Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Beltala murder incident Update:বেলতলাৰ বশিষ্ঠপুৰ হত্যাকাণ্ডৰ চাঞ্চল্যকৰ তথ্য পোহৰলৈ

    Betala murder incident Update:বেলতলাৰ বশিষ্ঠপুৰ হত্যাকাণ্ডৰ চাঞ্চল্যকৰ তথ্য পোহৰলৈ

    ভূপেন হাজৰিকাৰ কুঠৰীৰ বাসগৃহ আজি অনাদৃত-অৱহেলিত 

    HD has ordered an investigation against Cosmo Medical:মহানগৰীৰ কচমো মেডিকেলৰ বিৰুদ্ধে তদন্তৰ নিৰ্দেশ স্বাস্থ্য বিভাগৰ

    Nagaon MP By Election:উপ-নির্বাচনক লৈ তৎপৰ নগাঁও জিলা প্রশাসন

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    বৃক্ক সংৰোপণৰ নতুন ইতিহাস, এই ব্যক্তিজনে গাহৰিৰ বৃক্ক লৈ জীয়াই থকাৰ অভিলেখ ভংগ কৰিলে

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

  • Entertainment
    • All
    • Movie
    • Music
    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

GOLAGHAT ATHKHELIA NAMGHAR : পৰিচালনা সমিতিৰ ক্ষমতাক লৈ দীৰ্ঘদিনীয়া সংঘাত ঐতিহ্যমণ্ডিত আঠখেলীয়া নামঘৰৰ মূল প্ৰৱেশ দ্বাৰা ওলমালে প্ৰকাণ্ড তলা !

ব্যাপক নিৰাপত্তা ব্যৱস্থা

publisher by publisher
September 19, 2022
in Assam, India, News
Reading Time: 1 min read
0
GOLAGHAT ATHKHELIA NAMGHAR  : পৰিচালনা সমিতিৰ ক্ষমতাক লৈ দীৰ্ঘদিনীয়া সংঘাত ঐতিহ্যমণ্ডিত আঠখেলীয়া নামঘৰৰ মূল প্ৰৱেশ দ্বাৰা ওলমালে প্ৰকাণ্ড তলা !
2
SHARES
18
VIEWS
ShareShareShareShare

RelatedPosts

গোলাঘাটত বিজেপিৰ জয়ধ্বনি, বিজয়ী অজন্তা নেওগ

Golaghat:গোলাঘাটৰ বেঙেৰাখোৱা খেজুৰিতলত অঘটন

Chinmay Ranjan Dutta Memorial Artist Award-2025 has been announced :চিন্ময় ৰঞ্জন দত্ত সোঁৱৰণি শিল্পী বঁটা-২০২৫ ঘোষণা

GOLAGHAT : গোলাঘাট জিলাৰ ঐতিহ্যমণ্ডিত শ্ৰীশ্ৰী আঠখেলীয়া নামঘৰত মূল প্ৰৱেশ দ্বাৰত এইবাৰ ওলমিল তলা । উত্তৰ পূৰ্বাঞ্চলৰ ঐতিহ্যমণ্ডিত পীঠস্থান গোলাঘাট জিলাৰ শ্ৰীশ্ৰী আঠখেলীয়া নামঘৰত য়িকোনো মূহুৰ্তত পুনৰ সংঘটিত হ’ব পাৰে ভয়ানক পৰিস্থিতি । এনে আশংকা ঘণিভুত হোৱাত ঐতিহ্যমণ্ডিত শ্ৰীশ্ৰী আঠখেলীয়া নামঘৰ চৌহদত আজি শ-শ আৰক্ষী,অৰ্দ্ধ – সামৰিক বাহিনীৰ নিৰাপত্তা বেষ্টনি গঢ়ি তুলিবলৈ প্ৰশাসন বাধ্য হয় ।গোলাঘাটৰ ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰৰ মুল প্ৰৱেশ দ্বাৰত আজি কৰ্ণধাৰ সমিতিয়ে তলা ওলমোৱা ঘটনাৰ পাচত পৰিচালনা সমিতিৰ ক্ষমতাক লৈ বিতৰ্কই লগ নেৰা আঠখেলীয়া নামঘৰ প্ৰসংগই পৰিস্থিতি অধিক জটিল হৈ তুলিছে । উল্লেখ্য যে, পূৰ্বৰ পৰিচালনা সমিতিখনে গুৱাহাটীত উচ্চ ন্যায়ালয়ত জনোৱা

ADVERTISEMENT

আবেদনৰ ভিত্তিত মহামান্য উচ্চ ন্যায়ালয়ৰ আদেশত আৰু জিলা প্ৰশাসনৰ তত্বাৱধানত যোৱা ৮ চেপ্তেম্বৰত আঠখেলীয়া নামঘৰৰ ৰংগমঞ্চত এখন সাধাৰণ সভা অনুষ্ঠিত কৰে । উক্ত সভাতে এখন আঠখেলীয়া নামঘৰ পৰিচালনা সমিতি গঠন কৰে । আজি গঠন কৰা পৰিচালনা সমিতিখনে দায়িত্বভাৰ লোৱাৰ উদ্দেশ্যে নামঘৰ সন্মূখত উপস্থিত হোৱাৰ পাচত বৰ্তমান নামঘৰ পৰিচালনা কৰি থকা কৰ্ণধাৰ সমিতিখনে ৮চেপ্তেম্বৰত গঠন কৰা পৰিচালনা সমিতিখন অবৈধ আৰু অসাংবিধানিক বুলি দাবী কৰি নামঘৰৰ মূল প্ৰৱেশ দ্বাৰত পুৱা ভাগত তলা ওলমাই দিয়ে । তাৰ পৰিপ্ৰেক্ষিতত দায়িত্ব ল’বলৈ অহা নতুনকৈ গঠন কৰা পৰিচালনা সমিতিয়ে বিফল মনোৰথেৰে উভটিবলগীয়া হয় ।

ইয়াক কেন্দ্ৰ কৰি তীব্ৰ প্ৰতিক্ৰিয়াৰো সৃষ্টি হয়। দূৰ-দূৰণিৰ পৰা অহা ভক্তপ্ৰাণ ৰাইজে দুৰ্ভোগ ভূগিবলগীয়া হয়। উল্লেখ্য যে আঠখেলীয়া নামঘৰ পৰিচালনা সমিতিৰ ক্ষমতা দখলক দুটা ফৈদৰ মাজত দীৰ্ঘদিন ধৰি সংঘাতৰ সৃষ্টি হৈ আহিছে । ২০১৬ চনত ঐতিহ্যমণ্ডিত নামঘৰৰ ভিতৰতে দুটা ফৈদৰ মাজত ইয়াক মাৰপিটৰ ঘটনা সংঘটিত হৈ ৰক্তাত্ব পৰিৱেশৰো সৃষ্টি হৈছিল । আজি তলা ওলমোৱা কাণ্ডক লৈ সমগ্ৰ অঞ্চলটোতে চেপা উত্তেজনাই বিৰাজ কৰাৰ অন্তত অৱশ্যে বিয়লিভাগত মূল প্ৰৱেশ দ্বাৰা লগোৱা চলাটো খুলি দিয়ে ।‌

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: ATHKHELIA NAMGHARCONTROVERSYGolaghat
publisher

publisher

Related Posts

Beltala murder incident Update:বেলতলাৰ বশিষ্ঠপুৰ হত্যাকাণ্ডৰ চাঞ্চল্যকৰ তথ্য পোহৰলৈ
Assam

September 8, 2026
ভূপেন হাজৰিকাৰ কুঠৰীৰ বাসগৃহ আজি অনাদৃত-অৱহেলিত 
Assam

ভূপেন হাজৰিকাৰ কুঠৰীৰ বাসগৃহ আজি অনাদৃত-অৱহেলিত 

September 8, 2026
HD has ordered an investigation against Cosmo Medical:মহানগৰীৰ কচমো মেডিকেলৰ বিৰুদ্ধে তদন্তৰ নিৰ্দেশ স্বাস্থ্য বিভাগৰ
Assam

HD has ordered an investigation against Cosmo Medical:মহানগৰীৰ কচমো মেডিকেলৰ বিৰুদ্ধে তদন্তৰ নিৰ্দেশ স্বাস্থ্য বিভাগৰ

September 8, 2026
Nagaon MP By Election:উপ-নির্বাচনক লৈ তৎপৰ নগাঁও জিলা প্রশাসন
Assam

Nagaon MP By Election:উপ-নির্বাচনক লৈ তৎপৰ নগাঁও জিলা প্রশাসন

September 8, 2026
২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি
News

২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

September 8, 2026
বৃক্ক সংৰোপণৰ নতুন ইতিহাস, এই ব্যক্তিজনে গাহৰিৰ বৃক্ক লৈ জীয়াই থকাৰ অভিলেখ ভংগ কৰিলে
International

বৃক্ক সংৰোপণৰ নতুন ইতিহাস, এই ব্যক্তিজনে গাহৰিৰ বৃক্ক লৈ জীয়াই থকাৰ অভিলেখ ভংগ কৰিলে

September 8, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d