

যোৱা মাৰ্চ মাহত, এজেণ্টজনে ৰাছিয়াৰ মানৱ অধিকাৰ কৰ্মী ভ্লাদিমিৰ অচেচকিনলৈ এখন পত্ৰ লিখে । তাত দাবী কৰা হৈছে যে পুটিনে প্ৰথমতে জাপান আক্ৰমণ কৰিব বিচাৰিছিল ।

কিন্তু পাছত ৰাছিয়াৰ বাহিনীয়ে সেই সিদ্ধান্ত সলনি কৰি ইউক্ৰেইন আক্ৰমণ কৰে । উল্লেখ্য, পুটিন প্ৰশাসনৰ বিৰুদ্ধে মাত মাতিবলৈ অচেককিনৰ বিৰুদ্ধে ৱাৰেণ্ট জাৰি কৰা হৈছে ।

গতিকে দুৰ্নীতি বিৰোধী ৱেবছাইট ‘Gulagu.net’ৰ গৰাকী বৰ্তমান ফ্ৰান্সত নিৰ্বাসিত হৈ আছে ।

ৰাছিয়ান এজেণ্ট ‘উইণ্ড অৱ চেঞ্জ’ৰ দ্বাৰা লিক কৰা নথি অনুসৰি, ইউক্ৰেইনত পুটিনৰ যুদ্ধক লৈ এফএছবিৰ ভিতৰত ক্ষোভ আৰম্ভ হৈছে । তাত আৰু কোৱা হৈছে যে পুটিনে ২০২১ৰ আগষ্টত জাপান আক্ৰমণৰ পৰিকল্পনা কৰিছিল ।

অৱশ্যে, এজেণ্টজনে কিয় এই সিদ্ধান্ত লৈছে সেই বিষয়ে তেওঁ মুখ খোলা নাই । কুৰিল দ্বীপপুঞ্জক লৈ ৰাছিয়া আৰু জাপানৰ মাজত বিবাদ আছে । লক্ষ্যণীয় যে এই কুৰিল দ্বীপটো জাপানৰ হোক্কাইডো দ্বীপ আৰু ৰাছিয়াৰ কামাচাটকা উপদ্বীপৰ মাজত অৱস্থিত ।

ই প্ৰশান্ত মহাসাগৰ আৰু ওখোটস্ক সাগৰক পৃথক কৰে । দ্বিতীয় বিশ্বযুদ্ধত ৰাছিয়াই জাপানৰ পৰা কুৰিল দ্বীপপুঞ্জ দখল কৰে । আজিও সেইসমূহ মস্কোৰ দখলত ।

বিশ্লেষকসকলৰ মতে, জাপানত সহস্ৰাধিক আমেৰিকা সৈন্য আছে । সেয়েহে, মস্কো প্ৰশান্ত মহাসাগৰত কৌশলগতভাৱে গুৰুত্বপূৰ্ণ কুৰিল দ্বীপপুঞ্জ ৰাখিবলৈ ব্যাকুল হৈ পৰিছে । একে সময়তে, পুটিনে অঞ্চলটোৰ সামৰিককৰণ প্ৰতিহত কৰিবলৈ জাপান আক্ৰমণ কৰিব বিচাৰিছিল ।

কিন্তু তেওঁ আমেৰিকাৰ স’তে পোনপটীয়া সংঘৰ্ষলৈ যোৱাৰ আগতে ইউক্ৰেইনত নাটো মিত্ৰজোঁট আৰু ৱাশ্বিংটনৰ শক্তি পৰীক্ষা কৰি আছে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: AttackJapanRussiaUkraineVladimir Putin
publisher

publisher

Related Posts

মণ্ডপে মণ্ডপে অঘোষিত প্রতিযোগিতা, পূজাৰ ধৰ্মীয় ৰীতিৰে বিধৌত মহাষষ্ঠী
Assam

October 17, 2026
আকাশলৈ উৰণ টেছলাৰ ৰ’ডষ্টাৰৰ, ভাইৰেল ভিডিঅ’
News

আকাশলৈ উৰণ টেছলাৰ ৰ’ডষ্টাৰৰ, ভাইৰেল ভিডিঅ’

October 17, 2026
আমেৰিকাৰ বিদ্যালয়ত পুনৰ বন্দুকধাৰীৰ আক্ৰমণ, শিক্ষকসহ নিহত চাৰি
International

আমেৰিকাৰ বিদ্যালয়ত পুনৰ বন্দুকধাৰীৰ আক্ৰমণ, শিক্ষকসহ নিহত চাৰি

October 17, 2026
ককৰোচ জনতা পাৰ্টিৰ প্ৰতিবাদত অংশ ল’বলৈ আহি বিপাঙত ধ্ৰুৱ ৰাঠী
India

ককৰোচ জনতা পাৰ্টিৰ প্ৰতিবাদত অংশ ল’বলৈ আহি বিপাঙত ধ্ৰুৱ ৰাঠী

October 17, 2026
জম্মু-কাশ্মীৰৰ কুপৱাৰাত অনুপ্ৰৱেশৰ চেষ্টা ব্যৰ্থ ,সেনাৰ স’তে হোৱা গুলীয়াগুলীত নিহত দুই সন্ত্ৰাসবাদী
India

জম্মু-কাশ্মীৰৰ কুপৱাৰাত অনুপ্ৰৱেশৰ চেষ্টা ব্যৰ্থ ,সেনাৰ স’তে হোৱা গুলীয়াগুলীত নিহত দুই সন্ত্ৰাসবাদী

October 17, 2026
ৰাজস্থানত ভয়ংকৰ দুৰ্ঘটনা, সাতজনৰ মৃত্যু, গুৰুতৰভাৱে আহত প্ৰায় ১০জন
India

ৰাজস্থানত ভয়ংকৰ দুৰ্ঘটনা, সাতজনৰ মৃত্যু, গুৰুতৰভাৱে আহত প্ৰায় ১০জন

October 17, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d